সীমিত ক্ষমতা মেয়ৰ আদালতে স্বতন্তৰীয়া ভাৱে ন্যায়পালিকাৰ কাৰ্যা পৰিচালনা কৰিবলৈ আৰম্ভ কৰাৰ ফলত গৱৰ্ণৰ আৰু কাউন্সিল (গৱৰ্ণৰ সভা) লগত মেয়ৰ আদালতৰ সংঘর্ষ তথা মতবিৰোধ হয়। ১৭২৬ চনৰ চনখনে কাৰ্য্যপালিকা আৰু ন্যায়পালিকাৰ কাৰ্য্যৰ এলেকা বা সীমা পৰিধি স্পষ্ট ভাষাৰে নিৰ্দ্ধাৰণ কৰিৱ নোৱাৰা হেতুকে মেয়ৰ আদালত আৰু গৱৰ্ণৰ কাউন্সিৱৰ মাজত মতবিৰোধ ঘটে।
(ক) বোম্বাই গোচৰ (১৭৩০):
১৭৩০ চনত বোম্বাইত স্থানীয় লোকৰ জাতি ধৰ্ম সম্পৰ্কীয় গোচৰ শুনা আৰু বিচাৰ কৰাৰ অধিকাৰক লৈ মেয়ৰ আদালত আৰু গৱৰ্ণৰ কাউন্সিলৰ মাজত মতবিৰোধ ঘটে। গোচৰটোৰ বিষয়বস্তু আছিল এনে ধৰণৰ- সিস্পী সম্প্ৰদায়ৰ হিন্দু মহিলা এগৰাকীয়ে খৃষ্টীয়ান ধৰ্মলৈ ধৰ্মান্তৰ হ’ল। তেওঁৰ ১২ বছৰীয়া পুত্র সন্তান এটা আছিল। মাক খৃষ্টীয়ান ধৰ্মান্তৰ হোৱা হেতুকে তেওঁ মাকক এৰি সম্বন্ধীয় মানুহ এজনৰ ওপৰত গোচৰ দিলে। অভিযোগ কৰিলে যে হিন্দু মানুহজনে তেওঁৰ ১২ বছৰীয়া পুত্র সন্তান আৰু সোণৰ গহণা বে-আইনীভাবে আটক কৰি ৰাখিছে। মেয়ৰ আদালতে আটক কৰি ৰখা ল’ৰাজনক মাকক ঘূৰাই দিবলৈ হিন্দু মানুহজনক আদেশ দিলে। সিম্পী সম্প্ৰদায়ৰ মুৰব্বীসকলে এই আদেশ মানি নল’লে আৰু তেওঁলোকে গৱৰ্ণৰৰ ওচৰত আদেশটোৰ ওপৰত আপত্তি দর্শালে। গৱৰ্ণৰে আপত্তিটো কাউন্সিলত দাখিল কৰিলে। গৱৰ্ণৰ আৰু কাউন্সিলে মত প্রকাশ কৰি ক’লে যে জাতি আৰু ধৰ্ম সম্পৰ্কীয় গোচৰ লোৱৰ অধিকাৰ ১৭২৬ চনৰ চনদখনে মেয়ৰ আদালতক দিয়া নাই। লগতে মেয়ৰ আদালতক সকিয়াই দিলে যাতে ভবিষ্যতে এনে বিষয়ত মেয়ৰ আদালতে হস্তক্ষেপ নকৰে। মেয়ৰে গৱৰ্ণৰ কাউন্সিলৰ সিদ্ধান্ত আৰু নিৰ্দেশক বিৰোধীতা কৰি ক’লে যে প্রকৃততে বিষয়টো ধর্ম সম্পর্কীয় নহয় আৰু চনদখনৰ অধীনত এনে গোচৰ লোৱাৰ অধিকাৰ মেয়ৰ আদালতৰ আছে। গৱৰ্ণৰ আৰু কাউন্সিলে মেয়ৰ আদালতৰ এনে মনোভাৱ আৰু অভিমত সহ্য কৰিব নোৱাৰিলে বৰং গুৰুত্বৰ মত পোষণ কৰিলে আৰু প্রতিশোধ লৈ গৱৰ্ণৰ কাউন্সিলে মেয়ৰক পদৰ পৰা আঁতৰ কৰি দিলে। অৱশেষত কোম্পানীৰ ডিৰেক্টৰ সভাত (Court of Directors the Company) উত্থাপন হ’ল আৰু সভাই গৱৰ্ণৰ- কাউন্সিলৰ তেনে মনোভাৱক প্রকাশ্যভাবে নিন্দাহে কৰিলে। লগতে ভৱিষ্যতে যাতে এনে কাৰ্য্য পুনৰাবৃত্তি নহয় তাক ৰোধ কৰিবলৈ ডিৰেক্টৰ সভাই আদেশ জাৰি কৰে।
(খ) আৰব সাগৰৰ গোচৰ:
সেই একে বছৰতে গৱৰ্ণৰ-কাউন্সিলৰ লগত মেয়ৰ আদালতৰ বাদানুবাদ হ’ল আৰব দেশৰ সদাগৰ এজনৰ গোচৰ সন্দৰ্ভত। আৰবৰ এজন সদাগৰ ভাৰতবৰ্ষলৈ আহিছিল বেপাৰ কৰিবৰ কৰণে। গুজৰাটৰ উপকূলত সদাগৰজনৰ জাহাজখনত জুই লাগিল। জুই লগা জাহাজখনৰ পৰা সদাগৰজনক কেইজনমান মানুহে উদ্ধাৰ কৰি আনিলে। ইয়াৰ পাছত সদাগৰজনে উদ্ধাৰ কৰা মানুহকেইজনৰ ওপৰত অভিযোগ কৰিলে যে তেওঁলোকে জাহাজখনৰ পৰা মূল্যবান মণি-মুকুতা অপহৰণ কৰিলে বুলি। মূল্যবাণ মণি-মুকুতাবিলাক তেওঁক উদ্ধাৰ কৰা মানুহকেইজনৰ পৰা ঘূৰাই পাবৰ বাবে সদাগৰজনে মেয়ৰ আদালতত গোচৰ দিলে। সদাগৰজনৰ অভিযোগ আৰু দাবীৰ কোনো বৈধতা নাই অর্থাৎ তেওঁৰ দাবী আইনসঙ্গতনহয় বুলি গৱৰ্ণৰ-কাউন্সিলে মেয়ৰ আদালতৰ পৰামৰ্শি মানি ন’ললে আৰু স্বতন্তৰীয়া আদালত হিচাপে মেয়ৰ আদালতে সদাগৰজনে জনোৱা আবেদন আৰু দাবী মঞ্জুৰ কৰি ৰায় প্ৰদান কৰে। এই ৰায়ৰ বিপৰীতে গৱৰ্ণৰ-কাউন্সিলত আপীল কৰাত গৱৰ্ণৰ-কাউন্সিলে মেয়ৰ আদালতৰ ৰায়ৰ বিপৰীতে ৰায় প্ৰদান কৰি আপীল গৃহীত কৰে।সেই একে বছৰতে গৱৰ্ণৰ-কাউন্সিলৰ লগত মেয়ৰ আদালতৰ বাদানুবাদ হ’ল আৰব দেশৰ সদাগৰ এজনৰ গোচৰ সন্দৰ্ভত। আৰবৰ এজন সদাগৰ ভাৰতবৰ্ষলৈ আহিছিল বেপাৰ কৰিবৰ কৰণে। গুজৰাটৰ উপকূলত সদাগৰজনৰ জাহাজখনত জুই লাগিল। জুই লগা জাহাজখনৰ পৰা সদাগৰজনক কেইজনমান মানুহে উদ্ধাৰ কৰি আনিলে। ইয়াৰ পাছত সদাগৰজনে উদ্ধাৰ কৰা মানুহকেইজনৰ ওপৰত অভিযোগ কৰিলে যে তেওঁলোকে জাহাজখনৰ পৰা মূল্যবান মণি-মুকুতা অপহৰণ কৰিলে বুলি। মূল্যবাণ মণি-মুকুতাবিলাক তেওঁক উদ্ধাৰ কৰা মানুহকেইজনৰ পৰা ঘূৰাই পাবৰ বাবে সদাগৰজনে মেয়ৰ আদালতত গোচৰ দিলে। সদাগৰজনৰ অভিযোগ আৰু দাবীৰ কোনো বৈধতা নাই অর্থাৎ তেওঁৰ দাবী আইনসঙ্গতনহয় বুলি গৱৰ্ণৰ-কাউন্সিলে মেয়ৰ আদালতৰ পৰামৰ্শি মানি ন’ললে আৰু স্বতন্তৰীয়া আদালত হিচাপে মেয়ৰ আদালতে সদাগৰজনে জনোৱা আবেদন আৰু দাবী মঞ্জুৰ কৰি ৰায় প্ৰদান কৰে। এই ৰায়ৰ বিপৰীতে গৱৰ্ণৰ-কাউন্সিলত আপীল কৰাত গৱৰ্ণৰ-কাউন্সিলে মেয়ৰ আদালতৰ ৰায়ৰ বিপৰীতে ৰায় প্ৰদান কৰি আপীল গৃহীত কৰে।সেই একে বছৰতে গৱৰ্ণৰ-কাউন্সিলৰ লগত মেয়ৰ আদালতৰ বাদানুবাদ হ’ল আৰব দেশৰ সদাগৰ এজনৰ গোচৰ সন্দৰ্ভত। আৰবৰ এজন সদাগৰ ভাৰতবৰ্ষলৈ আহিছিল বেপাৰ কৰিবৰ কৰণে। গুজৰাটৰ উপকূলত সদাগৰজনৰ জাহাজখনত জুই লাগিল। জুই লগা জাহাজখনৰ পৰা সদাগৰজনক কেইজনমান মানুহে উদ্ধাৰ কৰি আনিলে। ইয়াৰ পাছত সদাগৰজনে উদ্ধাৰ কৰা মানুহকেইজনৰ ওপৰত অভিযোগ কৰিলে যে তেওঁলোকে জাহাজখনৰ পৰা মূল্যবান মণি-মুকুতা অপহৰণ কৰিলে বুলি। মূল্যবাণ মণি-মুকুতাবিলাক তেওঁক উদ্ধাৰ কৰা মানুহকেইজনৰ পৰা ঘূৰাই পাবৰ বাবে সদাগৰজনে মেয়ৰ আদালতত গোচৰ দিলে। সদাগৰজনৰ অভিযোগ আৰু দাবীৰ কোনো বৈধতা নাই অর্থাৎ তেওঁৰ দাবী আইনসঙ্গতনহয় বুলি গৱৰ্ণৰ-কাউন্সিলে মেয়ৰ আদালতৰ পৰামৰ্শি মানি ন’ললে আৰু স্বতন্তৰীয়া আদালত হিচাপে মেয়ৰ আদালতে সদাগৰজনে জনোৱা আবেদন আৰু দাবী মঞ্জুৰ কৰি ৰায় প্ৰদান কৰে। এই ৰায়ৰ বিপৰীতে গৱৰ্ণৰ-কাউন্সিলত আপীল কৰাত গৱৰ্ণৰ-কাউন্সিলে মেয়ৰ আদালতৰ ৰায়ৰ বিপৰীতে ৰায় প্ৰদান কৰি আপীল গৃহীত কৰে।