ইয়াৰ প্ৰমাণ পবিত্র গীতা শাস্ত্ৰৰ চতুদর্শ অধ্যায়ৰ শ্লোক নং ৩ ৰ পৰা ৫ লৈকে আছে। ব্রহ্মই কৈছে যে প্রকৃতি (দুর্গা) তেওঁৰ পত্নী হয়, তেওঁ (ব্রহ্ম/কাল) দুৰ্গাৰ পতি হয়। ব্রহ্মই কৈছে যে তেওঁলোক দুয়োৰে সংযোগৰ পৰা সকলো প্ৰাণীৰ লগতে তিনি গুণৰ (ৰজগুণ, ব্রহ্মা, সতগুণ বিষ্ণু, তমগুণ শির) উৎপত্তি হৈছে। ব্রহ্মই আকৌ কৈছে- “মই সকলো প্রাণীব পিতা আৰু দুর্গা মাতা। দুৰ্গাৰ গৰ্ভত মই বীজ স্থাপন কৰো, যৰ পৰা সকলো প্রাণী উৎপত্তি হয়। প্রকৃতি দুৰ্গাৰ পৰা উৎপন্ন হোৱা তিনিগুনে (বজগুণ-ব্রহ্মা, সতগুণ-বিষ্ণু আৰু তমগুণ-শিব) জীৱক কৰ্মৰ ভিত্তিত শৰীৰত বান্ধি বাখে।
এই প্রমাণ পঞ্চদশ অধ্যায়ৰ শ্লোক ১-৪ আৰু ১৬-১৭ ৩ দিযা আছে।
গীতাৰ পঞ্চদশ অধ্যায়ৰ ১ নং শ্লোক:
উর্দ্ধমূলম, অধঃশাখম, অশ্বথম, প্রাহঃ, অব্যয়ম
হৃদাসি, রস্য, পণানি, যঃ তম্ বেদ, সঃ বেদবিত।।
অনুবাদঃ (উর্দ্ধমূলম) ওপৰত পূর্ণ পৰমাত্মা আদি পুৰুষ ৰুপী শিপা থকা (অধঃশাখম) তলত তিনি গুণ অর্থাৎ বজণ্ডণ ব্রহ্মা, সতগুণ বিষ্ণু আৰু তমণ্ডণ শিৱ ৰূপী শাখা থকা (অব্যয়ম) অবিনাশী (অশ্বপম) বিস্তাৰিত আঁহতৰ গছ আছে, (য়স্য) যাব (ছন্দাসি) বেদত ছন্দ থকাৰ দবে এই সংসাৰ ৰূপী বৃক্ষৰো সৰু-সৰু বিভাগ-ভাল আৰু (পণানি) পাত (প্রাহু) আছে বুলি কোৱা হৈছে, (তম) সেই সংসাৰ ৰূপী বৃক্ষক (যঃ) যিজনে (বেদ) বিস্তাবিত ভাবে জানে (সঃ) সেইজন (বেদবিত) পূর্ণজ্ঞানী অর্থাৎ তত্বদর্শী সন্ত। গীতাৰ পঞ্চদশ অধ্যায়ৰ ২ নং শ্লোক-
অধঃ, চ, উর্দ্ধম, প্রসূতাঃ, তস্য, শাখা: গুণ প্রবৃদ্ধাঃ
বিষয় প্রৱালাঃ, অধঃ, চ, মূলানি, অনুসন্ততানি, কর্মানুবন্ধীনি, মনুষ্যলোকে।।
অনুবাদঃ (তস্য) সেই বৃক্ষৰ (অধঃ) তলৰফালে (চ) আৰু (উর্দ্ধম) ওপৰফালে (গুণ প্রবৃদ্ধা) তিনিগুণ ব্রহ্মা-বজগুণ, বিষ্ণু সতগুণ, শিব-তমগুণ ৰুপী (প্রসূতা) বিস্তাৰিত হোৱা (বিষয় প্রবালা) বিকাৰ কাম, ক্রোধ, মোহ, লোভ, অহঙ্কাৰ ৰূপী কলি (শাখা) ডাল সদৃশ ব্রহ্মা, বিষ্ণু, শিব (ক্রমানুবন্ধীনি) জীৱক কর্ম বন্ধনত বান্ধি ৰখা (মূলানি) শিপা অর্থাৎ মুখ্য কাৰণ হয়, (চ) আৰু (মনুষ্যলোকে) মনুষ্যলোক অর্থাৎ পৃথিবী লোকত (অধঃ) তলত নৰক, চৌৰাখী লাখ, যোনিত (ঊর্দ্ধম) উপৰত স্বর্গলোক আদিত (অনুসন্ত তানি) এই কর্ম বন্ধনৰ জাল ব্যৱস্থিত কৰি থোৱা আছে।
গীতা পঞ্চদশ অধ্যায়ৰ শ্লোক নং ৩
ন, ৰুপম্ অস্য, ইহ, তথা, উপলভ্যতে, ন, অন্তঃ ন, চ. আদিঃ ন, চ,
সম্প্রতিষ্ঠা, অস্বথম, এনম্ সুবিঝড় মূলম, অসঙ্গ শস্ত্রেণ, দৃটেন, ছিত্বা।।
