আদি ৰমৈণী (সদ গ্রন্থ ৬৯০ ৰ পৰা ৬৯২ পৃষ্ঠালৈকে)
আদি বমৈণী অদলী সাৰা। জা দিন হোতে ধুগ্ধকাৰা।। ১৷৷
সতপুৰুষ কীহ্না প্রকাশা। হম হোতে তখত কবীৰ খৱাচা।। ২।।
মন মোহিনী সিৰজি মায়া। সতপুৰুষ এক খ্যাল বনায়া ।। ৩।।
ধৰ্মৰায় সিৰজে দৰবাণী। চৌষঠ যুগতপ সেৱা ঠানী।। ৪।।
পুৰুষ পৃথিৱী জাকু দীহ্নী। ৰাজ কবো দেৱা আধীনী।।৫৷৷
ব্রহ্মাণ্ড ইকীস ৰাজ তুম্হ দীহ্না। মন কী ইচ্ছা সব যুগ লীহ্না।। ৬।।
মায়া মূল ৰূপ এক ছাজা। মোহি লিয়ে জিনহু ধৰ্মৰাজা ।। ৭।।
ধর্ম কা মন চঞ্চল চিত্ত ধাৰৰ্য্যা। মন মায়া কা ৰূপ বিচাৰা ।। ৮।।
চঞ্চল চেৰী চপল চিৰাগা। য়া কে পৰসে সৰবস জাগা ।। ৯।।
ধৰ্মৰায়া কিয়া মন কা ভাগী। বিষয় বাসনা সঙ্গ সে জাগী ।। ১০।।
আদি পুৰুষ অদলী অনৰাগী। ধৰ্মৰায় দিয়া দিল সে ত্যাগী ।। ১১।।
পুৰুষ লোক সে দিয়া ঢহাহী। অগম দ্বীপ চলি আয়ে ভাই।। ১২।।
সহজ দাস জিস দ্বীপ ৰহতা। কাৰণ কৌন কৌন কুল পন্থা। ১৩।।
ধৰ্মৰায় বোলে দৰবাণী। সুনো সহজ দাস ব্রহ্মজ্ঞানী।। ১৪।।
চৌষষ্ঠ যুগ হম সেৱা কীহ্নী। পুরুষ পৃথিবী হম কু দীহ্নী। ১৫।।
চঞ্চল ৰূপ ভয়া মন বৌৰা। মন মোহিনী ঠগিয়া ভৌৰা। ১৬।।
সত পুৰুষ কে না মন ভায়ে। পুৰুষ লোক সে হম চলি আয়ে। ১৭।।
আগৰ দ্বীপ সুনত বড়ভাগী। সহজ দাস মেটো মন পাগী ৷৷ ১৮।।
বোলে সহজ দাস দিল দানী। হমতো চাকৰ সত সহদানী।। ১৯।।
সতপুৰুষ সে অৰজ গুজার্ক। জব তুম্হাৰা বিৱাণ উতাক।। ২০।।
সহজ দাস কো কিয়া পিয়ানা। সত্যলোক লিয়া প্রবাণা।। ২১।।
সতপুৰুষ সাহিব সববঙ্গী। অবিগত অদলী অচল অভঙ্গী।। ২২৷৷
ধর্মবায় তুম্হাৰা দৰবাণী। অগৰ দ্বীপ চলি গয়ে প্রাণী।।২৩।।
কৌন হুকম কৰী অৰজ অৱাজা। কহা পঠাবৌ উস ধৰ্মৰাজা।। ২৪।।
ভই অৱাজ অদলী এক সাচা। বিষয় লোক যা তীন্যু বাচা।। ২৫।।
সহজ বিমান চলে অধিকাই। ছিন মে অগৰ দ্বীপ চলি আই।।২৬।।
হমতো অৰজ কৰী অনৰাগী। তুম্হ বিষয় লোক জাবো বড়ভাগী।। ২৭।।
ধৰ্মৰায় কে চলে বিমানা। মান সৰোবৰ আয়ে প্রাণা।। ২৮।।
মান সৰোবৰ ৰহন ন পায়ে। দৰৈ কৰীৰা থানা লায়ে।। ২৯।।
বন্ধনাল কী বিষমী বাটী। তহাঁ কবীৰা ৰোকী ঘাটী।। ৩০।।
