Animal Husbandry and Veterinary Department, ASSAM বিভাগে ২০২৬ চনত ২০০ টা খালী পদৰ নিযুক্তি ঘোষণা কৰিছে । যোগ্য প্ৰাৰ্থী সকলে চৰকাৰী ৱেব পৰ্টেলৰ দ্ধাৰা অনলাইন আৱেদন কৰিৱ পাৰে ।
| Post Name | Veterinary field assistant & Allied Posts |
| Qualification | HSSLC (Science with Biology) |
| Start Date | 3 September 2026 |
| Last Date | 23 September 2026 |
| Organization | AH&V Department, Assam |
| Apply Mode | Online |
| Posts | 200 |
VFA নিযুক্তি ২০২৬ অসম
পশুপালন আৰু পশুচিকিৎসা সঞ্চালকালয়, অসম ২০০টা Veterinary Field Assistant (VFA) আৰু Allied Cadre পদৰ নিযুক্তিৰ উলিয়াইছে । চৰকাৰ অনুসৰি যোগ্য প্ৰাৰ্থীসকলে ৩ ছেপ্টেম্বৰ ২০২৬ৰ পৰা ২৩ ছেপ্টেম্বৰ ২০২৬লৈ চৰকাৰী ৱেব পৰ্টেলৰ জৰিয়তে অসম VFA নিযুক্তি ২০২৬-ৰ বাবে অনলাইন আবেদন কৰিব পাৰিব।
অসম পশুচিকিৎসা নিযুক্তিৰ Details
- পদ : Veterinary Field Assistant (VFA) আৰু allied cadre posts
- বিজ্ঞাপন নং: E-543943/72, তাৰিখ ২৯ আগষ্ট ২০২৬
- দৰমহাৰ : ₹১৪,০০০ৰ পৰা ₹৭০,০০০লৈ Pay Band-2, লগতে ₹৬,২০০ Grade Pay আৰু অন্যান্য allowances
- Allied cadre : Schedule I-ৰ Part D-ত Veterinary Field Assistant-ৰ সৈতে Livestock Demonstrator, Stockman, Field man, Poultry Assistant, Hatchery Man, Fodder Demonstrator আৰু Dairy man পদসমূহো অন্তৰ্ভুক্ত কৰা হৈছে ।
যোগ্যতাৰ প্ৰয়োজনী
- Citizenship and Residence: ভাৰতীয় সংবিধানৰ ৫ৰ পৰা ৮ নং অনুচ্ছেদৰ অনুসৰি প্ৰাৰ্থীজন এজন ভাৰতীয় নাগৰিক হ’ব লাগিব লগতে অসমৰ স্থায়ী বাসিন্দা হ’ব লাগিব। প্ৰাৰ্থীজনে বাসিন্দা হোৱাৰ প্ৰমাণ হিচাপে স্থায়ী বাসিন্দাৰ প্ৰমাণপত্ৰ (Permanent Resident Certificate – PRC)-ৰ এখন কপি দিৱ লাগিব।
- Educational Qualification: স্বীকৃতিপ্ৰাপ্ত কোনো Board, Council অথবা University-ৰ পৰা বিজ্ঞান শাখাত Biology বিষয়সহ পূৰ্ণকালীন HSSLC (দ্বাদশ শ্ৰেণী) পৰীক্ষাত উত্তীৰ্ণ হ’ব লাগিব প্ৰাৰ্থী সকলে ।
- Employment exchange number: প্ৰাৰ্থীসকলৰ ওচৰত চৰকাৰী কৰ্তৃপক্ষই জাৰি কৰা বৈধ নিয়োগ বিনিময় পঞ্জীয়ন প্ৰমাণপত্ৰ (Employment Exchange Registration Certificate) থাকিব লাগিব।
- Small Family Norms: প্ৰাৰ্থীসকলে আবেদন কৰাৰ সময়ত “সৰু পৰিয়ালৰ নীতি (The Small Family Norms)” সম্পৰ্কে Form-A-ত এখন ঘোষণা-পত্ৰ দিৱ লাগিব।
- Caste Certificate: SC, ST, OBC বা MOBC জাতিৰ প্ৰমাণপত্ৰ আপলোড কৰিব লাগিব। প্ৰমাণপত্ৰ খনত প্ৰাৰ্থী জনৰ জাতি, জাতিটোক স্বীকৃতি দিয়া সংশ্লিষ্ট আইন বা চৰকাৰী নিৰ্দেশনা, আৰু প্ৰাৰ্থীজনৰ সাধাৰণতে বসবাস কৰা গাঁও বা চহৰৰ নাম তাত থাকিব লাগিব।
