লোকত দুখৰ ওপৰি দুখহে আছে
কবাৰ জীৱনা তো থোড়ী হী ভলা, জৈ সত্য সুমৰণ হোয়।
লাখ বর্ষ কা জীবনা, লেখৈ ধবৈ না কোয়।।
কবীৰ চাহেবে নিজৰ (পূৰ্ণব্রহ্মব) বাতৰি / তথ্য নিজেই দিছে। তেওঁ কৈছে যে এই সকলো পৰমাত্মাৰ ওপৰত অসংখ্য ভূজা (বাহু) ব পৰমাত্মা সতপুৰুষ আছে যি জন সত্যলোক (সত্য খণ্ড, সত্যধাম) ত থাকে আৰু সকলো লোক (ব্রহ্ম কাল) ৰ ২১ ব্ৰহ্মাণ্ড আৰু ব্রহ্মা, বিষ্ণু, শিব শক্তিৰ লোক লগতে পৰব্ৰহ্মৰ সাত সংখ ব্রহ্মাণ্ড আৰু অন্য সকলো ব্রহ্মাণ্ড) তেওঁৰ নিয়ন্ত্ৰনৰ অন্তৰ্গত হয়।
পূর্ণ গুৰৰ পৰা সত্যনাম ও সাবনাম প্রাপ্ত কৰি তাৰ জাপৰ দ্বাৰা সত্যলোকলৈ যাব পাৰি। সত্যলোকলৈ যি আত্মা যায় তাৰ পুনর্জন্ম নহয়। সত্যপুৰুষ/পূর্ণ ব্রহ্মা) কবীৰ চাহেব (কবিদেৰ) অন্য লোকতো বেলেগ বেলেগ নামেৰে বিৰাজমান হৈ আছে। উদাহৰণস্বৰূপে অলখ লোকত অলখ পুৰুষ অগম লোকত অগম পুৰুষ আৰু অকহ লোকত অনামী পুৰুষ ৰূপত বিবাজমান হৈ আছে এই সকলো নাম উপমাত্মক (তুলনাত্মক।
হয়, কিন্তু সেই পূর্ণ পুৰুষৰ প্ৰকৃত নাম কবিদের (বেলেগ ভাষাত কবীৰ চাহেব) হয়।
আদৰণীয় নানক চাহেবৰ বাণীত সৃষ্টি ৰছনাৰ সংকেত
শ্রী নানক চাহেবৰ অমৃতবাণী, মহলা ১, বাগ বিলাবলু, অংশ ১ (গুৰু গ্রন্থ, পৃষ্ঠা ৮৩৯)
আপে সচু কিয়া কৰ জোডি। অণ্ডজ ফোডি বিছোড।।
ধৰতী আকাশ কিত্র বৈসণ কউ থাউ। বাতি দিনতু কিত্র ভট্ট-ভাউ।।
জিন কিত্ৰ কৰি বেখন হাৰা (৩)
ব্রিতীযা ব্রহ্মা-বিসনু-মহেশা। দেবী দের উপাত্র রেসা।। ৪।।
পউন পানী অগনী বিসৰাউ। তাহী নিৰঞ্জন সাচো নাউ।। তিসু মহি মনুআ ৰহিআ লিব লাই। প্রণ বতি নানকু কালুন খাই।। ১০
ওপৰোক্ত অমৃতবাণীৰ ভাৱাৰ্থঃ সত্য পৰমাত্মাই (সত্যপুৰুষে। স্বয়ং নিজ হাতেৰে সকলো সৃষ্টি কৰিলে। তেওঁ অণ্ড (কণী) তৈয়াৰ কৰি ভাঙিলে আৰু তাৰ পৰা জ্যোতি নিবঞ্জন ওলাল।
সেই পূর্ণ পৰমাত্মাই সকলো প্ৰাণীৰ বসবাস আৰু জীৱনৰ বাবে মাটি, আকাশ, বতাহ পানী আদি পঞ্চতত্বৰ বছনা কৰিলে। নিজৰ দ্বাৰা কৰা সৃষ্টিৰ তেওঁ নিজেই সাক্ষী।
অন্য কোনেও যথাযথ তথ্য দিব নোৱাৰে। কণী ভাঙি ওলোৱা নিৰঞ্জনৰ পিছত ব্রহ্মা, বিষ্ণু আৰু শির তিনিজনৰ উৎপত্তি হল আৰু তান্য দেবী দেৱতা সকলো উৎপন্ন হল। তাৰ পিছত অগণন জীবন উৎপত্তি হল।