ইন পাচোঁ মিলি জগত বন্ধনা। লখ চৌৰাশী জীর সতানা।। ৩১।।
ব্রহ্মা বিষ্ণু মহেশ্বৰ মায়া। ধৰ্মৰায় কা ৰাজ পঠায়া।। ৩২।।
যৌহ খোখা পুৰ ঝুঠী বাজী। ভিসতি বৈকুণ্ঠ দগাসী সাজি ।। ৩৩।।
কৃত্রিম জীব ভুলানে ভাই। নিজ ঘৰকী তো খবৰিন পাই।।৩৪।।
সরা লাখ উপজে নিত হংসা। এক লাখ বিনশে নিত অংশা।।৩৫।।
উপতি খপতি প্রলয় ফেৰী। হর্ষ শোক জৌৰা জম জেৰী।। ৩৬।।
পাচোঁ তত্ব হৈ প্রলয় মাহী। সত্বগুণ, ৰজগুণ, তমগুণ, ঝাঁই।। ৩৭।।
আঠো অঙ্গ মিলি হৈ মায়া। পিণ্ড ব্রহ্মাণ্ড সকল ভৰমাযা।। ৩৮।।
য়া মে সুৰতি শব্দ কী ডোৰী। পিণ্ড ব্ৰহ্মাণ্ড লগী হৈ খোৰী।। ৩৯।।
শ্বাসা পাৰস মন গহ ৰাখো। খোলহি কপাট অমীৰস চাখো।।৪০।।
সুনাউ হংস শব্দ সুন দাসা। অগম দ্বীপ হৈ অগ হৈ বাসা।। ৪১।।
ভৱ সাগৰ জম দণ্ড জমানা। ধৰ্মৰায় কা হৈ তলবানা।। ৪২।।
পাচোঁ উপৰ পদ কী নগৰী। বাট বিহঙ্গম বংকী ডগৰী ৷৷ ৪৩।।
হমৰা ধৰ্মৰায় সো দাৱা। ভৱ সাগৰ মে জীব ভৰমাৱা।। ৪৪।।
হমতো কহৈ অগম কী বাণী। জহাঁ অবিগত অদলী আপ বিনাশী।। ৪৫।।
বন্দী ছোড় হমাৰানাম। অজৰ অমৰ হৈ অস্থিৰ ঠাম।। ৪৬।।
জুগন জুগন হম কহতে আয়ে। জম জৌৰা সে হংস ছুটায়ে।। ৪৭।।
জো কোই মানে শব্দ কা লেখা। তন অন্দৰ মন কহো কীহ্নী দেখা।। ৪৯।।
য়া মে সুৰতি শব্দ কা গমাৰা। ভৱসাগৰ নাহী ভৰমে ধাৰা।। ৫০।।
দাস গৰীব অগম কী বাণী। খোজা হংসা শব্দ সহদানী।। ৫১।।
ওপৰোক্ত অমৃতবাণীৰ ভাৱাৰ্থ: আদৰণীয় গৰীবদাস চাহেবে কৈছে যে ইয়াত প্রথমতে কেৱল অন্ধকাৰ আছিল আৰু পূর্ণ পৰমাত্মা কবীৰ চাহেব সত্যলোকত ত (সিংহাসনত) বিৰাজমান আছিল। আমি সত্যলোকত পৰমাত্মাৰ চাকৰ হৈ আছিলোঁ। পৰমাত্মাই জ্যোতি নিৰঞ্জনক উৎপত্তি কৰিলে। পিছত জ্যোতি নিৰঞ্জনৰ তপৰ প্ৰতিফল হিচাপে একৈশ ব্রহ্মাণ্ড প্রদান কৰিলে। আকৌ মায়া (প্রকৃতি) ৰ উৎপত্তি কৰিলে। যুৱতী দুৰ্গৰি ৰূপত মোহিত হৈ জ্যোতি নিৰঞ্জনে (ব্রহ্মাই) দুর্গা (প্রকৃতি) ব সৈতে বলৎকাৰ কৰা চেষ্টা কৰিলে। ব্রহ্মাই তাৰ বাবে শাস্তি পালে। তেওঁক সত্যলোকৰ পৰা বহিষ্কাৰ কৰি দিলে আৰু এক লাখ মানব শৰীৰ ধাৰী প্ৰাণীক প্রতিদিনে খোৱাৰ অভিশাপ দিলে আৰু ছোৱা লাখ (১ ২৫ লাখ) প্রাণী প্রতিদিনে উৎপন্ন কৰিব লাগিব। ইয়াত সকলো প্রাণীয়ে জন্ম-মৃত্যুৰ কষ্ট ভূগি আছে। যদি কোনোবাই পূৰ্ণ পৰমাত্মাৰ বাস্তবিক শব্দ (সত্যনাম জাপ মন্ত্র) মোৰ পৰা গ্ৰহণ কৰে, তেওঁক কালৰ বন্ধনৰ পৰা মুক্ত কৰি দিম। মোৰ নাম বন্দীছোড় (মুক্তিদাতা) হয়। আদৰণীয় গৰীব দাসে নিজৰ গুৰু প্ৰভু কবীৰ পৰমাত্মাৰ আধাৰত কৈছে যে সত্য মন্ত্র অর্থাৎ সতানাম আৰু সাৰশব্দৰ প্ৰাপ্তি কৰি পূৰ্ণ মোক্ষ লাভ কৰিব পাৰি। অন্যথাই নকলী নাম দাতা সন্ত, মহন্তৰ মিঠা কথাত ভোল গৈ শাস্ত্রবিধি ৰহিত সাধনা কৰি কালৰ জালত বন্দী হব লাগিব। আকৌ কষ্টৰ ওপৰত কষ্ট ভুগিব লাগিব।
।। গৰীবদাস মহাৰাজৰ বাণী ।।
(সৎগ্রন্থ সাহিব পৃষ্ঠা নং ৬৯০ ৰ পৰা) মায়া আদি নিৰঞ্জন ভাই, অপনে জায়ে আপৈ খাই। ব্ৰহ্মা বিষ্ণু মহেশ্বৰ চেলা, ওঁ সৌহম কা হৈ খেলা।। সিখৰ সুন্ন মে ধর্ম অন্যায়ী, জিন শক্তি ডায়ন মহল পঠাই।। লাখ গ্রাসৈ নিত উঠ দুতী, মায়া আদি তত্ত্ব কে কুতী।। সরা লাখ ঘড়িয়ে নিত ভাড়ে, হংসা উৎপত্তি পবলয় ডাডে?? য়ে তীনো চেলা বটপাৰী, সিবজে পুৰুষা সিবজী নাৰী।।
বোখাপুব মে জীব ভুলায়ে, স্বপনা বহিস্ত বৈকুণ্ঠ বনায়ে।।
য়ো হৰহট কা কুঁৱা লোই য়া গল বন্ধ্যা হে সব কোই।।
কীড়ী কুঞ্জৰ ঔৰ অৱতাৰা, হৰহট ডোৰী বন্ধে কঈ বাৰা ।।
অবব অলীল ইন্দ্র হৈ ভাই, হৰহট ডোৰী বন্ধে সব আই।।
শেষ মহেশ গনেশ্বৰ তাহি, হৰহট ডোৰী বন্ধে সব খেৱা।।
কোটিক কৰ্ত্তা ফিবতা দেখ্যা, হবহট ডোৰী কওঁ সুন লেখা।।
চতুর্ভুজী ভগবান কহাবৈ, হৰহট ডোৰী বন্ধে সব আবৈ।।
য়ো হৈ খোখাপুৰ কা কুঁৱা, য়া মে পড়া সো নিশ্চয় মুবা।।
জ্যোতি নিৰঞ্জন (কালবলী) ব বশৱত্তী হৈ এই তিনিও দেবতাই (বজগুণ ব্রহ্মা, সতগুণ-বিষ্ণু, তমগুণ-শিব) নিজৰ মহিমা দেখুৱাই জীৱক স্বৰ্গনৰক আৰু ভৱসাগৰত (চৌবাশী লাখ যোনিত) পথভ্রষ্ট কৰি ৰাখে। জ্যোতি নিৰঞ্জনে নিজৰ মায়াৰ দ্বাৰা নাগিনীৰ দৰে জীৱৰ উৎপন্ন কৰে আৰু নাগিনীয়ে নিজৰ পোৱালিক খোৱাৰ দবে খায়। নাগিনীয়ে নিজৰ নেজেবে কণীক চাৰিওফালে মেৰাই ধৰি কুণ্ডলীৰ মাজত ৰাখে আৰু কণীত খোঁট মাবে, ফলত কণী ভাঙি পোৱালি ওলায়। পোৱালি যদি কুণ্ডলীৰ বাহিব হয় সি জীবিত থাকে অন্যথাই কুণ্ডলীৰ ভিতৰত থকা সকলো পোৱালিক নাগিনীয়ে খাই শেষ কৰে।