- Government Employees: যিসকল প্ৰাৰ্থীয়ে , বৰ্তমান চৰকাৰী বিভাগত কৰ্মৰত চাকৰিটো স্থায়ী বা অস্থায়ী হওক, তেওঁলোকে যি বিভাগৰ অধীনত কৰ্মৰত , সেই সংশ্লিষ্ট কৰ্তৃপক্ষই জাৰি কৰা নিয়োগ প্ৰমাণপত্ৰ (Employment Certificate) আপলোড দিব লাগিব। অৱশ্যে Casual, Ad-hoc, Daily Wage, Hourly Paid বা Contractual কৰ্মৰত প্ৰাৰ্থীৰ ক্ষেত্ৰত অপলোড দিব নালাগে। প্ৰমাণ পত্ৰ খনত প্ৰাৰ্থীজনে যিটো পদৰ বাবে আবেদন কৰিছে, সেই পদত তেওঁ বৰ্তমান কৰ্মৰত থকাৰ কথা স্পষ্টভাৱে উল্লেখ দিব লাগিব। অৱশ্যে, দৰমহা সুৰক্ষা (Pay Protection), সেৱা অব্যাহত ৰখা (Continuation in Service) আদি সুবিধা বিচৰা প্ৰাৰ্থীসকলে তেওঁলোকে কৰ্মৰত হৈ থকা সংশ্লিষ্ট কৰ্তৃপক্ষই জাৰি কৰা আবেদন কৰা পদটোৰ বাবে অনাপত্তি প্ৰমাণপত্ৰ (No Objection Certificate – NOC) আপলোড দিব লাগিব।
Post details
| category | post | RWF |
| SC | 5 | 1 |
| ST (P) | 10 | 3 |
| ST (H) | Nil | Ni |
| OBC/MOBC | 73 | 22 |
| Open (UR) | 112 | 34 |
| Total | 200 | 60 |
Age Limit
প্ৰাৰ্থী জনৰ বয়স ১৮ বছৰ পৰা ৪০ বছৰ ভিতৰত হব লাগিৱ । প্ৰাৰ্থী সকলৰ বয়স HSLC উত্তীৰ্ণ প্ৰমাণপত্ৰ, HSLC Admit card , অথবা স্বীকৃতিপ্ৰাপ্ত কোনো Board বা Council-এ জাৰি কৰা এনে কোনো প্ৰমাণপত্ৰৰ, য’ত প্ৰাৰ্থীৰ বয়স বা জন্ম তাৰিখ স্পষ্টভাৱে আৰু সঠিক দিয়া থাকে।
| Category | Age Relaxation |
| SC/ST | 5 years |
| OBC/MOBC | 3 years |
| PwBD | 10 years |
| Ex-Servicemen | 2 years |
Assam VFA Recruitment Selection Process 2026
- written examination: OMR-ভিত্তিত লিখিত পৰীক্ষা অনুষ্ঠিত কৰিব। পৰীক্ষাত মুঠ ১০০টা multiple-choice প্ৰশ্ন থাকিব ১০০ । প্ৰশ্নসমূহ HSSLC বিজ্ঞান শাখাৰ পৰাই আহিৱ । পৰীক্ষা সম্পূৰ্ণ কৰিবলৈ প্ৰাৰ্থীসকলক ১২০ মিনিট (২ ঘণ্টা) সময় দিয়া হ’ব।
| Subject | Marks |
| Biology | 40 |
| Chemistry | 20 |
| Physics | 20 |
| General Awareness | 20 |
| Total | 100 |
Admit Card: যোগ্য প্ৰাৰ্থীসকলে কৰা আবেদন সমূহ পৰীক্ষা-নিৰীক্ষা কৰাৰ পিছত তেওঁলোকে Admit Card ডাউনলোড কৰিব পাৰিব। লিখিত পৰীক্ষাৰ তাৰিখ আৰু পৰীক্ষা কেন্দ্ৰৰ ঠাই পিছত জাননী যোগে জনাই দিয়া হৱ । লিখিত পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ সময়ত প্ৰাৰ্থী সকলে আধাৰ কাৰ্ড, PAN কাৰ্ড, ড্ৰাইভিং লাইচেঞ্চ, পাছপ’ৰ্ট অথবা ভোটাৰ ID-ৰ দৰে এখন বৈধ পৰিচয় পত্ৰ লগত লৈ আহিব লাগিব।