তাৰ পাছত বিভিন্ন দেৱতাৰ জীৱন চৰিত্ৰ আৰু বিভিন্ন ঋষিৰ অনুভৱ, অভিজ্ঞতাৰ পৰা ছ্যা শাস্ত্ৰ লগতে ওঠৰ পুৰাণ তৈয়াৰ হল। শ্রী নানক দেরে কৈছে যে গুরুবে বান্ধি দিয়া নীতি নিয়ম পালন কৰি পূৰ্ণ পৰমাত্মাৰ সত্যনামৰ সাধনা এক মনেৰে কৰিলে কালে নাখায়।
“ৰাগ মাৰু (অংশ) অমতৃত্বাণী মহলা ১ (গুৰু গ্রন্থ, পৃষ্ঠা নং ১০৩৭)”
সুনহু ব্রহ্মা বিসনু, মহেসু উপায়ে। সুনে বৰতে জুগ সবায়ে।।
ইসু পদ বিচাৰে সো জুন পুৰা। তিস মিলিত্ৰ ভৰমু চুকাইদা।। (৩)
সাম বেদু, কণ্ড, জুজক অথৰবনু। ব্রহ্মে মুখ মাইআ হৈ ত্রৈগুণ।।
তা কী কীমত কহি ন সকৈ। কো তিউ বোলে ভিউ বুলাইদা।। (৯)
কাল লোকত জন্ম-মৃত্যু ৰূপী চক্র
ওপৰোক্ত অমৃতবাণীৰ সাৰাংশঃ পূর্ণ সন্তই সৃষ্টি ৰছনা গুনাব পাৰে। পূর্ণ সন্তই কব পাৰে অণ্ড (কণী) দুভাগ হৈ তাৰ পৰা কোন ওলাল যিজনে ব্রহ্মলোকৰ গুপ্ত স্থানত ব্রহ্মা, বিষ্ণু শিৱৰ উৎপত্তি কৰিলে। তেওঁ এইটোও কব পাৰে সেই পূর্ণ পৰমাত্মা কোন যি জনে ব্রহ্ম (কাল) ব মুখৰ পৰা চাৰিবেদ (ঋগবেদ, যজুর্বেদ, সামবেদ, অথর্ববেদ) ক উচ্ছাৰিত কৰালে আৰু
যি জন পূর্ণ পৰমাত্মাৰ ইচ্ছামতে প্রত্যেক প্রাণীয়ে কথা কয়। এই সকলো জ্ঞানক সম্পূর্ণ রূপে কব পৰা সন্তক লগ পালে তেওঁৰ ওচৰলৈ গৈ সকলো সন্দেহ দূৰ কৰিবলৈ কোৱা হৈছে। এনে সন্ত পূর্ণ সন্ত বা তত্বদর্শী সন্ত হয়।
শ্রী গুৰু গ্ৰন্থ চাহেবৰ ৯২৯ পৃষ্ঠাৰ অমৃতবাণী শ্রীনানক চাহেবৰ ৰাগ ৰামকলী মহলা ১ দখণী ও অংকার।
“ও অংকাৰি ব্ৰহ্মা উৎপত্তি। ও অংকাৰি কিআ জিনি চিত। ও অংকাৰি সৈল জুগ ভদ্র। ও অংকাৰি বেদ নিৰমত্র। ও অংকাৰি সবদি উধৰে। ও অংকাৰি গুৰুমুখি তবে। ওনম অখৰ সুনহু বিচাক। শুনম অখক ত্রিভবন সাৰু।
অমৃতবাণীত শ্রী নানক চাহেবে কৈছে যে ওঁকাৰ অর্থাৎ জ্যোতি নিৰঞ্জন (কাল) ৰ পৰা ব্ৰহ্মাৰ উৎপত্তি হল। বহু যুগলৈকে আনন্দ উপভোগ কৰি ওঁকাৰে (ব্রহ্মই)
বেদৰ উৎপত্তি কৰিলে আৰু বেদ সমূহ ব্রহ্মাই প্রাপ্ত কৰিলে। তিনিলোকৰ বাবে জপ কৰিব লগা ভক্তিৰ একমাত্র মন্ত্র হল ওঁ। পূর্ণ সন্তৰ পৰা উপদেশ লৈ অর্থাৎ গুক বরণ কৰি এই ও শব্দৰ জপ কৰিলে উদ্ধার হয়।

বিশেষঃ শ্রী নানক চাহেবে তিনিটা মন্ত্রব (উঁ+ তত্ + সত) ঠায়ে ঠায়ে বহস্যপূর্ণ বিবরণ দিছে। তাক একমাত্র পূর্ণ সন্ত (তত্বদর্শী সন্ত) ইহে বুজিব পাৰে আৰু উপদেশী ভক্তক এই তিনিওটা মন্ত্ৰৰ তাৎপার্য বুজাব পাৰে।
(পৃষ্ঠা-১০৩৮)- উত্তম সতিগুৰু পুৰুষ নিৰালে, সবগি ৰতে হৰি বস মতৱালে।
ৰিধি, বুধি, সিধি, গিআন গুৰু তে পাইত্র, পুৰে ভাগ মিলাইদা।। ১৫৷৷
সতিগুৰুতে পাত্র, বিচাৰা, সুন সমাধি, সচে ঘৰবাৰা।
নানক নিৰমল নাদু সবদ ধুনি, সচু ৰামৈ নামি সমাইদা। (১৭)
ওপৰোক্ত অমৃতবাণীৰ ভাবার্থ: বাস্তৱিক জ্ঞান দিয়া সতগুৰু অতি বিৰল। যদি
আপুনি ধন-সম্পত্তি, পদবী, বুদ্ধি বা ভক্তি শক্তিও বিচাৰে, তাৰ বাবে ভক্তি মাৰ্গৰ জ্ঞান পূর্ণ সন্তইহে সম্পূৰ্ণকৈ দিব পাৰে। এনে পূর্ণ সম্ভক ভাগ্যৰ বলতহে লগ পোৱা যায়। ওপৰৰ শূন্য (আকাশ) ত নিজৰ বাস্তবিক ঘৰ (সত্যলোক) পৰমেশ্বৰে সৃষ্টি কৰি থোৱাৰ বাতৰিও সেই পূর্ণ সন্তই কব।
তাত এটা বাস্তৱিক সাৰনামৰ ধ্বনি (শব্দ) হৈ আছে। সেই আনন্দত অবিনাশী পৰমেশ্বৰৰ সাৰ শব্দৰ দ্বাৰা লীন হোৱা যায় অর্থাৎ সেই বাস্তবিক সুখদায়ক স্থানত বাস কৰিব পাৰি, অন্য নামৰ দ্বাৰা বা অযোগ্য/অসম্পূর্ণ গুৰুৰ দ্বাৰা এই লাভ নহয়।
আংশিক অমৃতবাণী মহলা পহলা (শ্রী গুৰু গ্রন্থ, ৩৫৯-৩৬০ পৃষ্ঠা)
“সিব নগৰী মহি আসানি বৈসউ কলপ ত্যাগী বাদ। (১)
সিডী সবদ সদা ধুনি সোহৈ অহিনিশি পুৰৈ নাদ। (২)
হৰি কীৰতি বহ ৰাসি হমাৰী গুৰু মুখ পন্থ অতীত। (৩)
সগলী জ্যোতি হুমাৰী সমিআ নানা বৰণ অনেক।
কহ নানৰ সুনি ভৰথৰী জোগী পাৰব্ৰহ্ম লিব এক। (৪)
ভাৱার্থ: শ্রী নানক চাহেবে ভৰথৰী জোগীক কৈছে যে ভৰথৰী যোগীৰ সাধনা
ভগৱান শিৱ পর্যন্তৰ হে। সেই সাধনাৰ দ্বাৰা তেওঁ শিৱৰ নগৰ (লোক) ত ঠাই পাব আৰু তেওঁৰ শৰীৰত ‘সিংগী’ আদি যি ধ্বনি হৈ আছে সেয়া আমাৰ শৰীৰ কমল (চক্ৰ) ৰ পৰা । ওলায়, দুৰদৰ্শনৰ দৰে প্ৰত্যেক দেৱতাৰ স্থানত হোৱা শব্দ আমাৰ শৰীৰৰ বিভিন্ন কমলৰ কযোগেদি শুনি থাকিব পাৰি।
শ্রী নানকে কৈছে যে তেওঁ এজন পৰমাত্মা অর্থাৎ সর্বোপৰি পূৰ্ণ পৰমাত্মাৰ এক মনেৰে ভক্তি কৰে।
শ্রী নানক চাহেবে কৈছে যে তেওঁলোকক দেখুৱাই (ভষ্ম/ছাই সানি, হাতত দণ্ড লৈ) ভক্তি নকৰে। তেওঁ সকলো প্ৰাণীক এজন পূর্ণ পৰমাত্মাৰ সন্তান বুলি ভাবে। সর্বব্রহ্মাণ্ড সেই একমাত্র শক্তিৰ দ্বাৰা চালিত হৈ আছে।
গুৰুৰ পৰা সত্যনাম প্রাপ্ত কৰি জপ কৰাটোৱে হল আমাৰ সাধনাৰ মুদ্রা। ক্ষমাগুণ আমাৰ বেশভূষা। শ্রী নানক চাহেবে কৈছে যে তেওঁ পূর্ণ পৰমাত্মাৰ উপাসক আৰু পূৰ্ণ সৎ গুৰুৰ ভক্তি মার্গ সকলোতকৈ ভিন্ন।