সেই একে বছৰতে গৱৰ্ণৰ-কাউন্সিলৰ লগত মেয়ৰ আদালতৰ বাদানুবাদ হ’ল আৰব দেশৰ সদাগৰ এজনৰ গোচৰ সন্দৰ্ভত। আৰবৰ এজন সদাগৰ ভাৰতবৰ্ষলৈ আহিছিল বেপাৰ কৰিবৰ কৰণে। গুজৰাটৰ উপকূলত সদাগৰজনৰ জাহাজখনত জুই লাগিল। জুই লগা জাহাজখনৰ পৰা সদাগৰজনক কেইজনমান মানুহে উদ্ধাৰ কৰি আনিলে। ইয়াৰ পাছত সদাগৰজনে উদ্ধাৰ কৰা মানুহকেইজনৰ ওপৰত অভিযোগ কৰিলে যে তেওঁলোকে জাহাজখনৰ পৰা মূল্যবান মণি-মুকুতা অপহৰণ কৰিলে বুলি। মূল্যবাণ মণি-মুকুতাবিলাক তেওঁক উদ্ধাৰ কৰা মানুহকেইজনৰ পৰা ঘূৰাই পাবৰ বাবে সদাগৰজনে মেয়ৰ আদালতত গোচৰ দিলে। সদাগৰজনৰ অভিযোগ আৰু দাবীৰ কোনো বৈধতা নাই অর্থাৎ তেওঁৰ দাবী আইনসঙ্গতনহয় বুলি গৱৰ্ণৰ-কাউন্সিলে মেয়ৰ আদালতৰ পৰামৰ্শি মানি ন’ললে আৰু স্বতন্তৰীয়া আদালত হিচাপে মেয়ৰ আদালতে সদাগৰজনে জনোৱা আবেদন আৰু দাবী মঞ্জুৰ কৰি ৰায় প্ৰদান কৰে। এই ৰায়ৰ বিপৰীতে গৱৰ্ণৰ-কাউন্সিলত আপীল কৰাত গৱৰ্ণৰ-কাউন্সিলে মেয়ৰ আদালতৰ ৰায়ৰ বিপৰীতে ৰায় প্ৰদান কৰি আপীল গৃহীত কৰে।সেই একে বছৰতে গৱৰ্ণৰ-কাউন্সিলৰ লগত মেয়ৰ আদালতৰ বাদানুবাদ হ’ল আৰব দেশৰ সদাগৰ এজনৰ গোচৰ সন্দৰ্ভত। আৰবৰ এজন সদাগৰ ভাৰতবৰ্ষলৈ আহিছিল বেপাৰ কৰিবৰ কৰণে। গুজৰাটৰ উপকূলত সদাগৰজনৰ জাহাজখনত জুই লাগিল। জুই লগা জাহাজখনৰ পৰা সদাগৰজনক কেইজনমান মানুহে উদ্ধাৰ কৰি আনিলে। ইয়াৰ পাছত সদাগৰজনে উদ্ধাৰ কৰা মানুহকেইজনৰ ওপৰত অভিযোগ কৰিলে যে তেওঁলোকে জাহাজখনৰ পৰা মূল্যবান মণি-মুকুতা অপহৰণ কৰিলে বুলি। মূল্যবাণ মণি-মুকুতাবিলাক তেওঁক উদ্ধাৰ কৰা মানুহকেইজনৰ পৰা ঘূৰাই পাবৰ বাবে সদাগৰজনে মেয়ৰ আদালতত গোচৰ দিলে। সদাগৰজনৰ অভিযোগ আৰু দাবীৰ কোনো বৈধতা নাই অর্থাৎ তেওঁৰ দাবী আইনসঙ্গতনহয় বুলি গৱৰ্ণৰ-কাউন্সিলে মেয়ৰ আদালতৰ পৰামৰ্শি মানি ন’ললে আৰু স্বতন্তৰীয়া আদালত হিচাপে মেয়ৰ আদালতে সদাগৰজনে জনোৱা আবেদন আৰু দাবী মঞ্জুৰ কৰি ৰায় প্ৰদান কৰে। এই ৰায়ৰ বিপৰীতে গৱৰ্ণৰ-কাউন্সিলত আপীল কৰাত গৱৰ্ণৰ-কাউন্সিলে মেয়ৰ আদালতৰ ৰায়ৰ বিপৰীতে ৰায় প্ৰদান কৰি আপীল গৃহীত কৰে।সেই একে বছৰতে গৱৰ্ণৰ-কাউন্সিলৰ লগত মেয়ৰ আদালতৰ বাদানুবাদ হ’ল আৰব দেশৰ সদাগৰ এজনৰ গোচৰ সন্দৰ্ভত। আৰবৰ এজন সদাগৰ ভাৰতবৰ্ষলৈ আহিছিল বেপাৰ কৰিবৰ কৰণে। গুজৰাটৰ উপকূলত সদাগৰজনৰ জাহাজখনত জুই লাগিল। জুই লগা জাহাজখনৰ পৰা সদাগৰজনক কেইজনমান মানুহে উদ্ধাৰ কৰি আনিলে। ইয়াৰ পাছত সদাগৰজনে উদ্ধাৰ কৰা মানুহকেইজনৰ ওপৰত অভিযোগ কৰিলে যে তেওঁলোকে জাহাজখনৰ পৰা মূল্যবান মণি-মুকুতা অপহৰণ কৰিলে বুলি। মূল্যবাণ মণি-মুকুতাবিলাক তেওঁক উদ্ধাৰ কৰা মানুহকেইজনৰ পৰা ঘূৰাই পাবৰ বাবে সদাগৰজনে মেয়ৰ আদালতত গোচৰ দিলে। সদাগৰজনৰ অভিযোগ আৰু দাবীৰ কোনো বৈধতা নাই অর্থাৎ তেওঁৰ দাবী আইনসঙ্গতনহয় বুলি গৱৰ্ণৰ-কাউন্সিলে মেয়ৰ আদালতৰ পৰামৰ্শি মানি ন’ললে আৰু স্বতন্তৰীয়া আদালত হিচাপে মেয়ৰ আদালতে সদাগৰজনে জনোৱা আবেদন আৰু দাবী মঞ্জুৰ কৰি ৰায় প্ৰদান কৰে। এই ৰায়ৰ বিপৰীতে গৱৰ্ণৰ-কাউন্সিলত আপীল কৰাত গৱৰ্ণৰ-কাউন্সিলে মেয়ৰ আদালতৰ ৰায়ৰ বিপৰীতে ৰায় প্ৰদান কৰি আপীল গৃহীত কৰে।সেই একে বছৰতে গৱৰ্ণৰ-কাউন্সিলৰ লগত মেয়ৰ আদালতৰ বাদানুবাদ হ’ল আৰব দেশৰ সদাগৰ এজনৰ গোচৰ সন্দৰ্ভত। আৰবৰ এজন সদাগৰ ভাৰতবৰ্ষলৈ আহিছিল বেপাৰ কৰিবৰ কৰণে। গুজৰাটৰ উপকূলত সদাগৰজনৰ জাহাজখনত জুই লাগিল। জুই লগা জাহাজখনৰ পৰা সদাগৰজনক কেইজনমান মানুহে উদ্ধাৰ কৰি আনিলে। ইয়াৰ পাছত সদাগৰজনে উদ্ধাৰ কৰা মানুহকেইজনৰ ওপৰত অভিযোগ কৰিলে যে তেওঁলোকে জাহাজখনৰ পৰা মূল্যবান মণি-মুকুতা অপহৰণ কৰিলে বুলি। মূল্যবাণ মণি-মুকুতাবিলাক তেওঁক উদ্ধাৰ কৰা মানুহকেইজনৰ পৰা ঘূৰাই পাবৰ বাবে সদাগৰজনে মেয়ৰ আদালতত গোচৰ দিলে। সদাগৰজনৰ অভিযোগ আৰু দাবীৰ কোনো বৈধতা নাই অর্থাৎ তেওঁৰ দাবী আইনসঙ্গতনহয় বুলি গৱৰ্ণৰ-কাউন্সিলে মেয়ৰ আদালতৰ পৰামৰ্শি মানি ন’ললে আৰু স্বতন্তৰীয়া আদালত হিচাপে মেয়ৰ আদালতে সদাগৰজনে জনোৱা আবেদন আৰু দাবী মঞ্জুৰ কৰি ৰায় প্ৰদান কৰে। এই ৰায়ৰ বিপৰীতে গৱৰ্ণৰ-কাউন্সিলত আপীল কৰাত গৱৰ্ণৰ-কাউন্সিলে মেয়ৰ আদালতৰ ৰায়ৰ বিপৰীতে ৰায় প্ৰদান কৰি আপীল গৃহীত কৰে।সেই একে বছৰতে গৱৰ্ণৰ-কাউন্সিলৰ লগত মেয়ৰ আদালতৰ বাদানুবাদ হ’ল আৰব দেশৰ সদাগৰ এজনৰ গোচৰ সন্দৰ্ভত। আৰবৰ এজন সদাগৰ ভাৰতবৰ্ষলৈ আহিছিল বেপাৰ কৰিবৰ কৰণে। গুজৰাটৰ উপকূলত সদাগৰজনৰ জাহাজখনত জুই লাগিল। জুই লগা জাহাজখনৰ পৰা সদাগৰজনক কেইজনমান মানুহে উদ্ধাৰ কৰি আনিলে। ইয়াৰ পাছত সদাগৰজনে উদ্ধাৰ কৰা মানুহকেইজনৰ ওপৰত অভিযোগ কৰিলে যে তেওঁলোকে জাহাজখনৰ পৰা মূল্যবান মণি-মুকুতা অপহৰণ কৰিলে বুলি। মূল্যবাণ মণি-মুকুতাবিলাক তেওঁক উদ্ধাৰ কৰা মানুহকেইজনৰ পৰা ঘূৰাই পাবৰ বাবে সদাগৰজনে মেয়ৰ আদালতত গোচৰ দিলে। সদাগৰজনৰ অভিযোগ আৰু দাবীৰ কোনো বৈধতা নাই অর্থাৎ তেওঁৰ দাবী আইনসঙ্গতনহয় বুলি গৱৰ্ণৰ-কাউন্সিলে মেয়ৰ আদালতৰ পৰামৰ্শি মানি ন’ললে আৰু স্বতন্তৰীয়া আদালত হিচাপে মেয়ৰ আদালতে সদাগৰজনে জনোৱা আবেদন আৰু দাবী মঞ্জুৰ কৰি ৰায় প্ৰদান কৰে। এই ৰায়ৰ বিপৰীতে গৱৰ্ণৰ-কাউন্সিলত আপীল কৰাত গৱৰ্ণৰ-কাউন্সিলে মেয়ৰ আদালতৰ ৰায়ৰ বিপৰীতে ৰায় প্ৰদান কৰি আপীল গৃহীত কৰে।