“মায়া কালী নাগিনী অপনে জায়ে খাত।
কুণ্ডলী মে ছোড়ৈ নহী সৌ বাতোঁ কী বাত।।”
এই কালবলী (ব্রহ্মা) ৰ জাল নাগিনীৰ কুণ্ডলীৰ দৰে। উপযুক্ত সন্ত বা গুৰৰ পৰা দীক্ষা লৈ অন্য দের দেৱীৰ পৰা আৰম্ভ কৰি নিৰঞ্জন (ব্রহ্ম) পর্যন্তৰ ভক্তি সাধনা কৰিলেও এই নিবঞ্জনৰ কুণ্ডলী (একৈশ ব্রহ্মাণ্ড) ব পৰা ওলাই যাব নোৱাবি। স্বয়ং ব্রহ্মা, বিষ্ণু, মহেশ আৰু আদিমায়া দুর্গাও নিৰঞ্জনৰ কুণ্ডলীৰ ভিতৰত আছে। এওঁলোক বৰ অসহায়, অৱতাৰ ধাৰণ কৰি আহে আৰু জন্ম মৃত্যুৰ চক্ৰত বন্দী হয়। সেই কাৰণে ধ্রুব, প্রহ্লাদ আৰু শুকদের ঋষি সকলে ‘সৌহম’ মন্ত্র জপ কৰিও পূৰ্ণ মোক্ষ লাভ কৰিব নোৱাৰিলে। কাৰণ শ্রী বিষ্ণু পুৰাণৰ প্ৰথম অংশৰ, অধ্যায় ১২ ব শ্লোক নং ৯৩ ত (পৃষ্ঠা ৫১) লিখা আছে যে ধ্রুরও কেবল এক কল্প অর্থাৎ এক হাজাৰ চতুযুর্গ লৈকেহে মুক্ত হৈ থাকিব। এই কাৰণে ধ্রুরও কাল লোকত আছে। “ওঁ নংঃ ভগবতে বাসুদেবায়” মন্ত্র জপ কৰা ভক্ত সকলে কৃষ্ণ ভগৱানৰ ভক্তি কৰিছে। তেওঁলোকো চৌবাশী লাখ যোনিৰ কাল চত্ৰৰ পৰা মুক্ত নহয়। ইয়াৰ প্ৰত্যক্ষ প্রমাণ পূজ্য কৰীৰ চাহেব আৰু আদৰণীয় গৰীবদাস মহাৰাজৰ বাণীত উল্লেখ আছে।
অনন্ত কোটি অরতাব হে, মায়া কে গোবিন্দ।
কর্তা হো হো অবতাবে বছর পড়ে জগ ফন্দ।।
সতাপুৰুষ কবীৰ চাহেবৰ ভক্তিৰ দ্বাৰাহে জীৱ সম্পূর্ণ মুক্ত হব পাৰিব। যেতিয়ালৈকে জীর সত্যলোকলৈ উভতি নাযায় তেতিয়ালৈকে কাল লোকত এইদৰে কর্ম কৰি থাকিব আৰু নিজে কৰা ভক্তি আৰু দান ধৰ্মৰ উপাৰ্জন (পূণ্যফল) স্বর্গরূপী হোটেলত সমাপ্ত কৰি উভতি আহিব আৰু কৰ্মৰ আধাৰত চৌৰাশী লাখ প্ৰকাৰৰ প্ৰাণীৰ শৰীৰত কষ্ট ভুগিবলৈ কাল লোকত ঘূৰি ফুৰিব অর্থাৎ জন্ম আৰু মৃত্যু হৈ থাকিব। মায়া (দুর্গা)ৰ পৰা উৎপন্ন হৈ কোটি কোটি গোবিন্দ (ব্রহ্মা, বিষ্ণু, শিব) মৰি গল। ভগৱানৰ অৱতাৰ হৈ আহিছিল। আকৌ কর্মবন্ধনত বান্ধ খাই কর্মফল ভোগ কৰি চৌৰাশি লাখ যোনিলৈ গুচি গল। উদাহৰণ স্বৰূপে ভগবান বিষুক দেৱর্ষি নাবদে অভিশাপ দিলে। তেওঁ শ্রী বামচন্দ্ৰৰ ৰূপত অযোধ্যালৈ আহিল। পিছত আকৌ বালীক বধ কৰিলে। ইয়াৰ দণ্ড ভূগিবলৈ শ্রী কৃষ্ণ ৰূপত আকৌ জন্ম গ্রহণ কৰিলে। আকৌ বালীৰ আত্মাও চিকাৰী ৰূপত জন্ম ললে আক নিজৰ প্রতিশোধ ললে। শ্রী কৃষ্ণৰ ভবিত বিষাক্ত শৰ মাৰি বধ কৰিলে। মহাবাজ গৰীবদাস দেরে নিজব বাণীত কৈছে।
ব্রহ্মা বিষ্ণু মহেশ্বৰ মায়া, ঔৰ ধৰ্মৰায় কহিয়ে।
ইন পাচোঁ মিল পৰপঞ্চ বনায়া, বাণী হমবী লহিয়ে।।
ইন পাচো মিল জীর অটকায়ে, জুগন-জুগন হম আন ছুটায়ে।
বন্দী ছোড় হমাৰা নাম অজৰ অমৰ হৈ অস্থিৰ ঠাম।।
পীর পয়গম্বব কুতুব উলিয়া, সুখ নব মুনিজন জ্ঞানী।
য়েতা কো তো বাহন পায়া, জম কে বন্ধে প্রাণী।।
ধর্মবায় কী ধুমা-ধামী, জম পৰ জঙ্গ চলডি।
জোবা কো তো জানন দুগা, বান্ধ অদল ঘৰ ল্যার্ড।।
কাল অকাল দোই কো মোচু, মহাকাল সিৰ মুডু।।
মৈ তো তত্ত হজুৰী হুকুমী, চোৰ খোজ কুঁ চুঁচু।।
পুৰণা কিতাপৰ ২৮১ পৃষ্ঠা হবহট কুৱাৰ চিত্র
মূলা মায়া মগ মে বৈঠী, হংসা চুন-চুন খাই।
জ্যোতি স্বরূপী ভয়া নিবঞ্জন মৈ হী কর্তা ভাই।।
সাহস অঠাসী টীপ মুনীশ্বৰ, বন্ধে মূলা ডোৰী।।
ঐত্যা মে জম কা তলবানা, চলিত্র পুরুষা কিশোৰী।।
মুলা কা তো মাতা দাওঁ, সতকী মোহৰ কৰগাঁ।
পুরুষ দ্বীপ কু হংস চলাউ, দৰা ন বোকন দুর্গা।।
হম তো বন্দী ছোড় কহাঁরা, ধর্মবায় হৈ চকরৈ।
সত্যলোক কী সকল সুনাৱা, বাণী হমৰী অখবৈ।।
নৌ লখ পটটন উপৰ খেলু, সাহদবে কু ৰোকু ।।
দ্বাদশ কোটি কটক সব কাটু, হংস পঠাউ মোথু ।।
চৌদহ ভূবন গমন হৈ মেৰা, জল থল মে সৰবঙ্গী ।।
খালিক খলক খলক মে খালিক, অবিগত অচল অভঙ্গী।।
অগৰ অলীল চক্ৰ হৈ মেৰা, জিত সে হম চল আয়ে ।।
পাচোঁ পৰ প্ৰৱাণা মেৰা, বন্ধি ছুটাবন ধায়ে।।
জহাঁ ওঁকাৰ নিবন্ধন নাহী, ব্রহ্মা বিষ্ণু বেদ নহী জাহী।
জহাঁ কৰতা নহী জান ভগৱানা, কায়া মায়া পিণ্ড ন প্রাণা।।
পাঁচ তত্ব তীনো গুন নাহী, জোৰা কাল দ্বীপ নহী জাহী।
অমৰ কৰু সকলোক পঠাউ, তাতৈ বন্দী ছোড কহাউ।।