অনুবাদ: (অস্য) এই বছনাৰ (আদিঃ) আৰম্ভণিও (ন) নাই (চ) আৰু (অন্তঃ) অন্তও (ন) নাই, (তথা) তেনেকুৱা (ৰুপম) স্বৰুপ (ন, উপলভ্যতে) পোৱা নাযায়, (চ) আৰু (ইহ) ইয়াত বিবেচনা কৰোঁতে অর্থাৎ মোৰ দ্বাৰা প্ৰদান কৰি থকা গীতাৰ জ্ঞানত সম্পূর্ণ তথ্য মই (ন) দিব পৰা নাই, (সম্প্রতিষ্ঠা) কাৰণ সৰ্ব ব্ৰহ্মাণ্ডৰ ৰছনাৰ যথাযথ স্থিতিৰ জ্ঞান মোৰ নাই, (এনম) এই (সুবিকচমূলম) স্থায়ী, স্থিৰ ৰূপত থকা, (অশ্বথম) দৃঢ়, শকত স্বৰুপ থকা সংসাৰ ৰূপী বৃক্ষৰ জ্ঞানক (অসংগ শস্ত্রেণ) পূর্ণ জ্ঞান ৰূপী (দূড়েন) দৃঢ় সুক্ষ্ম বেদ অর্থাৎ
তহুঞ্জনের থাকা জানি লৈ, (দিহা) কাটি লৈ অর্থাৎ নিবঞ্জনৰ ভক্তিক ক্ষণস্থায়ী অর্থাৎ ক্ষণভম্বর বুলি জানি, ব্রহ্মা, বিষ্ণুৎ, শির, ব্রহ্মা আৰু পৰব্ৰহ্মাৰো ওপৰত থকা পূৰ্ণ ব্ৰহ্মাৰ অনুসন্ধান কৰিব লাগিব।
গীতাৰ পঞ্চদশ অধ্যায়ৰ ৪ নং শ্লোক-
ততা পদম্, তত, পৰিমার্গিতব্যম, রস্মিন, গতাঃ ন, নিবভান্তি ভুয়ঃ, তম্, এব, চ্ আদ্যম, পুৰুষম্, প্রপদ্যে, যতঃ, প্রবৃতি প্রসূতা, পুৰাণী।।
অনুবাদ: যেতিয়া তত্বদর্শী সন্ত পোৱা যায়, (ততঃ) তাৰ পিছত (তত্) সেই পৰমাত্মাব (পদম) পদ-স্থান অর্থাৎ সত্যলোক (পৰিমার্গিতব্যম) ভালদৰে বিচাৰিব লাগিব (যস্মিন) যত (গতাঃ) যোৱা সাধক (ভূয়) আকৌ (ন, নিবতান্তি) উভতি সংসাৰলৈ নাহে (চ) আৰু (যতঃ) যিজনপৰমাত্মা পৰম অক্ষৰ ব্ৰহ্মৰ পৰা (পুৰাণী) আদি (প্রকৃতি) বছনা সৃষ্টি (প্রসূতা) উৎপন্ন হল, (তম) অজ্ঞাত (আদ্যম) আদি যম অর্থাৎ মই কাল নিবঞ্জন (পুরুষম) পূর্ণ পৰমাত্মাৰ (এব) হে (প্রপদ্যে) শবগত আছো আৰু তেওঁৰেই পূজা কৰোঁ।
গীতা পঞ্চদশ অধ্যায়ৰ শ্লোক নং ১৬
দৌ, ইমৌ, পুরুষৌ, লোকে, ক্ষৰঃ, অক্ষবঃ, এব, চ, ক্ষৰঃ, সর্বাণি, ভূতানি, কুটছঃ, অক্ষৰঃ, উচ্যতে।।
অনুবাদ: (লোকে) এই সংসাৰত (ঘৌ) দুই ধৰণৰ (ক্ষবঃ) নাশৱান (চ) আৰু (অক্ষৰ) অবিনাশী (পুরুষৌ) ভগবান আছে (এব) এনেদবেই (ইমৌ) এই দুজন প্ৰভুৰ লোকত (সর্বাণি) সম্পূর্ণ (ভূতানি) প্ৰাণীৰ শৰীৰ (ক্ষবঃ) নাশবান (চ) আৰু (কূটস্থঃ) জীবাত্মা (অক্ষৰ) অবিনাশী (উচ্যতে) বুলি কোৱা হয়।
গীতা পঞ্চদশ অধ্যায়ৰ ১৭ নং শ্লোক
উত্তমঃ, পুরুষঃ, তু, অন্যঃ, পৰমাত্মা, ইতি, উদাহৃতঃ, যঃ লোকত্রয়ম, আবিশ্য, বিভর্তি অব্যয়ঃ, ইশ্বৰঃ।।