সেই একে বছৰতে গৱৰ্ণৰ-কাউন্সিলৰ লগত মেয়ৰ আদালতৰ বাদানুবাদ হ’ল আৰব দেশৰ সদাগৰ এজনৰ গোচৰ সন্দৰ্ভত। আৰবৰ এজন সদাগৰ ভাৰতবৰ্ষলৈ আহিছিল বেপাৰ কৰিবৰ কৰণে। গুজৰাটৰ উপকূলত সদাগৰজনৰ জাহাজখনত জুই লাগিল। জুই লগা জাহাজখনৰ পৰা সদাগৰজনক কেইজনমান মানুহে উদ্ধাৰ কৰি আনিলে। ইয়াৰ পাছত সদাগৰজনে উদ্ধাৰ কৰা মানুহকেইজনৰ ওপৰত অভিযোগ কৰিলে যে তেওঁলোকে জাহাজখনৰ পৰা মূল্যবান মণি-মুকুতা অপহৰণ কৰিলে বুলি। মূল্যবাণ মণি-মুকুতাবিলাক তেওঁক উদ্ধাৰ কৰা মানুহকেইজনৰ পৰা ঘূৰাই পাবৰ বাবে সদাগৰজনে মেয়ৰ আদালতত গোচৰ দিলে। সদাগৰজনৰ অভিযোগ আৰু দাবীৰ কোনো বৈধতা নাই অর্থাৎ তেওঁৰ দাবী আইনসঙ্গতনহয় বুলি গৱৰ্ণৰ-কাউন্সিলে মেয়ৰ আদালতৰ পৰামৰ্শি মানি ন’ললে আৰু স্বতন্তৰীয়া আদালত হিচাপে মেয়ৰ আদালতে সদাগৰজনে জনোৱা আবেদন আৰু দাবী মঞ্জুৰ কৰি ৰায় প্ৰদান কৰে। এই ৰায়ৰ বিপৰীতে গৱৰ্ণৰ-কাউন্সিলত আপীল কৰাত গৱৰ্ণৰ-কাউন্সিলে মেয়ৰ আদালতৰ ৰায়ৰ বিপৰীতে ৰায় প্ৰদান কৰি আপীল গৃহীত কৰে।সেই একে বছৰতে গৱৰ্ণৰ-কাউন্সিলৰ লগত মেয়ৰ আদালতৰ বাদানুবাদ হ’ল আৰব দেশৰ সদাগৰ এজনৰ গোচৰ সন্দৰ্ভত। আৰবৰ এজন সদাগৰ ভাৰতবৰ্ষলৈ আহিছিল বেপাৰ কৰিবৰ কৰণে। গুজৰাটৰ উপকূলত সদাগৰজনৰ জাহাজখনত জুই লাগিল। জুই লগা জাহাজখনৰ পৰা সদাগৰজনক কেইজনমান মানুহে উদ্ধাৰ কৰি আনিলে। ইয়াৰ পাছত সদাগৰজনে উদ্ধাৰ কৰা মানুহকেইজনৰ ওপৰত অভিযোগ কৰিলে যে তেওঁলোকে জাহাজখনৰ পৰা মূল্যবান মণি-মুকুতা অপহৰণ কৰিলে বুলি। মূল্যবাণ মণি-মুকুতাবিলাক তেওঁক উদ্ধাৰ কৰা মানুহকেইজনৰ পৰা ঘূৰাই পাবৰ বাবে সদাগৰজনে মেয়ৰ আদালতত গোচৰ দিলে। সদাগৰজনৰ অভিযোগ আৰু দাবীৰ কোনো বৈধতা নাই অর্থাৎ তেওঁৰ দাবী আইনসঙ্গতনহয় বুলি গৱৰ্ণৰ-কাউন্সিলে মেয়ৰ আদালতৰ পৰামৰ্শি মানি ন’ললে আৰু স্বতন্তৰীয়া আদালত হিচাপে মেয়ৰ আদালতে সদাগৰজনে জনোৱা আবেদন আৰু দাবী মঞ্জুৰ কৰি ৰায় প্ৰদান কৰে। এই ৰায়ৰ বিপৰীতে গৱৰ্ণৰ-কাউন্সিলত আপীল কৰাত গৱৰ্ণৰ-কাউন্সিলে মেয়ৰ আদালতৰ ৰায়ৰ বিপৰীতে ৰায় প্ৰদান কৰি আপীল গৃহীত কৰে।সেই একে বছৰতে গৱৰ্ণৰ-কাউন্সিলৰ লগত মেয়ৰ আদালতৰ বাদানুবাদ হ’ল আৰব দেশৰ সদাগৰ এজনৰ গোচৰ সন্দৰ্ভত। আৰবৰ এজন সদাগৰ ভাৰতবৰ্ষলৈ আহিছিল বেপাৰ কৰিবৰ কৰণে। গুজৰাটৰ উপকূলত সদাগৰজনৰ জাহাজখনত জুই লাগিল। জুই লগা জাহাজখনৰ পৰা সদাগৰজনক কেইজনমান মানুহে উদ্ধাৰ কৰি আনিলে। ইয়াৰ পাছত সদাগৰজনে উদ্ধাৰ কৰা মানুহকেইজনৰ ওপৰত অভিযোগ কৰিলে যে তেওঁলোকে জাহাজখনৰ পৰা মূল্যবান মণি-মুকুতা অপহৰণ কৰিলে বুলি। মূল্যবাণ মণি-মুকুতাবিলাক তেওঁক উদ্ধাৰ কৰা মানুহকেইজনৰ পৰা ঘূৰাই পাবৰ বাবে সদাগৰজনে মেয়ৰ আদালতত গোচৰ দিলে। সদাগৰজনৰ অভিযোগ আৰু দাবীৰ কোনো বৈধতা নাই অর্থাৎ তেওঁৰ দাবী আইনসঙ্গতনহয় বুলি গৱৰ্ণৰ-কাউন্সিলে মেয়ৰ আদালতৰ পৰামৰ্শি মানি ন’ললে আৰু স্বতন্তৰীয়া আদালত হিচাপে মেয়ৰ আদালতে সদাগৰজনে জনোৱা আবেদন আৰু দাবী মঞ্জুৰ কৰি ৰায় প্ৰদান কৰে। এই ৰায়ৰ বিপৰীতে গৱৰ্ণৰ-কাউন্সিলত আপীল কৰাত গৱৰ্ণৰ-কাউন্সিলে মেয়ৰ আদালতৰ ৰায়ৰ বিপৰীতে ৰায় প্ৰদান কৰি আপীল গৃহীত কৰে।সেই একে বছৰতে গৱৰ্ণৰ-কাউন্সিলৰ লগত মেয়ৰ আদালতৰ বাদানুবাদ হ’ল আৰব দেশৰ সদাগৰ এজনৰ গোচৰ সন্দৰ্ভত। আৰবৰ এজন সদাগৰ ভাৰতবৰ্ষলৈ আহিছিল বেপাৰ কৰিবৰ কৰণে। গুজৰাটৰ উপকূলত সদাগৰজনৰ জাহাজখনত জুই লাগিল। জুই লগা জাহাজখনৰ পৰা সদাগৰজনক কেইজনমান মানুহে উদ্ধাৰ কৰি আনিলে। ইয়াৰ পাছত সদাগৰজনে উদ্ধাৰ কৰা মানুহকেইজনৰ ওপৰত অভিযোগ কৰিলে যে তেওঁলোকে জাহাজখনৰ পৰা মূল্যবান মণি-মুকুতা অপহৰণ কৰিলে বুলি। মূল্যবাণ মণি-মুকুতাবিলাক তেওঁক উদ্ধাৰ কৰা মানুহকেইজনৰ পৰা ঘূৰাই পাবৰ বাবে সদাগৰজনে মেয়ৰ আদালতত গোচৰ দিলে। সদাগৰজনৰ অভিযোগ আৰু দাবীৰ কোনো বৈধতা নাই অর্থাৎ তেওঁৰ দাবী আইনসঙ্গতনহয় বুলি গৱৰ্ণৰ-কাউন্সিলে মেয়ৰ আদালতৰ পৰামৰ্শি মানি ন’ললে আৰু স্বতন্তৰীয়া আদালত হিচাপে মেয়ৰ আদালতে সদাগৰজনে জনোৱা আবেদন আৰু দাবী মঞ্জুৰ কৰি ৰায় প্ৰদান কৰে। এই ৰায়ৰ বিপৰীতে গৱৰ্ণৰ-কাউন্সিলত আপীল কৰাত গৱৰ্ণৰ-কাউন্সিলে মেয়ৰ আদালতৰ ৰায়ৰ বিপৰীতে ৰায় প্ৰদান কৰি আপীল গৃহীত কৰে।সেই একে বছৰতে গৱৰ্ণৰ-কাউন্সিলৰ লগত মেয়ৰ আদালতৰ বাদানুবাদ হ’ল আৰব দেশৰ সদাগৰ এজনৰ গোচৰ সন্দৰ্ভত। আৰবৰ এজন সদাগৰ ভাৰতবৰ্ষলৈ আহিছিল বেপাৰ কৰিবৰ কৰণে। গুজৰাটৰ উপকূলত সদাগৰজনৰ জাহাজখনত জুই লাগিল। জুই লগা জাহাজখনৰ পৰা সদাগৰজনক কেইজনমান মানুহে উদ্ধাৰ কৰি আনিলে। ইয়াৰ পাছত সদাগৰজনে উদ্ধাৰ কৰা মানুহকেইজনৰ ওপৰত অভিযোগ কৰিলে যে তেওঁলোকে জাহাজখনৰ পৰা মূল্যবান মণি-মুকুতা অপহৰণ কৰিলে বুলি। মূল্যবাণ মণি-মুকুতাবিলাক তেওঁক উদ্ধাৰ কৰা মানুহকেইজনৰ পৰা ঘূৰাই পাবৰ বাবে সদাগৰজনে মেয়ৰ আদালতত গোচৰ দিলে। সদাগৰজনৰ অভিযোগ আৰু দাবীৰ কোনো বৈধতা নাই অর্থাৎ তেওঁৰ দাবী আইনসঙ্গতনহয় বুলি গৱৰ্ণৰ-কাউন্সিলে মেয়ৰ আদালতৰ পৰামৰ্শি মানি ন’ললে আৰু স্বতন্তৰীয়া আদালত হিচাপে মেয়ৰ আদালতে সদাগৰজনে জনোৱা আবেদন আৰু দাবী মঞ্জুৰ কৰি ৰায় প্ৰদান কৰে। এই ৰায়ৰ বিপৰীতে গৱৰ্ণৰ-কাউন্সিলত আপীল কৰাত গৱৰ্ণৰ-কাউন্সিলে মেয়ৰ আদালতৰ ৰায়ৰ বিপৰীতে ৰায় প্ৰদান কৰি আপীল গৃহীত কৰে।