অমৃতবাণী ৰাগ আসা মহলা
“আসা মহলা ১” জিনী নামু বিসাৰিআ দুজৈ ভৰমি ভুলাই। মূলু ছোড়ি ডালী লগে কিআ পাবহি ছাই।। ১।। সাহিবু মেৰা একু হৈ অবৰু নহী ভাই। কিৰপা তে সুখু পাইআ সাচে পৰথাই।। ৩।। গুৰু কী সেৱা সো কৰে জিসু আপি কৰাত্র। নানক সিক দে ছুটিয়ে দৰগহ পতি পায়।। ৮।। ।। ১৮৷৷
ভাবার্থঃ শ্রী নানক চাহেবে কৈছে যে যিজনে পূর্ণ পৰমাত্মাব বাস্তৱিক নাম পাহৰি। অন্য ভগৱানৰ নাম জাপ কৰি ভ্ৰমিত হৈ আছে তেওঁলোকে যেন মূল (শিপা) অর্থাৎ পূর্ণ পৰমাত্মাক এৰি ডাল (তিনিগুণ ৰূপ, বজগুণ ব্রহ্মহ্মা, সতগুণ বিষ্ণু, তমগুণ শিব)ত পানী দি (পূজা কৰি) আছে।
সেই সাধনাৰ পৰা কোনো সুখ নহয় অর্থাৎ গছ শুকাই যাব আৰু ছাঁতো বহিব নোৱাৰি। সাৰাংশ এই যে শাস্ত্র বিধি এবি সাধনা কৰিলে সেইটো নিস্ফল হয়। কোনো ধৰণৰ লাভ নহয়। ইয়াৰ প্ৰমাণ পবিত্র গীতাৰ অধ্যায় ১৬ৰ ২৩-২৪ নং শ্লোকত আছে।
সেই পূৰ্ণ পৰমাত্মাক পাবৰ কাৰণে মনোময় যুক্ত সাধনা ত্যাগ কৰি পূৰ্ণ গুৰুদেৱৰ ওচৰত নিজকে সমর্পিত কৰি সত্যনামৰ জপ কৰিলেহে মোক্ষ সম্ভর হয় আৰু পূর্ণ পৰমাত্মাক পাব পাৰি নহলে মৃত্যুৰ পিছত নৰকলৈ যাব লাগিব।
(শ্রী গুরু গ্রন্থ সাহেব ৮৪৩-৮৪৪ পৃষ্ঠা ৮
।। বিলাবলু মহলা ১।।
মে মন চাহু ঘনা সাচি বিগাসী ৰাম।
মোহী প্রেম পিৰে প্ৰভু অবিনাশী বাম।। অবিগতো হৰি নাথু নাথহ
তিসৈ ভাবৈ সো থিয়ে। কিৰপালু সদা দইআলু দাতা জীআ
অন্দৰি তু জীয়ে। মে আধাৰু তেৰা তু খসমু মেৰা মে তানু তকীআ তেৰও।
সাচি সুচা সদা নানক গুৰসবদি ঝগঝ নিববেও।। ৪।। ২।।
ওপৰোক্ত অমৃতবাণীত শ্রী নানক চাহেবে কৈছে যে অবিনাশী পূর্ণ পৰমাত্মা নাথবো নাথ অর্থাৎ দেৱতাবো দেৱতা হয় (সকলো প্রভু-ব্রহ্মা, বিষ্ণু, শিৱ লগতে ব্রহ্ম আৰু পৰব্ৰহ্মাবো নাথ অর্থাৎ স্বামী হয়)।
শ্রী নানক দেৱে কৈছে “হে পৰমাত্মাঙ্গ আপুনিয়ে সকলো প্ৰাণীৰ জীৱনৰ আধাৰ। মই আপোনাৰ চৰণত আশ্রয় লৈছো আৰু আপুনি মোৰ দামী। আপুনি গুৰু ৰূপত আহি সত্য ভক্তিৰ নিৰ্ণায়ক জ্ঞান দি সকলো দন্দ সমাপ্ত কবিলে অর্থাৎ সকলো সন্দেহ সমাধান কৰি দিলে।”
(শ্রী গুৰু গ্ৰন্থ চাহেব ৭২১ পৃষ্ঠা, বাগ তিলঙ্গ মহলা।। ১)
য়ক অর্জ গুফতম পেশ তো দৰ কুন কৰতাৰ।
হক্কা কবীৰ কৰীম তু বেঅব পৰবৰ দিগাৰ।
নানক বুগোয়দ জন তুৰা তেবে চাকৰা পাখাক।
