ডাকঘৰ গ্ৰামীণ ডাক সেৱক (GDS) পদৰ ২০২৬ চনৰ ২৩,৭৫৯টা খালী পদৰ বাবে online apply

Nipusaikia
6 Min Read

India Post GDS Recruitment 2026 – ২৩,৭৫৯টা পদত নিযুক্তি

government of india, department of post,  Ministry of Communications ই ২০২৬ চনৰ Branch Postmaster (BPM). Assistant Branch Postmaster (ABPM) আৰু Dek Sevak ৰ বাবে ২৩,৭৫৯ টা পদ মুকলি কৰিছে। এই নিযুক্তি দ্বাৰা দেশৰ বিভিন্ন ডাকঘৰত মুঠ ২৩,৭৫৯ পদ পূৰণ হৱ ।

যোগ্যতাৰ থকা সকলো প্ৰাৰ্থীয়ে অনলাইন যোগে আৱেদন কৰিৱ পাৰিৱ । আৱেদন কৰা আগত ভালদৰে চাই ল,ৱ ।অনলাইন আৱেদন আৰম্ভ ২ চেপ্তেম্বৰ পৰা হৈ আছে আৰু ২১ চেপ্তেম্বলৈকে হ’ৱ । গতিকে যোগ্য প্ৰাৰ্থীয়ে অনলাইন কৰিৱ পাৰিৱ ।

Important Dates and Details

  • vacancy post : Gramin Dak Sevek ( GDS )
  • vacancy type : Branch Postmaster (BPM), Assistant Branch Postmaster (ABPM), Dek Sevak
  • vacancy no : 23,759
  • post for assam : 414 post
  • name of organization : India Post
  • Advertisement No: 17-12/2026-GDS dated 20th, August ,2026

all india Circle-Wise post number

No.
Postal Circle
Vacancies
1
Assam
414
2
Andhra Pradesh
918
3
Bihar
1,099
4
Chhattisgarh
762
5
Delhi
16
6
Gujarat
499
7
Haryana
87
8
Himachal Pradesh
335
9
Jammu and Kashmir
340
10
Jharkhand
1,379
11
Karnataka
1,116
12
Kerala
1,373
13
Madhya PradeshMadhya Pradesh
1,450
14
Maharashtra
2,431
15
North Eastern Circle
2,614
16
Odisha
1,353
17
Punjab
122
18
Rajasthan
1,009
19
Tamil Nadu
2,118
20
Telangana
419
21
Uttarakhand
452
22
Uttar Pradesh
1,691
23
West Bengal
1,762
Total
23,759

Division wise post in assam

Sr.
First
Last
1
Cachar Division
87
2
Darrang Division
57
3
Dibrugarh Division
7
4
Goalpara Division
58
5
Guwahati Division
47
6
Nagaon Division
80
7
Nalbari Division
9
8
Sibsagar Division
59
9
Tinsukia Division
7
10
RMS GH Division
3

Eligibility Criteria of India Post Recruitment for online apply

Age Limit: অনলাইন আৱেদন কৰা সময়ত প্ৰাৰ্থী জনৰ বয়স ১৮ ৰ পৰা ৪০ বছৰ ভিতৰত হ’ৱ লাগিৱ ।

Category
বয়সৰ ৰেহাই
OBC-NCL
3 years
SC/ST
5 years
PwBD - UR & EWS
10 years
PwBD - OBC/NCL
13 years
PwBD - SC & ST
15 years

Educational Qualification: আৱেদনকাৰি গৰাকীয়ে ভাৰত চৰকাৰ, ৰাজ্য চৰকাৰ অথবা কেন্দ্ৰীয় শাসিত অঞ্চলৰ যিকোনো বিদ্যালয় শিক্ষা ব’ৰ্ডৰ পৰা মাধ্যমিক বিদ্যালয় পৰীক্ষাত (দশম শ্ৰেণী)ৰ উত্তীৰ্ণ হ’ব লাগিব। লগতে গণিত আৰু ইংৰাজী বিষয়ত উত্তীৰ্ণ নম্বৰ লাভ কৰাটো বাধ্যতামূলক। 

Application Fee of India Post GDS Recruitment

Category-wise application fee for India Post GDS Recruitment 2026 is as mentioned below.
Sr.
First
UR/OBC
Rs 100/-
SC/ ST
Nil
Female/ PwD/Transwomen
Nil

Payment Mode: আৱেদন কৰা সময়ত মাচুল UPI, Net Banking, Credit / Debite Cards, etc. যোগে দিৱ পাৰিৱ ।

কেনেকৈ আৱেদন কৰিৱ ?