সেই একে বছৰতে গৱৰ্ণৰ-কাউন্সিলৰ লগত মেয়ৰ আদালতৰ বাদানুবাদ হ’ল আৰব দেশৰ সদাগৰ এজনৰ গোচৰ সন্দৰ্ভত। আৰবৰ এজন সদাগৰ ভাৰতবৰ্ষলৈ আহিছিল বেপাৰ কৰিবৰ কৰণে। গুজৰাটৰ উপকূলত সদাগৰজনৰ জাহাজখনত জুই লাগিল। জুই লগা জাহাজখনৰ পৰা সদাগৰজনক কেইজনমান মানুহে উদ্ধাৰ কৰি আনিলে। ইয়াৰ পাছত সদাগৰজনে উদ্ধাৰ কৰা মানুহকেইজনৰ ওপৰত অভিযোগ কৰিলে যে তেওঁলোকে জাহাজখনৰ পৰা মূল্যবান মণি-মুকুতা অপহৰণ কৰিলে বুলি। মূল্যবাণ মণি-মুকুতাবিলাক তেওঁক উদ্ধাৰ কৰা মানুহকেইজনৰ পৰা ঘূৰাই পাবৰ বাবে সদাগৰজনে মেয়ৰ আদালতত গোচৰ দিলে। সদাগৰজনৰ অভিযোগ আৰু দাবীৰ কোনো বৈধতা নাই অর্থাৎ তেওঁৰ দাবী আইনসঙ্গতনহয় বুলি গৱৰ্ণৰ-কাউন্সিলে মেয়ৰ আদালতৰ পৰামৰ্শি মানি ন’ললে আৰু স্বতন্তৰীয়া আদালত হিচাপে মেয়ৰ আদালতে সদাগৰজনে জনোৱা আবেদন আৰু দাবী মঞ্জুৰ কৰি ৰায় প্ৰদান কৰে। এই ৰায়ৰ বিপৰীতে গৱৰ্ণৰ-কাউন্সিলত আপীল কৰাত গৱৰ্ণৰ-কাউন্সিলে মেয়ৰ আদালতৰ ৰায়ৰ বিপৰীতে ৰায় প্ৰদান কৰি আপীল গৃহীত কৰে।সেই একে বছৰতে গৱৰ্ণৰ-কাউন্সিলৰ লগত মেয়ৰ আদালতৰ বাদানুবাদ হ’ল আৰব দেশৰ সদাগৰ এজনৰ গোচৰ সন্দৰ্ভত। আৰবৰ এজন সদাগৰ ভাৰতবৰ্ষলৈ আহিছিল বেপাৰ কৰিবৰ কৰণে। গুজৰাটৰ উপকূলত সদাগৰজনৰ জাহাজখনত জুই লাগিল। জুই লগা জাহাজখনৰ পৰা সদাগৰজনক কেইজনমান মানুহে উদ্ধাৰ কৰি আনিলে। ইয়াৰ পাছত সদাগৰজনে উদ্ধাৰ কৰা মানুহকেইজনৰ ওপৰত অভিযোগ কৰিলে যে তেওঁলোকে জাহাজখনৰ পৰা মূল্যবান মণি-মুকুতা অপহৰণ কৰিলে বুলি। মূল্যবাণ মণি-মুকুতাবিলাক তেওঁক উদ্ধাৰ কৰা মানুহকেইজনৰ পৰা ঘূৰাই পাবৰ বাবে সদাগৰজনে মেয়ৰ আদালতত গোচৰ দিলে। সদাগৰজনৰ অভিযোগ আৰু দাবীৰ কোনো বৈধতা নাই অর্থাৎ তেওঁৰ দাবী আইনসঙ্গতনহয় বুলি গৱৰ্ণৰ-কাউন্সিলে মেয়ৰ আদালতৰ পৰামৰ্শি মানি ন’ললে আৰু স্বতন্তৰীয়া আদালত হিচাপে মেয়ৰ আদালতে সদাগৰজনে জনোৱা আবেদন আৰু দাবী মঞ্জুৰ কৰি ৰায় প্ৰদান কৰে। এই ৰায়ৰ বিপৰীতে গৱৰ্ণৰ-কাউন্সিলত আপীল কৰাত গৱৰ্ণৰ-কাউন্সিলে মেয়ৰ আদালতৰ ৰায়ৰ বিপৰীতে ৰায় প্ৰদান কৰি আপীল গৃহীত কৰে।
(গ) শপত গ্রহণ গোচৰ :
সাক্ষীবাদীয়ে আদালতত পৱিত্ৰ গীতাত ধৰি শপত গ্ৰহণ কৰিব নে গৰুত ধৰি শপত গ্ৰহণ কৰিব এই কথা লৈ গৱৰ্ণৰ-কাউন্সিল আৰু মেয়ৰ আদালতৰ মাজত ১৭৪৬ চনত মতভেদ ঘটে। মেয়ৰ আৰু বোম্বাইৰ এলদাৰমেনক লৈ গ্রেণ্ড জুৰী গঠিত হয় আৰু এই আদালত সপ্তাহত এবাৰ বহে। কিহত ধৰি শপত ল’ব তাক ঠিৰং কৰিব নোৱাৰা হেতুকে গ্ৰেণ্ড জুৰীৰ দুটা বৈঠক নহল আৰু যেতিয়ালৈকে পৱিত্ৰ গীতাৰ পৰিৱৰ্তে গৰুত ধৰি শপত লোৱা নহয় তেতিয়ালৈকে গোচৰ শুনা নহয় বুলি ঘোষণা কৰাত হিন্দু সমাজ জাঙুৰ খাই উঠিল আৰু তীব্র প্রতিবাদ কৰিলে। এনে ধৰণৰ ঘটনা ১৭৩৬ চনত মাদ্রাজতো ঘটিল। মাদ্রাজত মেয়ৰ আদালতে হিন্দু সাক্ষীক পবিত্র গীতাৰ পৰিৱৰ্তে মন্দিৰত ধৰি শপত ল’বলৈ বাধ্য কৰিবলৈ চেষ্টা কৰিলে। গোচৰত অভিযুক্ত হিন্দু সদাগৰ এজনে সাক্ষী দিওঁতে মন্দিৰত ধৰি শপত গ্ৰহণ নকৰা অপৰাধত তেওঁক জেইল দিলে। এই আদেশত হিন্দু সমাজে ঘোৰ প্ৰতিবাদ কৰি গৱৰ্ণৰৰ ওচৰত আপত্তি দর্শালে। শান্তি ভঙ্গ হোৱাৰ ভয়ত গৱৰ্ণৰে হিন্দু সদাগৰজনক পেৰলত (মৌখিক অঙ্গীকাৰ লৈ) যাবলৈ আদেশ দিলে আৰু লগতে স্থানীয় ধর্মীয় ৰীতি-নীতিৰ বিপৰীতে আদালতে যাতে অনাহকত হস্তক্ষেপ নকৰে তাৰ বাবে সকিয়াই দিয়ে। হিন্দুৰ ধৰ্মীয় ৰীতি-নীতিৰ প্ৰতি শ্ৰদ্ধা আৰু সন্মান জনাবলৈ আদালতক পৰামৰ্শ দিয়ে।
আনহাতে গৱৰ্ণৰ কাউন্সিলে ভাৰতীয়ৰ মন জয় কৰিবলৈ চেষ্টা কৰা পৰিলক্ষিত হয়। গৱৰ্ণৰে ভালদৰে জানিছিল যে ভাৰতীয়ৰ প্রতি সহানুভূতি নহ’লে আৰু ধৰ্মৰ প্ৰতি সন্মান প্রদর্শন নকৰিলে শাসন কাৰ্য্য পৰিচালনা কৰা সম্ভৱপৰ নহ’ব।
সেয়েহে গৱৰ্ণৰে সদায় ভাৰতীয়ৰ পৰম্পৰা আৰু ধর্মীয় ৰীতি-নীতিৰ প্রতি সন্মান আৰু শ্রদ্ধা প্রদর্শন কৰা দেখা যায়। কিন্তু মেয়ৰ আদালতে এই কথা উপলব্ধি কৰা নাছিল। বিশ্লেষণ কৰিলে দেখা যায় যে গৱৰ্ণৰ কাউন্সিল আৰু মেয়ৰ আদালতৰ মাজত মত পাৰ্থকাৰ মূল কাৰণসমূহ হ’ল-
১। মেয়ৰ আদালতৰ ন্যায়াধীশসকলৰ আইন বিষয়ৰ ওপৰত কোনো জ্ঞান নাছিল। তেওঁলোকে ময়মতীয়া ভাৱে আৰু নিজা খেয়ালখুচিমতে গোচৰ পৰিচালনা কৰিলে যাৰ বাবে ন্যায় প্রতিষ্ঠাৰ উদ্দেশ্যত পদাঘাট হয়।
২। ন্যায় প্রতিষ্ঠাৰ প্রতি গৱৰ্ণৰ-কাউন্সিলৰ সদ মনোভাৱ নথকা হেতুকে মেয়ৰ আদালতৰ লগতে সঘনাই সংঘর্ষ হোৱা দেখা যায়। তেওঁলোক স্বতন্তৰীয়া ন্যায়পালিকা প্রতিষ্ঠা কৰাৰ প্ৰতি আগ্ৰহী নাছিল। মেয়ৰ আদালতক গৱৰ্ণৰ কাউন্সিলে সদায় তলতীয়া বা বহতীয়া হিচাপে ব্যৱহাৰ বা গণ্য কৰা দেখা যায়। গৱৰ্ণৰৰ পৰামৰ্শ মেয়ৰে মানি নল’লে মেযৰক শাস্তি প্রদানো কৰা দেখা যায়।
৩। গবর্ণল-কাউন্সিল আৰু মেয়ৰ আদালত দুয়োটাই নিজকে নিজে শ্রেষ্ঠ বুলি গণ্য কৰি কাৰ্য্য পৰিচালনা কৰিছিল। ইয়াৰোপৰি ন্যায়াধীসকলক ৰাজকর্তৃত্বই নিযুক্তি দিয়া হেতুকে তেওঁলোকে স্বতন্তৰীয়া ন্যায়পালক হিচাপে বিবেচনা কৰে। ইফালে গৱৰ্ণৰ-কাউন্সিলে কাৰ্য্যপালিকা হিচাপে মেয়ৰ আদালততকৈ উর্দ্ধত বুলি ভাবিছিল অর্থাৎ মেয়ৰ আদালত গৱৰ্ণৰ-কাউন্সিলৰ অধীনত বুলি মত পোষণ কৰে।