ওপৰোক্ত অমৃত বাণীত স্পষ্টকৈ কোৱা হৈছে, “হে হক্কা কবীৰ অৰ্থাৎ সত্যকৰীৰ, শব্দ শক্তিৰে সৃষ্টি বছনা কৰা শব্দ স্বৰূপী প্রভু অর্থাৎ সকলো সৃষ্টিৰ বছনা কত্তা আপুনি নির্বিকাৰ, সকলোৰে পালন কর্তা দয়ালু প্রভু, মই আপোনাৰ দাসবো দাস।”
(শ্রী গুরু গ্রন্থ চাহেব ২৪ পৃষ্ঠা, বাগ সীৰী মহলা ১)
তেৰা এক নাম তাবে সংসাৰ, মৈ ঐহা আস ঐহো আধাব।
নানক নীচ কহৈ বিচাৰ, ধানক ৰূপ বহা কৰতাৰ ।।
ওপৰোক্ত অমৃতবাণীয়ে প্রমাণিত কৰিছে যে কাশীত যি জন ধানক (তাঁতী) আছে সেইজনেই (কৰতাৰ) কুলৰ সৃষ্টি কর্তা, অতি অধীন হৈ শ্রী নানক চাহেবে কৈছে যে তেখেতে এ সত্য কৈছে এইজন ধানক অর্থাৎ কবীব তাঁতী পূর্ণব্রহ্ম (সত্যপুরুষ) হয়।
বিশেষঃ ওপৰোক্ত প্রমাণ সমূহৰ সাংকেতিক জ্ঞানৰ দ্বাৰা সৃষ্টি বহুনা কেনেকৈ হল প্রমাণিত হৈ গল। আমি পূর্ণ পৰমাত্মাক প্ৰাপ্তি কৰিব লাগিব আৰু এইটো সম্ভৱ হব পূর্ণ সন্তৰ পৰা নাম দীক্ষা লোৱাৰ পাছত।
” অন্য সন্তৰ দ্বাৰা সৃষ্টি বছনাৰ কিংবদন্তি (আখ্যান)”
অন্য সন্ত সকলে সৃষ্টি বছনাৰ বিষয়ে কেনে বর্ণনা দিছে তলত দিয়া হ’ল।
সৃষ্টি বছনাৰ বিষয়ত বাধাস্বামী পন্থৰ আৰু ধন-ধন সত গুৰু পন্থৰ সন্তসকলৰ বিচাৰ
সারন কুপাল পাব্লিকেশন, দিল্লীৰ পৰা প্ৰকাশিত “পৰম সন্ত বাবা জয়মল সিংহ মহাৰাজ” নামৰ পবিত্র পুস্তকৰ ১০২-১০৩ পৃষ্ঠাৰ পৰা উদ্ধৃত “সৃষ্টি ৰছনা”।
“প্রথমতে সত্য পুরুষ নিৰাকাৰ আছিল, আকৌ আকাৰত দেখা দিলে, তেতিয়া ওপৰৰ তিনিটা নিৰ্মল মণ্ডল (সতলোক, অলখ লোক, অগম লোক) ব সৃষ্টি হ’ল আৰু পোহৰ মণ্ডলত নাদব (ধ্বনিব) সৃষ্টি হ’ল।”
বাধাস্বামী সৎসঙ্গ সভা, দয়াল বাগ, আগ্ৰাৰ পৰা প্ৰকাশিত পবিত্র পুস্তক “সাব বচন” (নসৰ) ৰ ৮১ নং পৃষ্ঠাৰ পৰা উদ্ধৃত “সৃষ্টি বছনা”।
“প্রথমতে অন্ধকাৰ আছিল। তাত পুরুষ (প্রভু) শূণ্য সমাধি অৱস্থাত আছিল। সেই সময়ত কোনো বছনা হোৱা নাছিল। আকৌ যেতিয়া ইচ্ছা কৰিলে তেতিয়া শব্দ প্রকট হ’ল আৰু তাৰ পৰা সকলো বছনা হ’ল।
প্রথমতে সত্য লোকৰ বছনা হ’ল আকৌ সতপুৰুষৰ ইচ্ছাত তিনি লোকৰ সৃষ্টি হ’ল আৰু সকলোৰে বিস্তাৰ হ’ল।”
ওপৰত লিখা জ্ঞান তলত বর্ণণা কৰা কাহিনীৰ দৰে। এবাৰ এজন লৰা চাকৰিৰ বাবে সাক্ষাতকাৰ দিবলৈ গ’ল। বিষয়াই মহাভাৰত পঢ়িছেনে নাই পঢ়া বুলি প্রশ্ন কৰাত ল’ৰা জনে উত্তৰ দিলে যে মহাভাৰত তাৰ আঙুলিৰ মূৰত লিখা আছে। বিষয়াই পঞ্চ পাণ্ডবৰ নাম সুধিলে। ল’ৰা জনৰ উত্তৰ আছিল:
এজন ভীম আছিল, তেওঁৰ এজন ককায়েক আছিল, এজন সৰু ভাই আছিল, আৰু এজন আছিল, আৰু শেষৰ জনৰ নাম মই পাহৰিছোঁ।” ওপৰৰ সৃষ্টি বছনাৰ জ্ঞান লৰাজনৰ মহাভাৰতৰ জ্ঞানৰ নিচিনা হয়।
সত্য পুৰুষ আৰু সত্যলোকৰ গুণাণুকীৰ্ত্তন কৰা আৰু পাঁচটা নাম (মন্ত্র) -ঔকাৰ, জ্যোতি নিৰঞ্জন, বৰকাৰ, সোহম, সত্যনাম- বা তিনিটা নাম (মন্ত্র)। অকাল মুর্ত্তি, সতপুৰুষ, শব্দ স্বরূপী বাম-দিওঁতা সন্ত সকলৰ দ্বাৰা ৰচিত পুস্তকৰ পৰা কিছু সাৰ অংশ “সন্ত মত প্রকাশ” ভাগ ৩. পৃষ্ঠাত ৭৬ লিখা আছে যে “সচ্চ খণ্ড বা সতনাম চতুর্থ লোক হয়” – ইয়াত ‘সতনাম’ ক স্থান (ঠাই) বুলি কোৱা হৈছে। আকৌ এই পবিত্ৰ কিতাপৰ
৭৯ পৃষ্ঠাত লিখা আছে যে “এজন ৰাম দশৰথৰ পুত্ৰ, দ্বিতীয় জন ৰাম ‘মন’, তৃতীয় ৰাম ‘ব্রহ্ম’ চতুৰ্থ ৰাম ‘সতনাম’ এইজন প্রকৃত ৰাম হয়। আকৌ ‘সন্তমত প্রকাশ” প্রথম ভাগ, ১৭পৃষ্ঠাত লিখা আছে যে “যিখন সত্যলোক তাকেই সতনাম কোৱা হয়। পবিত্র গন্থ “সাৰবচন নসব অর্থাৎ বার্তিক” ৩ পৃষ্ঠাত লিখা আছে যে “
এতিয়া বুজিব লাগিব যে ৰাধাস্বামী পদ সকলোতকৈ উচ্চ (মুকাম) স্থান হয় যাক সন্তসকলে সতলোক, সচ্চখণ্ড, সাবশব্দ, সতনাম আৰু সতপুৰুষ আদি নামেৰে ব্যাখ্যা কৰিছে।” আগ্ৰাৰ পৰা প্ৰকাশিত পবিত্র গ্রন্থ “সাৰবচন (নসৰ) ৰ ৪ নং পৃষ্ঠাতো ওপৰোক্ত বর্ণনা যথাযথ আছে।
পবিত্র গ্রন্থ “সচ্চখণ্ডৰ পথ” ব ২২৬ নং পৃষ্ঠাত লিখা আছে “সন্ত সকলৰ দেশ সচ্চখণ্ড বা সত্যলোক হয়, তাক সতনাম, সতশব্দ সাৰশব্দ কোরা হয়।
বিশেষঃ ওপৰোক্ত ব্যাখ্যা এনেধৰণৰ হল, যেনে-জীৱনত নগৰ, চহৰ, কাৰ গাড়ী, পেট্র’ল একোরেই নেদেখা আৰু ড্ৰাইভাৰ কাক কয় তাৰো জ্ঞান নথকা ব্যক্তি এজনে অন্য বন্ধু বর্গক কৈছে যে তেওঁ চহৰলৈ যায়, কাৰগাড়ীত বহি আনন্দ উপভোগ কৰে।
আকৌ বন্ধু সকলে কাৰগাড়ী কেনেকুৱা, পেট্র’ল কেনেকুৱা আৰু ড্রাইভাব, চহৰ কেনেকুৱা বুলি সোধাত সেই গুরুজনে (জীৱনত চহৰ নেদেখা জন) উত্তৰ দিলে যে চহৰ বুলি কোৱা, কাৰ বুলি কোরা একেই কথা। চহৰো কাৰ (গাভী) হয়, পেট্র’লো কাৰ (গাডীক) কয়, ড্রাইভাবো কাৰ (গাড়ীক) কয়, ৰাস্তাও কাৰগাড়ীয়ে হয়।
বিবেচনাৰ বিষয়: সতপুৰুষ হল পূর্ণ পৰমাত্মা, সতনাম সেই দুটা মন্ত্ৰৰ নাম হয় যাৰ এটা হল ওঁ আৰু আনটো “তত্” সাংকেতিক হয়। ইয়াৰ পিছত পূর্ণ গুৰুৰ দ্বাৰা সাধকক সাবনাম প্রদান কৰা হয়।