অনুবাদঃ (উত্তমঃ) উত্তম (পুৰুষঃ) প্রভু (তু, অন্যঃ) ওপৰোক্ত দুয়ো প্রভু “ক্ষৰ পুৰুষ তথা অক্ষৰ পুৰুষৰ পৰা বেলেগ আছে, (ইতি) এইজনক প্রকৃত (পৰমাত্মা) পৰমাত্মা (উদাহৃতঃ) বুলি কোৱা হয় (যঃ) যি জনে (লোকত্রয়ম) তিনিও লোকত (আবিশ্য) প্রবেশ কৰি (বিভর্তি) সকলোৰে পালন পোষণ কৰে আৰু এওঁবেই (অব্যয়ঃ) অবিনাশী (ঈশ্বৰ) ঈশ্বৰ (প্ৰভুসকলৰ ভিতৰত শ্রেষ্ঠ অর্থাৎ সমর্থবাণ প্রভু) হয়।
সাৰাংশ: গীতা জ্ঞান দাতা প্রভুরে মাত্র এইটোহে কৈছে যে এই সংসাৰ ওলোটাকৈ ওলমি থকা বুক্ষন দবে জানিবা। ওপৰৰ শিপা (মূল) পূর্ণ পরমাত্মা হয়। তলৰ ডাল, শাখাডাল আদি অন্য বিভাগ বুলি জানিবা। এই সংসাৰ ৰূপী বৃক্ষৰ বিভিন্ন ভাগৰ বিৱৰণ যিজন সন্তই জানে সেইজন তত্বদর্শী সম্ভ হয়, যাব বিষয়ে গীতাৰ চতুর্থ অধ্যায়ৰ ৩৪ নং শ্লোকত উল্লেখ কৰা হৈছে। পঞ্চদশ অধায়ৰ ২ আৰু ৩ নং শ্লোকত মাত্র ইমানেই কৈছে যে সেই বৃক্ষৰ তিনিগুণ ৰূপী শাখা (ডাল) আছে। মোৰ বিবেচনাৰে অর্থাৎ গীতাত মই (গীতা জ্ঞান দাতা) আপোনাক সম্পূর্ণ তথ্য দিব নোৱাৰোঁ কাৰণ এই সংসাৰ ৰছনাৰ আদ্যোপান্ত জ্ঞান মোৰ নাই। তাৰ বাবে চতুর্থ অধ্যায়ৰ ৩৪ নং শ্লোকত কৈছে যে কোনো তত্বদর্শী সন্তৰ পৰা সেই পূর্ণ পরমাত্মা সম্পর্কীয় জ্ঞান জানি লবা। পঞ্চদশ অধ্যায়ৰ ১ নং শ্লোকত সেই তত্বদর্শী সন্ত সর্ম্পকে কৈছে যে তেওঁ সংসাৰ ৰূপী বৃক্ষৰ প্ৰতিটো বিভাগৰ জ্ঞান দিব, সন্তজনক সুধি লবা। গীতাৰ পঞ্চদশ অধ্যায়ৰ ৪ নং শ্লোকত কৈছে যে সেই তত্বদর্শী সন্তক লগ পোৱাৰ পিছত সেই পৰমপদ পৰমেশ্বৰক বিচাৰিব লাগিব অর্থাৎ সেই তত্ত্বদর্শী সন্তই দিয়া জ্ঞান অনুসৰি সাধনা কৰিব লাগিব যাৰ দ্বাৰা পূর্ণ মোক্ষ (অনাদি মোক্ষ। লাভ হব। পঞ্চদশ অধ্যায়ৰ ১৬ আৰু ১৭ নং শ্লোকত স্পষ্ট কৰা হৈছে যে তিনিজন প্রভু আছে, ক্ষবপুৰুষ অক্ষৰ পুৰুষ, পৰম অক্ষৰ ব্ৰহ্মা। ক্ষৰ পুৰুষ আৰু অক্ষৰ পুৰুষ প্ৰকৃততে অবিনাশী নহয়। অবিনাশী পরমাত্মা পৰম অক্ষৰ ব্ৰহ্ম, পৰম অক্ষৰ পুৰুষ তিনিও লোকত প্রবেশ কবি সকলোবে পালন-পোষণ
কবে।
ওপৰত উল্লেখ কৰা হৈছে যে গীতাৰ পঞ্চদশ অধ্যায়ৰ ১-৪ আৰু ১৬-১৭ নং শ্লোকত প্রমাণিত হৈছে যে ওলোটাকৈ ওলমি থকা সংসাৰ ৰূপী বৃক্ষৰ মূল অর্থাৎ শিপা হ’ল পৰম অক্ষৰ ব্ৰহ্ম অর্থাৎ পূৰ্ণ ব্ৰহ্ম যাৰ দ্বাৰা সম্পূর্ণ বৃক্ষৰ পালন পোষণ হয় আৰু বৃক্ষৰ যি অংশ পৃথিৱীৰ পৰা বাহিৰত মাটিৰ ওপৰত দেখা পোৱা যায় সেইটো গা-গছ হয়। এই গা-গছ অংশ অক্ষৰ পুৰুষ অর্থাৎ পৰব্ৰহ্মবুলি জানিব। গা-গছৰ আৰু ওপৰলৈ গৈ শকত ডাল ওলায় এই শকত ডাল এটাক ব্রহ্ম অর্থাৎ ক্ষৰ পুৰুষ বুলি জানিব আৰু সেই ডালৰ পৰা অন্য তিনিটা শাখা ডালি ওলাইছে সেই বোৰক ক্রমে