৪। ১৭২৬ চনৰ চনদখনৰ আসোঁৱাহসমূহো গৱৰ্ণৰ আৰু মেয়ৰৰ মাজত হোৱা মত পার্থক্যৰ বাবে সম্পূর্ণ জগৰীয়া। চনদখনত বহু বিষয়ত স্পষ্ট ব্যৱস্থা দিয়া হোৱা নাই। মেয়ৰ আদালতত কি আইন প্রযোজ্য হ’ব তাকো স্পষ্ট ভাষাৰে চনদখনত ব্যবস্থা দিয়া নাই বা কোৱা নাই। এইবিলাক অনিশ্চয়তা আৰু অস্পষ্টতাই গৱৰ্ণৰ আৰু মেয়ৰৰ মাজত হোৱা বাদানুবাদৰ প্ৰধান কাৰণ। মেয়ৰ আদালতে স্বতন্তৰীয়া ন্যায় ব্যৱস্থাৰ বাবে যত্ন কৰিছিল। তেওঁলোকে কোম্পানীকো পতিয়ন নিয়াবলৈ যত্ন কৰিছিল যে ন্যায় কাৰ্য্যব্যৱস্থা স্বতন্তৰীয়া হোৱাটো অতি আৱশ্যেক কিয়নো তেতিয়াহে আদালতে ন্যায্য প্রদান কৰিব পাৰিব। হয়তো সেই কাৰণেই কোম্পানী চৰকাৰে ১৭৭৪ চনত কলিকতাত উচ্চতম ন্যায়ালয় প্রতিষ্ঠা কৰিছিল।
১৭৫৩ ৰ ৰাজ চনদ
গৱৰ্ণৰ কাউন্সিল আৰু মেয়ৰ আদালতৰ মাজত ঘটা মতবিৰোধ আৰু সংঘৰ্ষই ভাৰতৰ প্ৰেচিডেন্সি তিনিখনত নানা ধৰণৰ খেলি-মেলি সৃষ্টি কৰিলে আৰু শাসন কাৰ্য্যত বিজুটি ঘটিল। এনে এক পৰিস্থিতিত কোম্পানীয়ে বৃটেইনৰ ৰজাক ১৭২৬ ৰ চনৰ চনদখন অনতিপলমে পৰিস্থিতি সাপেক্ষে উপযুক্তভারে সংশধোন কৰিবলৈ অনুৰোধ জনালে। ১৭২৬ ৰ চনৰ চনদখন জৰুৰীভাৱে সংশোধন কৰা প্ৰয়োজন হৈ পৰিছিল; বিশেষকৈ, যেতিয়া ১৭৪৮ চনত মাদ্রাজ ফৰাচীৰ দখললৈ গৈ ১৯৪৯ চনত পুনৰ বৃটিছৰ দখললৈ ঘূৰি আহিছিল; যাৰ ফলত তিনিছৰ ধৰি মাদ্ৰজত ১৭২৬ ৰ চনদখন মাদ্রাজত প্রযোজ্য হোৱা নাছিল। সেয়েহে মাদ্রাজত পুনৰ বৃটিছ শাসন কাৰ্য্য পৰিচালনা কৰিবৰ বাবে চনদখন উপযুক্তভাবে সংশোধন কৰা প্ৰয়োজন হৈ পৰিছিল। গতিকে, ১৭২৬ৰ চনদ সংশোধন কৰি ১৭৫৩ চনত ৰাজ চনদখন গৃহিত কৰে। ১৭৫৩ৰ চনদত তলত উল্লেখ কৰা ব্যৱস্থাসমূহ সন্নিবিষ্ট কৰি ১৭২৬ৰ চনদখন সংশোধন কৰা হয়।
(ক) মেয়ৰ আদালত পুনৰ জীৱিতকৰণ :
মাদ্রাজ প্রেচিডেন্সি তিনিবছৰ ধৰি ফৰাচীৰ দখলত থকা হেতুকে তাত বৃটিছৰ এক্তিয়াৰ লোপ পাইছিল আৰু ১৭২৬ৰ চনদৰ ব্যৱস্থাসমূহ প্রযোজ্যৰ হোৱা নাছিল। তিনি বছৰৰ পাছত মাদ্রাজ বৃটিছৰ অধীনলৈ পুনৰ ঘূৰি আহিল। নতুন চনদখনে মাদ্রাজলৈ বৃটিছ এক্তিয়াৰ ঘূৰাই আনিলে। বোম্বাই আৰু কলিকতা প্রেচিডেন্সিত যিবিলাক আসোঁৱাহ আছিল তাকো এই চনদখনে আঁতৰ কৰি দিলে। বৃটেইনৰ ৰজা দ্বিতীয় জর্জয়ে ১৭৫৩ চনৰ চনদখনত অনুমদন জনায়।
(খ) মেয়ৰ আদালত গৱৰ্ণৰ কাউন্সিলৰ অধীনলৈ অনা হ’লঃ
গৱৰ্ণৰ কাউন্সিল আৰু মেয়ৰ আদালতৰ মাজত কাৰ্য্য পৰিচালনাৰ বাবে পৰিসীমালৈ যি মতবিৰোধ ঘটিছিল তাক ১৭৫৩ৰ চনদখনে অৱসান ঘটাই কোম্পানীৰ তিনিখন প্রেচিডেন্সি গৱৰ্ণৰ কাউন্সিলৰ অধীনলৈ অর্থাৎ এক্তিয়াৰলৈ আনিলে। ইয়াৰোপৰি, এলদাৰমেন আৰু মেয়ৰ নিযুক্তৰ প্ৰক্ৰিয়া সংশোধন কৰি গৱৰ্ণৰ কাউন্সিলৰ অধীনলৈ অনা হ’ল।
(গ) স্থানীয় ৰীতি-নীতি বলবৎ:
দেৱানী সম্রৰ্কীয় প্রশ্নত মেয়ৰ আদালতে কোনো ধৰণৰ হস্তক্ষেপ কৰিব নোৱাৰিব আৰু তেনে প্রশ্নত স্থানীয় ৰীতি-নীতি মতে স্থানীয় লোকেই সমস্যা সমাধান কৰিব পাৰিব। আৰু যদিহে দুয়োটা পক্ষই লিখিতভাবে সম্মতি প্রকাশ কৰে যে মেয়ৰ আদালতৰ সিদ্ধান্ত তেওঁলোকে মানি ল’ব; তেনে ক্ষেত্রতহে মেয়ৰ আদালতে স্থানীয় দেৱানী গোচৰ লোৱাৰ অধিকাৰ পাব।
(ঘ) শপত গ্রহণ ব্যবস্থা:
শপত গ্রহণ ব্যৱস্থা সংশোধন কৰি ১৭৫৩ৰ চনদখনে ব্যৱস্থা দিয়ে যে, স্থানীয় ভাৰতীয় আৰু খৃষ্টিয়ান লোকে তেওঁলোকৰ বিবেক ও দায়বদ্ধতা অনুসৰি আদালতত শপত পাঠ কৰিব পাৰিব।
(ঙ) গোচৰীয়াই আদালতত মাচুল জমা দিয়া ব্যবস্থা:
১৭৫৩ চনদে গোচৰীয়াই আদালতত মাচুল জমা দিয়াৰ পৰিৱৰ্তে চৰকাৰৰ ঘৰত গোচৰৰ বাবে মাচুল জমা দিয়াৰ ব্যৱস্থা দিয়ে
(চ) আবেদন-আদালত প্রতিষ্ঠা:
১৭৫৩ৰ চনদখনে প্রতিখন প্রেচিডেন্সি চহৰত একোখনকৈ নতুন আদালত প্রতিষ্ঠা কৰা ব্যৱস্থা দিয়ে। এই আদালতক আবেদন আদালত (Court of Requests) বুলি কোৱা হৈছে। দেৱানী গোচৰৰ মূল্য যদি পাঁচ পেগদা অর্থাৎ ১৫ টকাতকৈ অধিক নহয়, তেনে গোচৰৰ আবেদন আদালতৰ এক্তিয়াৰৰ ভিতৰত হ’ব। আবেদন-আদালত প্রতিষ্ঠা কাৰৰ মুখ্য উদ্দেশ্য হ’ল যাতে সম্ভা আৰু খটকীয়াকৈ গোচৰ নিষ্পত্তি কৰিব পাৰে।
১৭৫৩ৰ চনদৰ ন্যায়িক আঁচনিখনে কিছুমান অসুবিধাৰো সৃষ্টি কৰা পৰিলক্ষিত হয়। বিশেষকৈ মাদ্রাজ প্রেচিডেন্সিত স্থানীয় বাসিন্দাসকলৰ গোচৰ নিষ্পত্তি কৰা ক্ষেত্ৰত। যদি গোচৰৰ মূল্য পাঁচ পেগদা অর্থাৎ ১৫ টকাতকৈ কম হয় তেতিয়াহলে এনে গোচৰ মেয়ৰ আদালতে ল’ব নোৱাৰিছিল। এইবিলাক গোচৰৰ বাবে এক্তিয়াৰ দিয়া হ’ল আবেদন-আদালতক। বাদী-বিবাদী একমত হৈ লিখিতভাৱে সম্মতি প্রকাশ কৰে যে মেয়ৰ আদালতৰ সিদ্ধান্ত তেওঁলোকে মানি ল’ব, তেতিয়াহে এনে গোচৰ লোৱাৰ অধিকাৰ মেয়ৰ আদালতে পাব।
১৭৯৮ চনত মহকুমা বিচাৰক আদালত (Recorder’s Court) প্রচিষ্ঠা হোৱাৰ আগলৈকে এই অসুবিধাসমূহে ভালদৰে গা কৰি আছিল।
১৭৫৩ৰ চনদৰ ন্যায়িক আঁচনিখনে সকলো সুবিধা নাইকিয়া কৰিব যে পাৰিছিল এনে নহয়। এই ন্যায়িক আঁচনিখনো আছিল আসোঁৱাহপূর্ণ। কিয়নো প্রথমে দেখা যায় যে, প্রতিখন প্রেসিডেন্সিত মেয়ৰ আদালতত কোম্পানীৰ
বিষয়াক গবৰ্ণৰ কাউন্সিলে নিযুক্তি দিয়ে। কোনো গোচৰত যেতিয়া কোম্পানী কোনো এক পক্ষ হৈ পৰে তেতিয়া আদালতে স্বতন্তৰীয়া ভূমিকা পালন কৰি