যি সকলে আৱেদন কৰিম ভাৱৱিছে তেওঁলোকে online যোগে আৱেদন কৰিৱ পাৰিৱ ।
তলত যাৱ web-link বিভাগত

  • “Online application from” ত টিপি দিৱ আৰু তাত গৈ “registration process” কৰি ল’ৱ
  • তাৰ পাছত online application form link ত গৈ Log in কৰি ল’ৱ
  • শুদ্ধকৈ personalৰ লগতে education details দি documents বোৰ upload কৰিৱ
  • আপোনাৰ category হিচাপত application মাচুল দি submit কৰি দিৱ from খন
  • শেষত, print উলিয়াই ল’ৱ application from খনৰ

important dates and time

  • User Registration : Start Date: 31-08-2026 End Date: 19-09-2026 17:00 HRS
  • Application Submission : Start Date: 02-09-2026 End Date: 21-09-2026 17:00 HRS
  • Edit/Correction Window : Start Date: 23-09-2026 End Date: 24-09-2026 17:00 HRS
details
link
Online Registration Form
Official Website
Official Notification

নিৰ্বাচন প্ৰক্ৰিয়া

ভাৰতীয় ডাক বিভাগৰ GDSত নিযুক্তিৰ নিৰ্বাচন প্ৰক্ৰিয়া কেনেকৈ হ’ৱ তাৰ বিষয়ে তলত দিয়া হৈছে—

  1. Shortlisting : আবেদনকাৰী সকলক কম্পিউটাৰ ব্যৱস্থাৰ দ্বাৰা প্ৰস্তুত কৰা merit listৰ ভিত্তিত নিযুক্তিৰ বাবে list কৰা হ’ব।
  2. Merit List : স্বীকৃতিপ্ৰাপ্ত শিক্ষা ব’ৰ্ডৰ দশম শ্ৰেণীৰ মাধ্যমিক বিদ্যালয় পৰীক্ষাত লাভ কৰা নম্বৰৰ ভিত্তিত merit list প কৰা হ’ব। গ্ৰেড বা পইণ্ট ব্যৱস্থা থকা ক্ষেত্ৰত সেই গ্ৰেড/পইণ্টসমূহ নম্বৰলৈ ৰূপান্তৰ কৰি merit list কৰা হ’ব। নম্বৰৰ শতাংশ ৪টা দশমিক স্থানলৈ গণনা কৰা হ’ব।

  3. Physical Verification of Documents :  Merit list পোৱা প্ৰাৰ্থীসকলে নথিপত্ৰৰ শাৰীৰিক পৰীক্ষণ আৰু নিযুক্তি-সম্পৰ্কীয় পৰৱৰ্তী আনুষ্ঠানিকতা সম্পূৰ্ণ কৰাৰ বাবে নিৰ্ধাৰিত কৰ্তৃপক্ষৰ কাৰ্যালয়ত উপস্থিত হ’ব লাগিব। নিৰ্ধাৰিত কৰ্তৃপক্ষ হৈছে  Division/Unit-ৰ Divisional Head বা Unit Head, য’ত পদটো পাৱ । সংক্ষিপ্ত তালিকাভুক্তিৰ তাৰিখৰ পৰা ১৫ দিনৰ ভিতৰত প্ৰাৰ্থীগৰাকীয়ে নথিপত্ৰ পৰীক্ষণৰ বাবে উপস্থিত হ’ব লাগিব।

  4. Final Selection : Merit listত নাম থকা প্ৰাৰ্থীৰ চূড়ান্ত নিৰ্বাচন মূল নথিপত্ৰৰ শাৰীৰিক পৰীক্ষণৰ ওপৰত নিৰ্ভৰ কৰিব। এই পৰীক্ষণ সংশ্লিষ্ট পদৰ বাবে নিযুক্ত Engaging Authority (Divisional Head/Unit Head)-ৰ দ্বাৰা সম্পন্ন কৰা হ’ব।

     

    Engaging Authority-য়ে merit list সকলো GDS প্ৰাৰ্থীৰ নথিপত্ৰ পৰীক্ষা কৰিব। নথিপত্ৰ সমূহত কোনো ধৰণৰ অসংগতি নাথাকিলে আৰু দাখিল কৰা নথিপত্ৰসমূহ মূল নথিপত্ৰৰ সৈতে সঠিকভাৱে মিলিলে, নথিপত্ৰ পৰীক্ষণ সফল বুলি গণ্য কৰা হ’ব। তাৰ পিছত কম্পিউটাৰ ব্যৱস্থাৰ জৰিয়তে ‘Offer of Provisional Engagement’ (অস্থায়ী নিযুক্তিৰ প্ৰস্তাৱ) জাৰি কৰা হ’ব।

     

    নথিপত্ৰ পৰীক্ষণ সফলভাৱে সম্পন্ন হোৱাৰ পিছত প্ৰাৰ্থীগৰাকীয়ে ‘Offer of Provisional Engagement’ জাৰি কৰাৰ তাৰিখৰ পৰা ৩০ দিনৰ ভিতৰত যোগদানৰ পূৰ্বে সম্পন্ন কৰিবলগীয়া সকলো আনুষ্ঠানিকতা সম্পূৰ্ণ কৰিব লাগিব।

     

    ইয়াৰ ভিতৰত ৩ দিনীয়া নিৰ্ধাৰিত মৌলিক প্ৰশিক্ষণ (Basic Training) গ্ৰহণ কৰা, থকাৰ ব্যৱস্থা (Accommodation) কৰা আদি বিষয়সমূহ অন্তৰ্ভুক্ত থাকিব।

Share This Article
Leave a comment

Leave a Reply

Your email address will not be published. Required fields are marked *