ব্রহ্মা, বিষ্ণু আৰু শিৱ বুলি জানিব তথা শাখাৰ পৰা ঠাল ঠেঙুলি আৰু পাত ৰূপত সাংসাৰিক প্রাণী বুলি জানিব। উপৰোক্ত পঞ্চদশ অধ্যায়ৰ ১৬-১৭ নং শ্লোকত স্পষ্ট হৈছে যে ক্ষৰ পুৰুষ (ব্রহ্ম) আৰু অক্ষৰ পুৰুষ (পৰ ব্ৰহ্ম) লগতে এই দুয়োৰো লোকত যিমান প্রাণী আছে তেওঁলোকৰ স্কুল শৰীৰ নাশৱান হয় আৰু জীবাত্মা অবিনাশী হয় অর্থাৎ ওপৰোক্ত দুয়ো প্রভু আৰু এওঁলোকৰ অন্তৰ্গত সকলো প্রাণী বিনাশী হয়। অক্ষৰ পুৰুষ (পৰব্ৰহ্ম) ক অবিনাশী বুলি কোৱা হৈছে, কিন্তু প্রকৃততে অবিনাশী পৰমাত্মা
ক্ষৰ আৰু অক্ষৰ পুৰুষত কৈ সম্পূর্ণ বেলেগ হয়। সেই পৰম অক্ষৰ ব্রহ্মাই অর্থাৎ পূর্ণ ব্রহ্মাই তিনিওলোকত প্রবেশ কৰি সকলোৱে পালন পোষণ কৰে। ওপরোক্ত বিৱৰণত তিনিওজন প্রভুর বেলেগে-বেলেগে সম্পূর্ণ বিৱৰণ দিয়া হ’ল।
“পৰিত্ৰ বাইবেল তথা পবিত্র কোৰাণ শ্বৰীফত সৃষ্টি বছনাৰ প্রমাণ”
আছে। সৃষ্টি বছনাৰ প্ৰমাণ পবিত্র বাইবেল আৰু পবিত্র কোৰাণ শ্বৰীফত লিপিবদ্ধ কৰা
কোৰাণ শ্বৰীফত পবিত্র বাইবেলবো জ্ঞান আছে, এই কাৰণে এই দুয়োখন সদগ্রন্থই সৃষ্টি কর্তা কোন, কেনেকুৱা আৰু তেওঁৰ প্ৰকৃত নাম কি এই সম্পকে একে ধৰণৰ প্ৰমাণ দাঙি ধৰিছে।
পবিত্র বাইবেল (উৎপত্তি গ্রন্থৰ পৃষ্ঠা ২, অধ্যায় ১৪ ২০-২০০৫)
ষষ্ঠদিনা: প্রাণী আৰু মনুষ্য:
অন্য প্রাণী বিলাকৰ সৃষ্টি কৰি ২৬. আকৌ পৰমেশ্বৰে কলে যে তেওঁ মানুহক তেওঁৰ নিজৰ স্বৰূপৰ লগত সাদৃশ্য বাখি উৎপত্তি কৰিব, যি মানুহে সকলো প্রাণীক নিজৰ অধীনত ৰাখিব। ২৭ তেতিয়া পৰমেশ্বৰে মানুহক নিজৰ স্বৰূপত উৎপন্ন কৰিলে, নৰ আৰু নাৰী হিচাপে মানুহৰ সৃষ্টি কৰিলে।
২৯. প্রভূৱে মানুহৰ আহাৰৰ বাবে বীজ থকা (গুটি থকা) সৰু গছ আৰু গুটি থকা ফলৰ গছ প্রদান কৰিলে (মাংস খাবলৈ কোৱা নাই)
সপ্তম দিন: বিশ্রামব দিন।
কৰিলে। পৰমেশ্বৰে ছয় দিনত সকলো সৃষ্টিৰ উৎপত্তি কৰিলে আৰু সপ্তম দিনত বিশ্রাম
পবিত্র বাইবেলে সিদ্ধ কৰি দিলে যে পৰমাত্মাৰ শৰীৰ মানুহৰ শৰীৰ নিচিনা, যি জনে ছয় দিনত সকলো সৃষ্টিৰ বছনা কৰিলে আৰু বিশ্রাম কৰিলে।
“পবিত্র কোৰাণ শ্বৰীফ (সুৰত ফুৰ্কানি ২৫, আয়ত নং ৫২,৫৮,৫৯)
।।৫২।। আয়ত ৫২:-ফলা তৃতিয়ল-কাফিৰণৱ জহিদহুম বিহী জিহাদন কবীবা (কবীকন)