ৰায়দান কৰাত অসুবিধাৰ সন্মুখীন হোৱাটো পৰিলক্ষিত হয়। ই স্বাভাৱিক। এইদৰেই আদালতে স্বাধীনতা হেৰুৱাব লগাত পৰিছিল। ন্যায় প্রদানবিলাক এক ৰজনৈতিক বহুৱালী বুলিহে সমালোচকসকলে ক’ব বিচাৰে।
দ্বিতীয়তে দেখা যায় যে, কোম্পানীৰ বিষয়াক নিজা নিজা ব্যৱসায় কৰিবলৈ অনুমতি দিয়া হৈছে যাৰ ফলত স্থানীয় লোকসকলৰ লগত তেওঁলোকৰ বিবাদ হ’বলৈ ধৰে। মেয়ৰ আদালত যিহেতুকে কোম্পানীৰ কনিষ্ঠ (Junior) বিষয়াসকলৰ দ্বাৰা গঠিত, সেই হেতুকে তেওঁলোকে কোম্পানীৰ জ্যেষ্ঠ
বিষয়াসকলক অনুগ্ৰহ কৰিছিল অৰ্থাৎ মেয়ৰ আদালতে পক্ষপাতিত্বমূলক দৃষ্টিভংগী লোৱা দেখা যায়। ইয়াৰোপৰি, গৱৰ্ণৰ কাউন্সিলে মেয়ৰ আদালতৰ ন্যায়াধীশসকলৰ ওপৰত অনাহকত হেঁচা প্রয়োগ কৰিছিল। এনেবিলাক কোম্পনীৰ কাৰ্য্যই ন্যায়ালৰ স্বাধীনতাত পদাঘাট কৰিছিল।
তৃতীয়তে, গৱৰ্ণৰ কাউন্সিলে ফৌজদাৰী আৰু দেৱানী গোচৰ লোৱাৰ অধিকাৰ দিয়া অধিকাৰ পাইছিল। অর্থাৎ ফৌজদাৰী আৰু দেৱানী গোচৰ লোৱাৰ এক্তিয়াৰ আছিল কেৱল গৱৰ্ণৰ কাউন্সিলৰহে। ইফালে গৱৰ্ণৰ কাউন্সিল আছিল প্রেটিচডেন্সিৰ কাৰ্য্যপালিকা হিচাবে মুৰব্বী। তেওঁলোকে আইন প্রণয়নৰ ক্ষমতাও প্রয়োগ কৰিছিল। এইদৰে গৱৰ্ণৰ কাউন্সিলে তিনিওটা শাখাৰ (Legislative, Executive and judiciary) ক্ষমতা কেন্দ্রীভূত কৰি ন্যায়িক আদালতৰ স্বাধীনতাত হেঙাৰ ৰূপে থিয় দিছিল।
চতুৰ্থতে, মেয়ৰ আদালতৰ ন্যায়াধীশসকলৰ আইনৰ বিষয়ে অকণো সম্যক জ্ঞান নাছিল। তেওঁলোকে ইংলিছ আইন অনুসৰণ কৰিব লাগিছিল, কিন্তু তেওঁলোকে ইংলিছ আইনৰ ক-খ, ম-ম জনা নাছিল। ফলত তেওঁলোকে নিজা খিয়াল-খুচিমতে গোচৰ নিষ্পত্তি কৰিছিল। আনহাতে সেই সময়ত আইন-প্রতিবেদন (Law Reporting) নথকা হেতুকে গুৰুত্ব আৰু আউল লগা গোচৰসমূহ লণ্ডনলৈ পঠাইছিল অভিমত বিচাৰি। এনে সমস্যাই বিচাৰ নিষ্পত্তি কৰাত বহুতো পলম হৈছিল।
পঞ্চমতে, প্ৰথম অৱস্থাত ভাৰতীয় হিন্দু মানুহক ন্যায় বিচাৰ কাৰ্য্যত অন্তর্ভুক্ত কৰা নাছিল কিন্তু ভাৰতীয় খৃষ্টীয়ানক অন্তর্ভূক্ত কৰা হৈছিল। ই কেবল বিৰক্তিজনকেই নহয়, অতি নিন্দনীয়ও আছিল।
ষষ্ঠতে, ১৭৫৩ৰ চনদখনৰ ব্যৱস্থাসমূহ প্রেচিডেন্সি তিনিখনতহে আবদ্ধ আছিল। এই তিনিখন প্রেসিডেন্সিৰ এলেকাৰ বাহিৰত কোনো আদালত প্রতিষ্ঠা হোৱা নাছিল যাৰ ফলত কোম্পানী আৰু বিষয়াসকললে বহুতো বেমেজালিৰ সম্মুখীন হ’ব লগা হৈছিল।
১৭৫৩ৰ চনদখনে ভাৰতবৰ্ষত ইংলিছ আইনৰ মাজেৰে ন্যায়িক ব্যবস্থা সমৰূপত বা সমতা আনিবলৈ শুভ আৰম্ভণি কৰে বুলি ক’ব লাগিব।
ভাৰতত ইংৰাজ আধিপত্য (১৭৪৬-১৮১৮)
ইউৰোপৰ কেইবাখনো অন্যান্য দেশে ভাৰতৰ লগত বেহা-বেপাৰ কৰিছিল যদিও ইংৰাজ আৰু ফৰাচীসকলৰ বাহিৰে আন কোনো এটা জাতিয়ে ভাৰতবৰ্ষত খোপনি পুতিবলৈ যত্ন কৰা নাছিল। ইউৰোপীয় বাণিকসকলে ভাৰতৰ ৰাজনীতিত হস্তক্ষেপ কৰিবলৈ আগবাঢ়ি আহাৰ কাৰণবিলাক বিশ্লেষণ কৰিলে ওলায় পৰে যে, মোগলৰ হাতত ইংলিচ ইষ্ট ইণ্ডিয়া কোম্পানী পৰাজিত হৈ ৰাজনৈতিক অভিলাষ পূৰণ কৰাত ব্যৰ্থ হৈছিল। কিন্তু ঔৰঙ্গজেৱৰ মৃত্যুৰ পাছত মোগল সাম্রাজ্য পতনমুখী হ’বলৈ ধৰিলে আৰু এনে এক দূর্বল মুহূৰ্তত চতুৰ ইষ্ট ইণ্ডিয়া কোম্পানীয়ে সুযোগ গ্রহণ কৰিবলৈ উঠি পৰি লাগিল। সেই সময়ত পশ্চিম ভাৰতৰ মাৰাঠাসকলৰ পৰাক্ৰম অটুট আছিল আৰু পূব-ভাৰতৰ বঙ্গদেশত সাহসী আৰু স্বাধীনচেতীয়া আলিবর্দী খাঁৰ শাসন চলিছিল। গতিকেই, তেওঁলোকে দীক্ষিণাত্যত সাম্রাজ্য স্থাপন কৰিবলৈ যত্ন কৰে। ১৭২৪ খৃষ্টাব্দত নিজাম উল মূলক আচফজাহে হায়দৰাবাদত সুকীয়া ৰাজ্য স্থাপন কৰে। তেওঁৰ মৃত্যু হোৱাত দক্ষিণাত্যত শক্তিশালী শাসক নোহোৱা হ’ল। ইফালে মাৰাঠাসকলে দক্ষিণ ভাৰতত সঘনাই আক্ৰমণ কৰিছিল।
দাক্ষিণাত্যৰ এখন প্ৰধান প্রদেশ আছিল কৰ্ণাটক। ইয়াৰ ৰাজধানী আছিল আর্কট আৰু নবাব খিতাপৰ শাসন কর্তাই শাসন কৰিছিল। ঔৰঙ্গজেৱৰ মৃত্যুৰ পাছত হায়দৰাবাদৰ নিজাম আচফজাহ যেনেকৈ মোগল সম্ৰাটৰ কতৃত্বৰ পৰা স্বাধীন হৈ পৰিছিল, তেনেকৈয়ে কৰ্ণাটকৰ নবাবেও নিজামৰ শাসন নেমানি
স্বতন্তৰীয়াকৈ নিজ ৰাজ্য শাসন কৰিবলৈ ধৰে। ১৭৪০ খৃষ্টাব্দত মাৰাঠাবিলাকে কৰ্ণাটক আক্রমণ কৰে আৰু নবাব দোস্ত আলীক বধ কৰে। নবাব দোস্তৰ পুতেক চফদৰ আলীৰ পৰা এক কোটি টকা লৈ তেওঁক নবাব পাতে। চফদৰ আলীক তেওঁৰ সম্বন্ধীয় ভায়েক ইনে হত্যা কৰি তেওঁৰ নাবালক পুতেকক কৰ্ণাটকৰ নবাব পাতে। এই খবৰ পাই নিজাম কৰ্ণাটকলৈ আহে আৰু নাবালক নবাবজনক আঁতৰাই তেওঁৰ ঠাইত নিজামৰ বিশ্বাসী আনোৱাউদ্দিনক নবাব পদত অধিষ্ঠত কৰে। এনে কাৰ্য্যই কৰ্ণাটকত গুৰুত্ব গৃহকন্দলৰ সৃষ্টি হয়। দোস্তা আলীৰ সমৰ্থসসকলে আনোৱাউদ্দিনৰ শাসন অবৈধ জ্ঞান কৰি তেওঁৰ বিৰুদ্ধে যড়যন্ত্ৰ কৰিবলৈ ধৰে। সেই সময়ত ফৰাচীবিলাকেই ইংৰাজসকলৰ ঘাই প্রতিদ্বন্দ্বি আছিল।
ইংৰাজবিলাকৰ প্ৰধান বাণিজ্যি কুঠী আছিল মাদ্রাজ আৰু ফৰাচীবিলাকৰ বাণিজ্যি কুঠী আছিল পণ্ডিচেৰী। দাক্ষিণাত্যত মাদ্ৰাজ্যৰ উপৰিও পণ্ডিচেৰীৰ ওচৰত ইংৰাজবিলাকৰ ‘চেইন্ট ডেভিদ’ নামে আন এটা দুর্গ আছিল। ওপৰে ওপৰে দেখাত দুয়োটা শক্তি প্রায় সমান আছিল যদিও বাণিজ্যৰ ক্ষেত্ৰত ফৰাচী বিলাক নানা আলৈ-আহুকালৰ মাজেদি আগবাঢ়িবলগীয়া হৈছিল। ইষ্ট ইন্ডিয়া কোম্পানী এটা বেচৰকাৰী প্ৰতিষ্ঠান হিচাপে স্বাধীনভাৱে আগবাঢ়িব পাৰিছিল। আনহাতে, ফৰাচী কোম্পানীটো চৰকাৰৰ অনুগ্ৰহত বৰ্তি আছিল। ফৰাচী কোম্পানীৰ ঘাই অংশীদাৰসকলো সম্ভ্রান্ত শ্ৰেণীৰ লোক আছিল। তেওঁলোকে কোম্পানীৰ উন্নতিতকৈ তেওঁলোকৰ ব্যক্তিগত লাভৰ কথাহে বেছিকৈ চিন্তা কৰিছিল। সেই সময়ৰ ফৰাচী চৰকাৰ আছিল প্রতিক্রিয়াশীল, স্বেচ্ছাচাৰী, অকর্মন্য আৰু দুর্নীতিপৰায়ণ। এইবিলাক কাৰণে দক্ষিণাত্যৰ বাহিৰে ভাৰতৰ আন আন ঠাইত ফৰাচীসকলে ইংৰাজৰ দৰে বাণিজ্য বিস্তাৰ কৰিব পৰা নাছিল।