এই সতনাম আৰু সাৰনাম দুয়োটা স্মৰণ কৰিব লগা নাম হয়। সত্যলোক সেইটো স্থান যত সতপুৰুষ বাস কৰে। এই সত্য আৰু অসত্য বিষয়ৰ নিৰ্ণয় পূন্যাত্মা সকলে নিজেই কৰিব।
“ভক্তি মর্যদা”
নাম (দীক্ষা) লব বিচৰা ব্যক্তি সকলৰ বাবে আৱশ্যকীয় জানিবলগীয়া কথাঃ
পূৰ্ণ গুৰুৰ পৰা দীক্ষা লব লাগেঃ
পূৰ্ণ গুৰুৰ পৰিচয়: আজি কলিযুগত ভক্ত সমাজৰ কাৰণে পূর্ণ গুৰুক চিনি পোৱাটো অতি কঠিন বিষয়। কিন্তু ইয়াৰ সহজ-সৰল আৰু সাধাৰণ উত্তৰ আছে। যিজন গুৰুৱে শাস্ত্ৰৰ মতে ভক্তি কৰে আৰু নিজৰ অনুগামী
অর্থাৎ শিষ্য সকলকো সেইদৰেই ভক্তি কৰিবলৈ দিয়ে তেওঁৱেই পূর্ণ সন্ত বা পূর্ণ গুৰু। ভক্তি মার্গব সংবিধান হল ধার্মিক শাস্ত্র সমূহ, যেনে- কবীর চাহেবৰ বাণী, নানক চাহেবৰ বাণী, সন্ত গৰীবদাস মহাৰাজৰ বাণী, সন্ত ধর্মদাস চাহেবৰ বাণী, বেদ, গীতা, পুৰাণ, কোৰণ, পবিত্র বাইবেল আদি।
যি জন সন্তই শাস্ত্র অনুসৰি ভক্তি সাধনা কৰিবলৈ কয় আৰু ভক্ত সমাজক পথ প্রদর্শন কৰে তেওঁ পূর্ণ সন্ত হয অন্যথা সেইজন সন্ত ভক্ত সমাজৰ দুৰ্ঘোৰ শত্রু হয়। যদিহে তেওঁ শাস্ত্ৰ বিৰুদ্ধ সাধনা কৰিবলৈ কয, তেওঁ অমূল্য মানৱ জীৱনৰ লগত খেলা কৰি আছে।
এনেকুৱা গুৰু বা সন্তক ভগৱানৰ দৰবাৰত বিচাৰ কৰি ঘোৰ নৰকত ওলোটাই ওলোমাই থোৱা হব।
উদাহৰণস্বৰূপে যদি কোনো শিক্ষকে পাঠ্যক্ৰমৰ বাহিৰৰ শিক্ষা দিয়ে তেওঁ শিক্ষার্থী সকলৰ শত্রু হয়।
গীতাৰ সপ্তম অধ্যায়ৰ ১৫ নং শ্লোক
ন.মাম্, দুস্কৃতিনঃ, মুঢ়াঃ প্রপদ্যন্তে, নৰাধমাঃ
মায়য়া, অপহৃত জ্ঞানাঃ, আসুম, ভারম, আশ্রিতাঃ।।
অনুবাদ: মায়াৰ দ্বাৰা যাৰ জ্ঞান কাঢ়ি নিয়া হৈছে, এনে আসুৰিক স্বভাৱযুক্ত মানুহৰ ভিতৰত নীচ, দুষিত কৰ্ম কৰা মুৰ্খ সকলে মোক পূজা নকৰে অর্থাৎ তেওঁলোকে তিনিগুণ (ৰজগুণ-ব্রহ্মা, সতগুণ-বিষ্ণু, তমগুণ-শিব) ৰ সাধনা কৰি থাকে।
যজুর্বেদ অধ্যায় নং ৪০, শ্লোক নং ১০ (সন্ত ৰামপাল দাসদেবৰ দ্বাৰা ভাষা-ভাষ্য)। অন্যদেবাহু: সম্ভৱাদন্যদাহুৰ সম্ভৱাত্, ইতি শুশ্রুম ধীৰানাম য়ে নস্তদ্বিচ্চক্ষিৰে।।। ১০।।