কবীৰ পৰমেশ্বৰৰ (কবিদৱেৰ) গুণানু কীৰ্ত্তন কৰি আদৰণীয় গৰীবদাসে কৈছে যে আমাৰ প্ৰভু কৰীৰ (কবিদের) মুক্তি দাতা হয়। বন্দীছোড (বন্ধনৰ পৰা মুক্ত) ব ভাৱাৰ্থ হল কালৰ কাৰাগাৰৰ পৰা মুক্ত কৰি দিওঁতা। কাল ব্ৰহ্মৰ একৈশ ব্রহ্মাণ্ডত সকলো প্রাণী পাপৰ কাৰণে বন্দী হৈ আছে। পূৰ্ণ পৰমাত্মা (কবিদের) কবীৰ চাহেবে পাপ নাশ কৰি দিয়ে। পাপৰ নাশ ব্রহ্ম পৰব্ৰহ্ম, ব্রহ্মা, বিষ্ণু, শিব আদি কোনেও কৰিব নোৱাবে। এওঁলোকে জীৱই যেনে কর্ম কৰে মাত্ৰ তাৰ ফলহে দিয়ে। এই কাৰণে যজুর্বেদৰ পঞ্চম অধ্যায়ৰ মন্ত্র ৩২ ত লিখা আছে- “কবিব অংঘাৰি ৰসি” কবিদের (কবীৰ পৰমেশ্বৰ) পাপৰ শত্রু হয়, “বস্তাৰিৰসি” বন্ধনৰ শত্রু অর্থাৎ বন্দীছোড় (মুক্তিদাতা) হয়। এই পাঁচ (ব্রহ্মা, বিষ্ণু, শিৱ, মাযা আৰু ধৰ্মৰায়) জনৰ ওপৰত সত্যপুৰুষ পৰমাত্মা (কর্বিদের) আছে। তেওঁ সত্যলোকৰ গৰাকী। বাকী সকলো ব্রহ্ম, পৰব্ৰহ্ম আৰু ব্ৰহ্মা, বিষ্ণু, শিৱ, আদি মায়া নাশৱান পৰমাত্মা হয়। মহাপ্রলয়ৰ সময়ত এওঁলোক সকলো লগতে এওঁলোকৰ সকলো লোক (ব্রহ্মাণ্ড) সমাপ্ত হৈ যাব। সাধাৰণ জীবৰ তুলনাত এওঁলোকৰ আয়ু হাজাৰ গুণ অধিক। কিন্তু সেই দীর্ঘায়ু সময় নির্দিষ্ট, গতিকে এদিন নিশ্চয় শেষ হব। আদৰণীয় গৰীবদাসদের মহাৰাজে কৈছো শিব ব্রহ্মা কা ৰাজ, ইন্দ্ৰ গিনতী কহাঁ। চাৰ মুক্তি বৈকুণ্ঠ সমবঝ, এতা লহ্যা। সংখ জুগন কী জুনী, উত্ত বড় ধাৰিয়া। জা জননী কুবান সু কাগজ পাৰিয়া।। য়েতী উম্র বুলন্দ মৰৈগা অন্তৰে। সতগুৰু লগে ন কান, ন ভৈটে সন্তবে।। অসংখ্য যুগ পর্যন্তৰ দীঘলীয়া আয়ুস থাকিলেও, সেইটো এদিন নিশ্চয় সমাপ্ত হব। সত্যপুৰুষ পৰমাত্মা (কবিৰ্দেক) কবীৰ চাহেবৰ প্রতিনিধি পূর্ণ সন্ত (গুরু) যি জনে তিনিটা নামৰ (যাৰ এটা ঐ+ তত সত সাংকেতিক হয়) মন্ত্র দিয়ে আৰু যিজনে পূর্ণ সম্ভব পৰা নাম দান কৰাৰ আদেশ পাইছে, তেওঁৰ পৰা উপদেশ (নাম/মন্ত্র) লৈ ভক্তি ধনৰ উপাৰ্জন কৰিলে আমি সত্যলোকৰ অধিকাৰী (যোগ্য) হংস হব পাৰিম। সত্য সাধনা অবিহনে অতি দীঘলীয়া আয়ুস পালেও কোনো লাভ নহব কাৰণ নিৰঞ্জন (কাল ব্রহ্মা) ব লোক দুখৰ পাহাৰ
কবীৰ, জীবনা তো থোড়া হী ভলা,
জৈ সত সুমৰণ হোয়।