১৭৪৬ চনৰ পৰা ১৭৬৩ চনৰ ভিতৰত হোৱা তিনিখন কৰ্ণাটক যুদ্ধৰ মূল কাৰণ হ’ল ভাৰতত ইংৰাজ আৰু ফৰাচীসকলৰ নিজ নিজ শক্তি পৰীক্ষা কৰা। ১৭৪৫ চনত ইংৰাজ নৌ সেনাই ভাৰতৰ দক্ষিন উপকূলত ফৰাচী জাহাজবোৰ আবদ্ধ কৰি ৰখাত সমস্যাই জটিল ৰূপ ল’লে। প্রতিশোধ হিচাপে পণ্ডিচেৰীৰ গৱৰ্ণৰ ডুপ্লেৰ নেতৃত্বত ফৰাচী সেনাই ইংৰাজৰ কর্তৃত্বাধীন মাদ্রাজ দখল কৰি বহে। তেতিয়া মাদ্রাজৰ ইংৰাজসকল নিৰুপাই হৈ কৰ্ণাটকৰ নবাবৰ কাষ চাপিল।
কৰ্ণাটকৰ নবাবে ইংৰাজৰ সৈন্যবাহিনী দি সহায় কৰে। সীমিত ফৰাচী সৈন্য বাহিনীৰ হাতত নবাবৰ সৈন্যৰ পৰাজয় ঘটিল। ফলত পণ্ডিচেৰী ইংৰাজৰ কবল লৈ নগ’ল।
১৭৪৯ চনৰ পৰা ১৭৫৪ চনলৈকে ভাৰতৰ মাটিত ইংৰাজ আৰু ফৰাচী শক্তিৰ যি সামৰিক সংঘর্ষ চলিছিল সিয়েই হ’ল দ্বিতীয় কাটকৰ যুদ্ধ।
ইউৰোপৰ সাতবছৰীয়া ৰণত ইংৰাজসকলে ৰুছিয়া আৰু ফ্রান্সে অষ্ট্ৰিযাৰ পক্ষে যোগ দিয়াত তাৰ প্ৰতিক্রিয়া ভাৰততো পৰিল। সেয়েহে উভয় পক্ষেই পূৰ্বৰ প্ৰতিশ্রুতি আওকান কৰি নিজৰ নিজৰ প্ৰাধ্যন্য স্থাপন কৰিবলৈ পুনৰ প্ৰয়াস কৰিলে। এইদৰে সংঘটিত হোৱা যুদ্ধখন কৰ্ণাটকৰ তৃতীয় যুদ্ধ নামে জনাজাত। দাক্ষিণাত্যত এইখনেই হ’ল ইংৰাজ-ফৰাচীৰ বিবাদৰ অন্তিম ৰণ।
১৭৬৩ চনত ইউৰোপত হোৱা পেৰিচ সন্ধিয়ে ইংৰাজ-ফৰাচী বিবাদৰ অন্ত পেলায়। সেই সন্ধিৰ চৰ্ত অনুযায়ী ভাৰততো ফৰাচী চৰকাৰে পণ্ডিচেৰী আৰু চন্দন নগৰ ইংৰাজৰ পৰা ঘূৰাই পালে। কিন্তু ফৰাচীসকলে যাতে ভবিষ্যতে সামৰিক শক্তি গঢ়ি তুলিব নোৱাৰে সেই কথা ঠাৱৰ কৰিহে উক্ত ঠাই দুখন ইংৰাজে ঘূৰাই দিয়ে।
বঙ্গদেশত ইংৰাজৰ আধিপত্য
দাক্ষিণাত্যৰ ইংৰাজ আৰু ফৰাচীৰ মাজত সংঘর্ষ হোৱাৰ ফলত বঙ্গদেশৰ ৰাজনৈতিৰ পৰিস্থিতিৰ অৱনতি ঘটে। ১৭৫৬ চনত বঙ্গৰ নবাব আলিবর্দী খাঁৰ মৃত্যু হোৱাত নবাবী পদ লৈ তেওঁৰ উত্তৰাধিকাৰীসকলৰ মাজত ঘোৰ বিবাদৰ সৃষ্টি হয়। ইংৰাজ বাণিকসকলে তাত অংশ গ্রহণ কৰি ৰাজনৈতিক প্রাধান্য স্থাপনৰ পথ সুগম কৰি তুলিলে।
১৭৪০ চনত বঙ্গৰ নবাব চৰফৰাজ খাঁক আঁতৰাই আলিবর্দী খাঁ বঙ্গ, বিহাৰ আৰু উৰিষ্যা- এই তিনিখন প্রদেশৰ সৰ্বময় শাসনকর্তা হয়। ইতিমধ্যে, মর্চিদ কুলি খাঁৰ দিনতে বঙ্গ ৰাজ্যৰ ৰাজধানী ঢাকাৰ পৰা মুৰ্ছিদাবাদলৈ স্থানান্তৰিক কৰে। আদিবর্দী খাঁই ১৭৫৬ চনলৈকে বঙ্গদেশৰ নবাব হিচাপে এই তিনিখন প্ৰদেশৰ শাসন কাৰ্য্য পৰিচালনা কৰিছিল। এওঁৰ দিনতে মাৰাঠাবিলাকে বাৰে বাৰে লুট-পাতৰে সন্ত্ৰাসৰ সৃষ্টি কৰিছিল বহিঃ শত্ৰুৰ উপৰিও আভ্যন্তৰীণ শত্ৰুৱে নবাবক ব্যতিব্যস্ত কৰি তোলে। নবাবৰ বিষয়া-বৰ্গই ভিতৰি ভিতৰি ষড়যন্ত্ৰত লিপ্তহৈ সমস্যাৰ সৃষ্টি কৰে। এনে এক পৰিস্থিতিত আলিবর্দী খাঁই মাৰাঠাৰ লগত সন্ধি কৰি দেশ শাসন কৰিছিল।
আলিবর্দী খাঁৰ মৃত্যুৰ পাছত চিৰাজুউদ্দৌলা নবাব হয়। চিৰাজুদ্দৌলাৰ তেতিয়া বয়স আছিল মাত্ৰ কুৰি বছৰ। তেওঁ নবাব হৈয়েই ইংৰাজ বাণিকসকলৰ কাম-কাজত অসন্তুষ্ট হয়। ইফালে তেওঁৰ মন্ত্রীবর্গইও বিশ্বাসঘাটকতা কৰিলে। ইয়াৰ প্ৰতিফল সমগ্ৰ ভাৰতবৰ্ষই ভুগিব লগা হ’ল। বঙ্গৰ ৰাজধানী মুৰ্ছিদাবাদৰ এনে এক ৰাজনৈতিক পৰিস্থিতিৰ মাজতে ৰবাৰ্ট ক্লাইবৰ নেতৃত্বত ইংৰাজসকলে ভাৰতত বিশেষকৈ বঙ্গদেশত নিজ প্রভুত্ব প্রতিষ্ঠা আৰু অর্থনৈতিক সুযোগ সুবিধা লোৱাৰ বাবে উঠি পৰি লাগিল। ইয়াৰে পৰিণতিত বিখ্যাত পলাচীৰ যুদ্ধ সংঘটিত হয়।
(ক) পলাচীৰ যুদ্ধ:
নবাব চিৰাজুদ্দৌলাক সিংহাসনচ্যুত কৰিবলৈ ক্লাইবে ষড়যন্ত্ৰ কৰিলে। কোম্পানীয়ে অভিযোগ আনিলে যে, নবাবে ১৭৫৭ চনৰ ফেব্ৰুৱাৰী মাহত কৰা সন্ধিৰ চৰ্তবিলাক ভঙ্গ কৰিছে। এই অভিযোগ কৰি ক্লাইবে মূর্ছিদাবাদ আক্রমণ কৰে। ইংৰাজ সেনা বাহিনীয়ে মুৰ্ছিদাবাদৰ ওচৰত পলাচী নামৰ ঠাইত চাউনি পাতে। নবাবে নিজে পলাচীৰ পৰা অলপ আঁতৰত কিছু সৈন্য-সামন্ত লৈ সাজু হৈ মীৰজাফৰ, ইয়াৰ লটিফ খাঁ, ৰায় দুৰ্ল্লভ, মীৰ মইনুদ্দিন- এই চাৰিজন সেনাপতিৰ অধীনত ৪৮ হাজাৰ সৈন্য দি ইংৰাজ সৈন্যৰ লগত যুদ্ধ কৰিবলৈ পঠালে। ইফালে, ক্লাইবৰ লগত আছিল এহেজাৰ ইংৰাজ সেনা আৰু দুহেজাৰ ভাৰতীয় চিপাহী। কোনো ঘোৰোতৰ যুদ্ধ নলগাকৈ পলাচীৰ ৰণ অন্ত পৰে। গোপন চুক্তি অনুযায়ী মীৰজাফৰ ইয়াৰ লটিফ খাঁ আৰু ৰায় দুর্লভে বিশ্বাসঘাটকতা কৰি যুদ্ধ নকৰাকৈ থাকিল। এনে এক পৰিস্থিতিত নবাব পলাই গ’ল। মীৰজাফৰৰ পুতেক মীৰণে নবাব চিৰাজুদ্দৌলাক বন্দী কৰি হত্যা কৰে।