ইয়াৰ ভাৱাৰ্থ এইটো:- হজৰত মহম্মদৰ খুদাই (প্রভু) কৈ আছে যে- হে পয়গম্ববঙ্গ আপুনি কাফিৰ সকলৰ (এক প্ৰভুৰ ভক্তি এবি অন্য দেৱ দেৱীৰ মুক্তিৰ পূজা কৰা সকল) কথা নেমানিব, কাৰণ তেওঁলোকে কবীৰক পূৰ্ণ পৰমাত্মা বুলি মানি লোৱা নাই। আপুনি মোৰ দ্বাৰা এই কোরাণ শ্ববীযত দিয়া জ্ঞানব আধাবত সম্পূর্ণ ভারে বিশ্বাস কৰিব যে কণীৰ পূর্ণ ভগবান হয়, আৰু কবীৰ আল্লাহৰ বাবে সংঘর্ষ কৰিব (কাজিয়া নকৰিব) অর্থাৎ কৰীৰ পূর্ণ প্রভু হয় বুলি বিশ্বাস কৰিব, অন্য কাৰো, কোনো কথা নুশুনিব।
আয়ত ৫৮:- ব তবক্কল তলল- হকি প্রজী লা যমৃতু ব সব্বিহ বিহমদিহী ব কফা বিহী বিজুনুবি অিবাদিহী খবীৰা (কৰীৰা)।। ৫৮।।
ভাবার্থঃ- হজৰত মহম্মদে যি জনক নিজৰ প্ৰভু মানি লৈছে সেইজন আল্লাই (প্রভুবে) অন্য বেলেগ পূর্ণ প্ৰভুৰ ফালে ইঙ্গিত দি কৈছে হে পয়গম্ববঙ্গ সেই কবীৰ পৰমাত্মাৰ ওপৰত বিশ্বাস কৰা যি জনে জিন্দা মহত্মাব ৰুপত আহি তোমাক লগ ধৰিছিল। তেওঁৰ কেতিয়াও মৃত্যু নহয় অর্থাৎ তেওঁহে প্রকৃততে অবিনাশী। তেওঁক প্রসংশা কবি তেওঁৰ পবিত্র মহিমাৰ গুনাণু কীৰ্ত্তন কৰি যোৱা, সেইজন কৰীৰ আল্লা (প্রভু) কবিদের পূজনীয় হয় আৰু নিজৰ উপাসক সকলৰ সকেেলা পাপ বিনাশ কৰি দিব।
আয়ত ৫৯:- অল্পজী খলক চ্চমাবতি বলঅর্জ’র মা বৈনহুমা ফী সিত্ততি অয়্যামিন সুম্মম্ভবা অললঅর্শি অর্বহমানু ফসঅল বিহী খবীৰণ (কৰীৰণ)।।৫৯।।
ভাবার্থ:- কোৰাণ শ্বৰীফৰ জ্ঞান দাতা প্রভু (আল্লাহ) য়ে হজৰত মহম্মদক কৈ আছে যে এইজন কৰীৰ প্রভু সেইজনেই হয় যি জনে পৃথিৱী আৰু আকাশৰ মাজৰ সকলো সৃষ্টি ছয় দিনত কবি সপ্তম দিনত ওপৰৰ নিজৰ সত্যলোকৰ সিংহাসনত বিৰাজমান হ’ল (বহিল) তেওঁৰ বিষয়ব তথ্য কোনোবা তত্বদর্শী সন্ত (বাখবৰ) ৰ পৰা জানি লোৱা। সেই পূৰ্ণ পৰৰ্মাত্মাৰ প্ৰাপ্তি কেনেকৈ হব তাব প্রকৃত জ্ঞান কোনোবা তত্বদর্শী সন্ত (বাখবৰ) ক সুধি লোৱা, মই (কোৰান শ্বৰীফৰ জ্ঞান দাতা) নাজানো। এতিয়া স্পষ্ট হ’ল যে দুয়ো পবিত্র ধর্ম (খৃষ্টান আৰু মুছলমান, ইচলাম) ব পবিত্র শাস্ত্রইও মিলিজুলি প্রমাণিত কৰি দিলে যে সকলো সৃষ্টিৰ ৰছনা কর্তা, সকলো পাপ বিনাশক, সর্ব শক্তিমান, অবিনাশী পৰমাত্মা মানর সদৃশ আকাৰত আছে আৰু সত্যলোকত থাকে। তেওঁৰ নাম কবীৰ হয়, তেওঁক আল্লাহ অকবিক বুলিও কোৱা হয়। আদৰণীয় ধর্মদাসে পূজ্য কবীৰ প্ৰভুক কলে “হে সর্বশক্তিমানঙ্গ আজিলৈকে এই তত্বজ্ঞান কোনেও নকলে, বেদৰ মৰ্ম গ্ৰাহী জ্ঞানী সকলেও নকলে। গতিকে এইটো নিশ্চিত যে চাৰিও পবিত্র বেদ আৰু চাৰিও পবিত্র কতেব (কোৰান শ্বৰীফআদি) মিছা হয়। তেতিয়া
“কবীৰ, বেদ কতেব ঝুঠে নহী ভাই, ঝুঠে হৈ জো সমঝে নাহি”।
ভাবার্থ:- চাৰিওটা পবিত্র বেদ। ঋগ বেদ, অর্থব বেদ, যজু বেদ, সাম বেদ) আৰু