অনুবাদঃ পৰমাত্মাৰ বিষয়ত সাধাৰণতে কোৱা হয় যে তেওঁ নিৰাকাৰ অর্থাৎ তেওঁ কেতিয়াও জন্ম নলয়। অন্যসকলে কয় যে তেওঁ আকৃতি লৈ আহে, জন্ম লৈ অৱতাৰ ৰূপত আহে। স্থিব অর্থাৎ পূর্ণ জ্ঞানীয়ে এই বিষয়ৰ জ্ঞান ভালদৰে, সঠিক ধৰণে, যথাযথ বিভিন্ন বৰূপত প্রত্যক্ষভাবে দিয়ে।
গীতাৰ চতুৰ্থ অধ্যায়ৰ শ্লোক নং ৩৪
তত বিদ্ধি প্রণি পাতেন, পৰিপ্রশ্রেন, সেবয়া
উপদেক্ষান্তি, তে, জ্ঞানম্, জ্ঞানিনঃ তত্বদর্শিনঃ।।
অনুবাদ: সৎ গুৰুৰ শৰণাগত হৈ তেওঁক দণ্ডৱত প্রণাম কৰি, কপট এবি, সৰলতা পূর্বক প্রশ্ন কৰিলেহে সেই তত্বদর্শী, পবমাত্মাৰ তত্বজ্ঞানী মহাত্মাই তোমাক তত্বজ্ঞানৰ উপদেশ দিব।
২। নিচা জাতীয় বস্তুৰ সেৱন নিষেধ: হোকা, মদ্যপান, তামোল, বিবি-ছিগাৰেট, কানি, গুটখা, আমোদ, প্রমোদ, গাঞ্জা, মঙহ, মাছ, কণী আৰু অইন নিচা জাতীয় বস্তুৰ সেৱন বা অভ্যাস সম্পূর্ণ নিষেধ, আনকি নিজে ব্যৱহাৰ নকৰা বস্তু আনক দিয়া বা দিবলৈ কোৱাও নিষেধ।
মুক্তিদাতা গৰীবদাস মহাৰাজে এই সকলো বস্তুক বহুত বেয়া বুলি নিজৰ বাণীত বৰ্ণনা কৰিছে।
সকলো বস্তুক বহুত বেয়া বুলি বর্ণাই নিজৰ বাণীত কৈছে
সুবাপান, মদ্য, মাংসহাৰী, গমন কৰে ভোগৈ পৰনাৰী। সত্তৰ জনম কটত হ্যায়
শীসম, সাক্ষী সাহীর হ্যায় জগদীশ।
পৰ দ্বাৰা স্ত্রী কা খোলৈ, সত্তৰ জনম অন্ধ হো ডোলে। মদিৰা পীরে কড়ৱা পানী,
সত্তৰ জনম শ্বাবান কে জানি।
FAQ
১. পূৰ্ণ পৰমাত্মা কোন?
পূৰ্ণ পৰমাত্মা হৈছে সত্যপুৰ
২. সত্যলোক কি?
সত্যলোক হৈছে সত্যপুৰুষ থকা ঠাই
৩. সত্যনাম কি?
সত্যনাম হৈছে পূৰ্ণ পৰমাত্মাৰ সৈতে সম্পৰ্কিত নাম
৪. কবীৰ চাহেবে পূৰ্ণ পৰমাত্মাৰ বিষয়ে কি কৈছে?
কবীৰ চাহেবৰ বাণীত জন্ম-মৃত্যুৰ চক্ৰ, সংসাৰৰ দুখ আৰু সত্যৰ স্মৰণ
৫. গুৰু নানকৰ বাণীত সৃষ্টি ৰচনাৰ বিষয়ে কি কোৱা হৈছে?
গুৰু নানকৰ বাণীত সৃষ্টি ৰচনা, ব্ৰহ্মা-বিষ্ণু-মহেশ, পঞ্চতত্ব আৰু পৰমাত্মাৰ আধ্যাত্মিক পোৱা যায়।
৬. সৃষ্টি ৰচনাৰ ক্ষেত্ৰত ব্ৰহ্মা, বিষ্ণু আৰু মহেশৰ স্থান কি?
বাণীসমূহৰ ব্যাখ্যা অনুসৰি ব্ৰহ্মা, বিষ্ণু আৰু মহেশ সৃষ্টি-ব্যৱস্থাৰ শক্তি হিচাপে বৰ্ণিত হৈছে।
৭. সৎগুৰুৰ প্ৰয়োজন কিয়?
তত্বজ্ঞান লাভ আৰু সত্য ভক্তিৰ পথ বুজিবলৈ সৎগুৰুৰ পৰা জ্ঞান আৰু নাম দীক্ষা গ্ৰহণ কৰাটো প্ৰয়োজনীয়
৮. গীতাৰ অধ্যায় ৪, শ্লোক ৩৪ত কি কোৱা হৈছে?
শ্লোকটোত তত্বদৰ্শী জ্ঞানীৰ ওচৰত প্ৰণিপাত, প্ৰশ্ন আৰু সেৱাৰ মাধ্যমে জ্ঞান লাভ কৰাৰ কথা কোৱা হৈছে।