পলাচী ৰণৰ ফলস্বৰূপে ভাৰতৰ মাটিত ইংৰাজ কোম্পানীৰ ৰাজনৈতিক জয়যাত্ৰাৰ আৰম্ভণি ঘোষিত হ’ল। সেই দিন ধৰি চলে-বলে-কৌশলে ক্ষমতা দখল কৰা ইংৰাজ কোম্পানীৰ ঘোষিত নীতি হৈ পৰিল। ইংৰাজ কোম্পানীয়ে বংগ জয়ৰ মাজেদি ভাৰত জয়ৰ যাত্ৰা আৰম্ভ কৰে। দ্বিতীয়তে বঙ্গদেশৰ পৰা ফৰাচি চিৰকালৰ বাবে উচ্ছেদিত হ’ল। ইয়াৰ পিছত ইষ্ট ইণ্ডিয়া কোম্পানীৰ অর্থনৈতিক শোষণ বাঢ়ি গ’ল। লগে লগে ভাৰতৰ মাটিত ইংৰাজৰ সাৰ্বভৌম কর্তৃত্ব পলাচী ৰণে সুগম কৰি তোলে। মাত্র আঠ মাহৰ ভিতৰতে বঙ্গ, বিহাৰ আৰু উৰিষ্যাৰ দেৱানী লাভে ইংৰাজক অধিক শক্তিশালী কৰে। মীৰজাফৰে ধন সম্পত্তিৰ লগতে ২৪ পৰগণাৰ জমিদাৰী ক্লাইবক দিব লগা হ’ল। নবাবৰ লগত হোৱা চুক্তিমতে বঙ্গৰ ৰাজধানী মুৰ্ছিদাবাদত এজন ইংৰাজ প্রতিনিধি ৰখাৰ সুবিধাই কোম্পানীৰ সামৰিক আৰু ৰাজনৈতিক কর্তৃত্ব সম্প্ৰসাৰণৰ বাট সহজ কৰি তোলে। চমু কথাত ক’বলৈ গ’লে পলাচী ৰণ ভাৰত বুৰঞ্জীৰ এক তাৎপর্য ঘটানা।
(খ) বক্সাৰ যুদ্ধ (১৭৬৪):
পলাচী ৰণৰ পাছত ১৭৬৩ চনত মীৰকাচিম পলাই গৈ আযোধ্যা পাইছিলগৈ। আযোধ্যাৰ নবাব আছিল চুজাটদ্দৌলা আৰু মোগল সম্রাট দ্বিতীয় ছাহ আলমৰ সৈতে লগ লাগি ইংৰাজৰ বিৰুদ্ধে এক ঐক্যবদ্ধ যুদ্ধ কৰা পৰিকল্পনা কৰে। বক্সাৰ নামে ঠাইত মীৰকাচিম, চাহ আলম আৰু চুজাৰউদ্দৌলাৰ ঐক্যবদ্ধ শক্তিয়ে ইংৰাজৰ বিৰুদ্ধে যুদ্ধ কৰি পৰাজয় বৰণ কৰিব লগা হ’ল। এই বক্সাৰ যুদ্ধাৰ অন্তত ইংৰাজে শ্রেষ্ঠতা প্রমাণ কৰিলে। মুঠতে এইখন যুদ্ধই ইংৰাজৰ খোপনি অধিক মজবুত কৰিলে। এটা কথা মন কৰিবলগা এই যে মীৰকাচিমৰ পৰাজয় চিৰাজুদ্দৌলাৰ দৰে আকস্মিক নাছিল। মীৰকাচিমৰ পৰাজয়ৰ মূল কাৰণ আছিল পুৰণিকলীয়া যুদ্ধৰ ৰীতি-নীতি, সৈন্যবাহিনীৰ বিশৃংখলতা আৰু সেই সময়ৰ বঙ্গৰ ৰাজনৈতিক পৰিস্থিতিৰ শোচনীয়তা। পলাচী যুদ্ধত ইংৰাজৰ শ্রেষ্ঠতাৰ কোনো প্রমাণ নাছিল- পলাচী যুদ্ধত মীৰকাচিমৰ মন্ত্রীবর্গই বিশ্বাসঘাটকতা কৰি ইংৰাজক ভাৰতবৰ্ষৰ সার্বভৌম ক্ষমতা হাতত তুলি দিয়ে।
(গ) এলাহাবাদ সন্ধি (১৭৬৫):
বক্সাৰ যুদ্ধত জয়লাভ কৰি ইংৰাজ কোম্পানীয়ে মোগল সম্রাট দ্বিতীয় ছাহ আলম আৰু অযোধ্যাৰ নবাব চুজাউদ্দৌলাৰ লগত এক সন্ধিত উপনীত হয়। এই সন্ধিৰ চৰ্তসমূহ
- ১। ইংৰাজে নবাব চুজাউদ্দৌলাক অর্ধ ৰাজ্য ঘুৰাই দিব।
- ২। চুজাউদ্দৌলাই ইংৰাজক ৫০ লাখ টকা যুদ্ধৰ ক্ষতিপূৰণ দিব।
- ৩। নবাবে এলাহাবাদ আৰু কোৰা জিলা ইংৰাজক এৰি দিব।
- ৪। ইংৰাজৰ লগত নবাবে এক প্ৰতিৰক্ষাত্মক আৰু আনাক্ৰমণাত্মক চুক্তিত চহী কৰিব।
- ৫। মোগল সম্রাট দ্বিতীয় চাহ আলমক ইংৰাজে এলাহাবাদ আৰু কাৰো জিলা প্রত্যার্পণ কৰিব।
- ৬। মোগল সম্রাটে এক ফলমান যোগে ইংৰাজক বঙ্গ, বিহাৰ আৰু উৰিষ্যাৰ দেৱনী দিব আৰু লগতে উত্তৰ অঞ্চলৰ ৰাজহ সংগ্ৰহ কৰাৰ কর্তৃত্ব দিব।
- ৭। ইংৰাজক দিয়া কর্তৃত্বৰ প্রতিদান স্বৰূপে কোম্পানীয়ে মোগল সম্রাটক বছৰি ২৬ লাখ টকা দিব।
ফৌজদাৰী, বিচাৰ বিভাগ, ৰাজহ সংগ্ৰহ অসামৰিক ন্যায় বিচাৰৰ আনুষ্ঠানিকভাৱে অধিকাৰ লাভ কৰে। মোগল সম্রাটে ইংৰাজ কোম্পানীক বঙ্গ প্রদেশৰ সমস্ত কর্তৃত্ব দিয়ে। ইয়াৰ ফলত বঙ্গ প্রদেশৰ ওপৰত ইংৰাজৰ কতৃত্ব আইন সংগত বুলি ঘোষিত হ’ল। ইংৰাজে এলাহাবাদ সন্ধিৰ পাছত ভাৰতৰ মাটিত সার্বভৌমত্ব অধিকাৰ লাভ কৰিলে। মোগল সম্রাটে বেপাৰী কোম্পানীটোক বঙ্গ, বিহাৰ আৰু উৰিষ্যাৰ দেৱানী ক্ষমতা প্রদান কৰে। দেৱানৰ কাম হ’ল ৰাজহ সংগ্ৰহ কৰা। কিন্তু কোম্পানীয়ে সেই কামতে আবদ্ধ নাথাকি বঙ্গৰ প্ৰতিৰক্ষা আৰু প্রশাসনিক কামতো হাত দিয়ে। ৰবাৰ্ট ক্লাইবে বঙ্গৰ নবাব নাজিমউদ্দৌলাৰ লগত সন্ধি কৰি যি ক্ষমতা আহৰণ কৰিছিল তাক নামমাত্র সম্ৰাটৰ এক অনুমোদনৰ যোগেদি নিয়মীয়া কৰে। দেৱানী কর্তৃত্ব পাই ক্লাইবে ফৰাচী, ওলন্দাজ আদি ব্যৱসায় গোষ্ঠীক ইংৰাজৰ বিৰুদ্ধে নোযোৱাকৈ সন্তুষ্ট কৰি ৰাখিবলৈ যত্ন কৰে। মোগল সম্রাটৰ পৰা দেৱানী স্বত্ব পাই ইংৰাজ কোম্পানীয়ে বাণিজ্যিক আৰু ৰাজনৈতিক ভাবে লাভবান হ’বলৈ ধৰিলে।
বঙ্গদেশত ক্লাইবৰ দ্বৈত শাসন
ৰবাৰ্ট ক্লাইবে এলাহাবাদ সন্ধিৰ পাছতে বঙ্গদেশত দ্বৈত শাসন প্রবর্তন কৰে। বঙ্গৰ নবাব মোগল সম্রাটৰ চুবেদাৰ হিচাপে নিজামত অর্থাৎ সামৰিক শাসন আৰু ফৌজদাৰী বিচাৰ আৰু দেৱান হিচাপে ৰাজহ আৰু ৰাজহ সংক্রান্ত বিষয়ত বিচাৰৰ অধিকাৰ পায়। ১৭৬৫ চনত নবাব নাজিমদ্দৌল্লাৰ লগত হোৱা চুক্তি অনুসৰি নবাব নিজামতৰ দায়িত্ব কোম্পানীক এৰি দিয়ে। কোম্পানীয়ে কিন্তু প্রত্যক্ষভাবে কোনো দয়িত্ব গ্রহণ নকৰি ভাৰতীয় কৰ্মচাৰীৰ দ্বাৰা সেইবোৰ কাম কৰাৰ ব্যৱস্থা কৰে। চুক্তি অনুযায়ী ইংৰাজৰ মনোনীত ৰেজা খাঁক উপ নবাব পতা হয়। ইয়াৰ পাছত ক্লাইবে দুর্লভ ৰায় আৰু জগত শেঠক তেওঁৰ সহকাৰী হিচাপে নিযুক্তি দিয়ে। ইয়াৰোপৰি ৰজা চিতাৰ ৰায়ক পাটনা বাণিজ্য কুঠীৰ প্ৰধান বিষয়াৰ সৈতে যুটীয়াভাৱে ৰাজহ সংগ্ৰহৰ দায়িত্ব ভাৰ দিয়ে। এনে ব্যৱস্থাৰ ফলত দ্বৈত শাসন প্ৰৱৰ্তন হয়। সকলো ক্ষমতা নবাবৰ কৰ্মচাৰীৰ ওপৰত থাকিলেও ক্ষমতাৰ প্ৰকৃত অধিকাৰী হ’ল ইংৰাজ কোম্পানীহে। কোম্পানীৰ ক্ষমতা আছে, দায়িত্ব নাই। ইফালে নবাবৰ দায়িত্ব আছে কিন্তু ক্ষমতা নাই। ক্ষমতাহীন দায়িত্ব আৰু দায়িত্বহীন ক্ষমতাৰ দোমোজাত বঙ্গদেশৰ শাসন কার্য্যত ব্যাঘাত ঘটিল। দেশত শান্তি শৃংখলা নাইকিয়া হৈ পৰিল আৰু চোৰ-ডকাইতেৰে দেশ ভৰি পৰিল। ১৭৭০ চনত বঙ্গত এক ভয়ানক দুর্ভিক্ষই দেখা দিলে। এক তৃতীয়াংশ মানুহ মৃত্যুৰ মুখত পৰে। এনে অবস্থা ওরাবেন হেষ্টিংছৰ সময়কৈৰে চলি আছিল। ক্লাইবৰ দ্বৈত শাসন ফলপ্ৰসুৰ আছিল বুলি ক’ব নোৱাৰি। এই ব্যৱস্থা অনুসৰি ৰাজহ সংগ্রহ আৰু ৰাজহ সম্পর্কীয় বিষয়সমূহৰ বিচাৰ কোম্পানী বিষয়াৰ এক্তিয়াবলৈ আনিলে। কেবল ফৌজদাৰী বিষয়বিলাকহে নবাবৰ হাতত থাকিল।