চাৰিওটা পবিত্র কাতের (কোবাণ শরীফ, জবুব, তৌঘাত, ইঞ্জিল) ব জ্ঞান মিছা (ভুল) নহয়। কিন্তু এই জ্ঞানক বুজি নোপোৱা সঙ্কলহে মুর্খ।
“পূজ্য কৰীৰ পৰমেশ্বৰ (কবিৰ দেব) ব অমৃত বাণীত সৃষ্টি বছনা”
বিশেষ: নিম্ন অমৃত বাণী ১৪০৩ চনৰ পৰা (যেতিয়া পূজ্য কবীৰদেৱৰ (কবিৰ পৰমেশ্বৰ) লীলাময় শৰীৰত পাঁচ বছৰ বয়সৰ হৈছিল) ১৫১৮ (যেতিয়া কবীৰদেৱ (কবিব পৰমেশ্বৰ) মগহৰ নামৰ ঠাইত সশৰীৰে সত্যলোক গৈছিল) চনৰ মাজত প্রায় ছয়শ বছৰ পূর্বে পৰম পূজ্য কবিৰ পৰমেশ্বৰ (কবিদেৱ ) ৰ দ্বাৰা নিজৰ সেৱক (দাস/ভক্ত) আদৰণীয় ধর্মদাসক গুনোরা হৈছিল আৰু ভক্তিৰ ধনী ধর্মদাসে লিপিবদ্ধ কৰিছিল। কিন্তু সেই সময়ৰ পবিত্র হিন্দু আৰু পবিত্র মুছলমান ধৰ্মৰ বেঙা (মুখ) গুৰু সকলে কলে যে এই তাঁতী (কাপোৰ বোৱা জাতি) কবিবে মিছা মাতিছে। কোনো সৎগ্রন্থত ব্রহ্মা, বিষ্ণু আৰু শিৱৰ মা-দেউতাৰ নাম নাই। এই তিনিও প্রভু অবিনাশী, এওঁলোকৰ জন্ম মৃত্যু নহয়। পবিত্র বেদ আৰু পবিত্র কোৰাণ শ্বৰীফতো কবিৰ পৰমেশ্বৰ বুলি কোনো প্রমাণ নাই। পৰমাত্মাক নিৰাকাৰ বুলিহে লিখা আছে তেওঁলোকে আৰু কলে যে এই সৎগ্রন্থ বিলাক তেওঁলোকে সদায় অধ্যয়ণ কৰে। সহজসবল আত্মা (মানুহ) সকলে সেই বিচক্ষণ (চতুৰ গুৰু) গুৰুৰ ওপৰত বিশ্বাস কৰি ভাবিলে যে এই কবিৰ তাঁতী সঁচাকৈয়ে অশিক্ষিত আৰু গুৰুসকল শিক্ষিত হয়, এওঁলোকে নিশ্চয় সত্য কথাই কৈছে। আজি সেই সত্য পোহৰলৈ আহিব ধৰিছে আৰু আমাৰ সকলো পবিত্ৰ ধৰ্মৰ পবিত্ৰ সদগ্রন্থ তাৰ সাক্ষী ৰূপত আজিও বিদ্যমান, গতিকে এইটো সিদ্ধ হল যে পূৰ্ণ পৰমেশ্বৰ, সকলো সৃষ্টিৰ বন্ধনা কৰ্তা, কুলৰ মালিক আৰু সৰ্বজ্ঞ হল কবিদের (কবিৰ পৰমেশ্বৰ) যিজন কাশী (বেনাৰস) ত পদুম ফুলৰ ওপৰত অৱতীৰ্ণ হৈছিল আৰু ১২০ বছৰলৈকে বাস্তবিক তেজোময় শৰীৰৰ ওপৰত কম আভাযুক্ত মানৱ সদৃশ শৰীৰত আছিল আৰু নিজৰ দ্বাৰা ৰছনা কৰা সৃষ্টিৰ যথাযথ (বাস্তৱিক তত্ব) জ্ঞান দিয়াৰ পিছত সশৰীবে সত্যলোকলৈ গৈছিল। পৰমেশ্বৰ কবিৰ চাহেবৰ দ্বাৰা উচ্চাৰিত নিম্ন অমৃত বাণী কৃপা কৰি প্রেমী পাঠক সকলে পড়ে যেন।
ধর্মদাস য়হ জগ বৌৰাণা। কোই নজানে পদ নিব্বানা।।
য়হি কাৰণ মে কথা পসাৰা। জগসে কহিয়ো ৰাম নিয়াৰা।।
য়হী জ্ঞান জগ জীর সুনাও। সব জীবোঁকা ভবম নশাও।।
অব মে তুমসে কাহা চিতাই। ত্রয়দেবন কী উৎপত্তি ভাই।।
কুছ সংক্ষেপ কহো ওহবাই। সব সংশয় তুম্হবে মিট জাই।।
ভৰম গয়ে জগ বেদ পুৰাণা। আদি ৰামকো ভেদ ন জানা।।
বাম বাম সব জগত বখানে। আদি বাম কোই বিবলা জানে।।