- 1-year Mandatory Training: নিৰ্বাচিত প্ৰাৰ্থীসকলে পশুপালন আৰু পশু চিকিৎসা বিজ্ঞানৰ প্ৰাথমিক জ্ঞানৰ ১ বছৰীয়া প্ৰশিক্ষণ পাঠ্যক্ৰম অসমৰ পশু চিকিৎসা বিজ্ঞান আৰু পশুপালন বিদ্যালয়, ঘুংগূৰ, শিলচৰ আৰু ইয়াৰ বৰ্ধিত চৌহদত ১ বছৰীয়া প্ৰশিক্ষণ পাঠ্যক্ৰম সম্পূৰ্ণ কৰিব লাগিব। নিৰ্ধাৰিত দৰমহা স্কেলত পদত নিযুক্তি পোৱাৰ পূৰ্বে এই প্ৰশিক্ষণ উত্তীৰ্ণ হোৱাটো বাধ্যতামূলক। কোনো বিষয়ত ব্যৰ্থ হ’লে তেওঁ সংশ্লিষ্ট প্ৰশিক্ষণৰ সময়সীমা পুনৰাবৃত্তি কৰি নিৰ্ধাৰিত নিয়ম অনুসৰি পুনৰ পৰীক্ষাত অৱতীৰ্ণ হ’ব লাগিব। প্ৰাৰ্থীক সৰ্বাধিক ৩ টা সুযোগ দিয়া হ’ব। এই ৩টা সুযোগৰ ভিতৰত উত্তীৰ্ণ নহ’লে প্ৰাৰ্থীজনক পদত নিযুক্তিৰ বাবে যোগ্য বুলি গণ্য কৰা নহ’ব।
How to Apply for VFA Recruitment ?
যি সকলে আৱেদন কৰিম ভাৱৱিছে তেওঁলোকে online যোগে আৱেদন কৰিৱ পাৰিৱ ।
তলত যাৱ web-link বিভাগত
- “Online application from” ত টিপি দিৱ আৰু তাত গৈ “registration process” কৰি ল’ৱ
- তাৰ পাছত online application form link ত গৈ Log in কৰি ল’ৱ
- শুদ্ধকৈ personalৰ লগতে education details দি documents বোৰ upload কৰিৱ
- শেষত, print উলিয়াই ল’ৱ application from খনৰ
- payment fees free
Assam VFA Recruitment Documents Required
- Class 10 or Class 12 admit card
- Class 10 marksheet and pass certificate
- Class 12 marksheet and pass certificate
- Valid Permanent Resident Certificate issued in Assam for educational purposes
- Updated Employment Exchange Registration Card
- Prescribed Form-A declaration regarding Small Family Norms
- Caste certificate and PwBD certificate, wherever applicable
- Ex-Servicemen Identity Card and Discharge Book, if claiming the reservation
- Employment certificate and NOC, wherever applicable
- Recent passport-size colour photograph and scanned signature
- Supporting documents for any other claim made in the application
Important Dates of VFA Recruitment 2026
- Detailed Notice: 29th August, 2026
- Starting Date of Application: 3rd September, 2026 (10.00 hrs.)
- Last Date of Application: 23rd September, 2026 (23.59 hrs.)
VFA Recruitment 2026 online apply link
| Online Application Form | click here |
| Official Notification | click here |
| Declaration Form-A | click here |
| Official Website | click here |