জ্ঞানী সুনে সো হৃদয় লগাই। মুর্খ সুনে সো গম্য না পাই।।
মা অষ্টাঙ্গী পিতা নিৰঞ্জন। বে যম দারুণ বশন অঞ্জন।।
পহিলে কীহ্ন নিৰঞ্জন বাই। পিছে সে মায়া উপজাই।।
মায়া ৰুপ দেখি অতি শোভা। দেৱ নিৰঞ্জন তন-মন লোভা।।
কাম দেৱ ধর্মবায় সতায়ে। দেবী কো তুৰন্তহী ধৰ থায়ে।।
পেট সে দেবী কৰী পুকাৰা। চাহব মেৰা কৰো উবাৰা টেৰ সুনী তব হম তহাঁ আয়ে। অষ্টাঙ্গী কো বন্দ ছুড়ায়ে।।
সত্যলোক মে কীহ্না দুৰাচাৰি। কাল নিৰঞ্জন দিহ্না নিকাৰি।।
মায়া সমেত দিয়া ভগাই। ষোল্ল সংখ কোস দুৰী পৰ আই।।
অষ্টঙ্গী ঔৰ কাল অব দোই। মন্দ কর্ম সে গয়ে বিগোই।।
ধর্মবায় কো হিকমত কীহ্না। নখ ৰেখা সে ভগকৰ লীহ্না।।
ধর্মৰায় কিহ্না ভোগ বিলাসা। মায়াকো বহী তব আসা।।
তীন পুত্র অষ্টঙ্গী জায়ে। ব্রহ্মা বিষ্ণু শির নাম ধৰায়ে।।
তীন দেব বিস্তাৰ চলায়ে। ইনমে য়হ জগ ধোখা খায়ে।।
পুরুষ গম্য কৈসে কো পারে। কাল নিৰঞ্জন জগ ভৰমাবৈ।।
তীনলোক অপনে সূত দীহ্না। সুন্ন নিৰঞ্জন বাসা লীহ্না।।
অলখ নিৰঞ্জন সুন্ন ঠিকানা। ব্রহ্মা বিষ্ণু শির ভেদ ন জানা।।
তীন দের সো উনকো ধারে। নিৰঞ্জন কা বে পাৰ না পারে।।
অলখ নিৰঞ্জন বড়া বটপাৰা। তীন লোক জীৱ কীহ্ন অহাৰা।।
ব্রহ্মা বিষ্ণু শিৱ নহী বচায়ে। সকল খায় পুনধুৰ উড়ায়ে।।
তিনকে সুত হৈ তিনো দেৱা। আন্ধৰ জীৱ কৰত হৈ সেৱা।।
অকাল পুৰুষ কাহু নহি চীহ্না। কাল পায় সবহী গহ লীহ্না।।
ব্রহ্মহ্ম কাল সকল জগ জানে। আদি ব্রহ্মকো না পহিচানে।।
তীনো দেৱা ঔৰ ঔতাবা। তাকো ভজে সকল সংসাৰা ।।
ভীনো গুণক্য য়হ বিস্তারা। ধর্মদাস মে কহো পুকাশা।। শুৎ, তীনো কী ভক্তি মোতুল পরো সংসার।।
কহৈ কবিব নিজ নাম বিন কেসে উতরৈ পান।। ওপরোক্ত অমৃতবাণীত পৰমেশ্বর কবীর চাহেবে তেওঁৰ নিজৰ সেবক শ্রী ধর্মদাসক কৈছে যে এই সকলো সংসাৰ তত্বজ্ঞানৰ অভাবত বিচলিত হৈছে। পূর্ণ মোক্ষর আক সম্পূর্ণ সৃষ্টি বছনাৰ জান কাৰো নাই। এই কাৰণে মই আপোনাক মোৰ দ্বাৰা কৰা সৃষ্টি বছনাৰ কথা শুনাম, বুদ্ধিমান ব্যক্তিয়ে তুবন্তে বুজি পাব, কিন্তু সকলো প্রমাণ দেখাৰ পাছতো যদিহে নামানে তেতিয়া সেই নির্বোধ প্রাণী নিশ্চয় কালৰ দ্বাৰা প্রভাবিত হৈছে, তেওঁ ভক্তিব যোগ্য নহয়। এতিয়া মই (কবিৰ চাহেব) তিনিও জন ভগৱানৰ (ব্রহ্মা, বিষ্ণু, শিব) উৎপত্তি কেনেকৈ হল বর্ণনা কৰিম। এওঁলোকৰ মাতা অষ্টাঙ্গী (দুর্গা) আৰু পিতা জ্যোতি নিবন্ধন (ব্রহ্মা/কাল) হয়। প্রথমতে ব্রহ্মৰ উৎপত্তি কণীৰ পৰা হল। আকৌ দুর্গাৰ উৎপত্তি হল, দুগবি ৰুপ দেখি আসক্ত হৈ কাল ব্রহ্মাই অঙ্গীল ইঙ্গিত দিয়াত দুগাহ (প্রকৃতি) কালৰ পেটত আশ্রয় লৈ উদ্ধাৰৰ কাৰণে প্রার্থনা কৰিলে, তেতিয়া মই (কবিৰ প্রভু) নিবন্ধন থকা ঠাইলৈ গলো। ভবানী (দুর্গা)ক ব্রহ্মাৰ পেটৰ পৰা উলিয়াই একৈশ ব্রহ্মাণ্ডৰ সৈতে ষোল্ল সংখ দুৰলৈ দুয়োকে (ব্রহ্ম আৰু দুর্গা) পঠাই দিলো। জ্যোতি নিবঞ্জনৰ (ধৰ্মৰায়) প্রকৃতি দেবী (দুর্গা) ৰ লগত ভোগ সংযোগৰ পৰা তিনি গুণ (ব্রহ্মা, বিষ্ণু, শিব) ব উৎপত্তি হল। এই তিনিগুণব (বজ গুণ-ব্রহ্মা, সত গুণ-বিষ্ণু, তমণ্ডণ-শির) সাধনা কৰি সকলো প্রাণী কালৰ জালত বন্দী হৈ পৰিল। যেতিয়ালৈকে প্রকৃত মন্ত্র পোৱা নাযায়, পূর্ণ মোক্ষ কেনেকৈ সম্ভব হব? বিশেষ: প্রিয় পাঠক সকল, চিন্তাৰ বিষয় এই যে বর্তমানলৈকে ব্রহ্মা, বিষ্ণু আক শিরক অবিনাশী বুলি কোৱা হৈছে। সকলো হিন্দু সমাজে এতিয়ালৈকে তিনিও প্রভুক অজন অমৰ আৰু জন্ম-মৃত্যু ৰহিত বুলি গণ্য কৰিছে, কিন্তু এই তিনিও নাশবান হয়। আপোনালোকে ওপৰত পঢ়াৰ দৰে এই তিনি প্ৰভুৰ পিতা কালৰূপী ব্ৰহ্ম আৰু মাতা দুর্গা (প্রকৃতি/অষ্টাঙ্গী) হয়। এই কথা (জ্ঞান) আমাৰ পবিত্র শাস্ত্র সমূহত বিদ্যমান আছে। কিন্তু হিন্দু সমাজৰ কলিযুগর গুক, ঋষি, সন্ত, সকলৰ এই জান নাই। যিজন শিক্ষকে পাঠ্যক্রম মতে পাঠদান নকৰে সেইজন অধ্যাপক ভাল নহয় (বিদ্বান নহয়)। তেওঁ বিদ্যার্থী সকলৰ ভৱিষ্যতৰ শত্রু হয়। এইদৰে যি সকল ওকবে এতিয়ালৈকে ব্রহ্মা, বিষ্ণু, শিৱৰ মাতা পিতা কোন হয়, কব নোৱাৰে, তেওঁলোক জ্ঞানহীন গুৰু ঋষি আৰু সন্ত হয়। জানৰ অভাৱত সকলো ভক্ত সমাজক শাস্ত্র বিবদ্ধ জ্ঞান (লোক বেদ বা কিংবদন্তি) শুনাই অজ্ঞানী কৰি তুলিলে। শাস্ত্র বিৰুদ্ধ ভক্তি সাধনা কৰিবলৈ দি পৰমাত্মাৰ পৰা হব লগা প্রকৃত লাভ (পূর্ণ মোক্ষ) ৰ পৰা বঞ্চিত কৰিলে, সকলোৰে মানৱ জনম নষ্ট কৰি পেলালে কাৰণ শ্রীমদভাগবত গীতাৰ অধ্যায় ১৬ ৰ ২৩-২৪ নং শ্লোকত প্রমাণ আছে যে শাস্ত্র বিধি ত্যাগ কৰি মই মতালি পূর্ণ আচৰণ, পূজা কৰিলে তাৰ পৰা সাধকৰ কোনো লাভ নহয়। পূর্ণ পৰমায়া কবীৰ চাহেবে ১৪০৩ চনৰ পৰা সকলো শাস্ত্র সম্মত জ্ঞান নিজৰ অমৃত বাণী (কৰীৰ বাণী) ৰ যোগেদি কবলৈ আৰম্ভ কৰিছিল। কিন্তু সেই অজ্ঞানী গুৰু সকলে এই জ্ঞান ভক্ত, সমাজৰ মাজত প্ৰচাৰ প্ৰসাৰ হবলৈ নিদিলে। এই কথা বর্তমান সময়ত স্পষ্টকৈ পোহৰলৈ আহিব ধৰিছে আৰু ইয়াৰ দ্বাৰা এইটো সিদ্ধ হল যে স্বয়ং পূর্ণ পৰমাত্মা কবিৰদেৱ (কবিৰ পৰমাত্মা)ৰ বেশত তত্বদর্শী সন্ত হিচাবে আহিছিল।